• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গড়ভঙা বনাঞ্চলত আঘাতপ্ৰাপ্ত হৈ ছটফটাই থকা হাতীটোৰ অপাৰেইশ্যন সম্পন্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
May 27, 2018 10:35 pm
Injured_Elephant

গড়ভঙা বনাঞ্চলত আঘাতপ্ৰাপ্ত হৈ থকা হাতীটোৰ চিকিৎসা আগ বঢ়াইছে বন বিভাগৰ চিকিৎসকৰ দলে।

105
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীৰ দাঁতিতে লাগি থকা লখৰাৰ কাকতীপাৰাৰ পৰা অলপ দূৰত থকা গড়ভঙা বনাঞ্চলত আঘাতপ্ৰাপ্ত হৈ যন্ত্ৰণাত ছটফটাই থকা হাতীটোক আজি বন বিভাগৰ চিকিৎসকৰ এটা দলে গৈ ট্ৰেংকুলাইজড কৰি চিকিৎসা কৰে। এই চিকিৎসাৰ ফলত হাতীটোৰ জীৱন ৰক্ষা পৰাৰ আশা দেখিছে দলটোৱে।

আজি নৰ্থ-ইষ্ট নাওৰ আগত দলটোৰ এজন সদস্যই কয় যে হাতীটোক এই কেইদিন দূৰৰ পৰাই ৰিম’ট পদ্ধতিৰে বেজী-ঔষধ আদি নিয়মীয়াকৈ দি থকা হৈছিল যদিও আজি তাৰ ঘা-টুকুৰা কাটি পৰিষ্কাৰ কৰা হয়। তাৰ বাবে হাতীটোক চেতনানাশক ঔষধ দি লোৱা হৈছিল।

Injured_Elephant_2
গড়ভঙা বনাঞ্চলত আঘাতপ্ৰাপ্ত হৈ থকা হাতীটো।

চিকিৎসকৰ দলটোত আছিল পশুচিকিৎসক ডাঃ কুশল শৰ্মা, ডাঃ অৰিন্দম পাচনী আৰু দক্ষিণ গুৱাহাটীৰ ৰেঞ্জ অফিচাৰ বিনোদ পায়েঙৰ লগতে ৱাইল্ড লাইফ ৱাৰ্ডেন কৌশিক বৰুৱা।

বন বিভাগৰ সূত্ৰটোৱে কয় যে হাতীটো পালৰ দলপতি দঁতাল হাতীৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈছিল। দঁতাল হাতীৰ খোঁচত তাৰ আগফালৰ সোঁভৰিত প্ৰকাণ্ড ঘা হৈ সেইডোখৰ পকি যোৱাত বিগত প্ৰায় পাঁচ-ছদিন ধৰি যন্ত্ৰণাত ছটফটাই আছিল। এই সময়ছোৱাত বন বিভাগৰ লগতে স্থানীয় লোকেও খাদ্য আৰু শুশ্ৰূষা আগ বঢ়াই জীয়াই ৰাখিছে।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd