• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শিক্ষা

বিভিন্ন ৰোগ আৰু ভিটামিন : চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ তথ্য

by
February 4, 2025 8:30 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভিটামিন হৈছে শৰীৰটো সুস্থ হৈ থাকিবলৈ কম পৰিমাণে প্ৰয়োজন হোৱা এক পুষ্টিকৰ উপাদান। যদি মানৱ শৰীৰে প্ৰয়োজনীয় ভিটামিন লাভ নকৰে তেন্তে বিভিন্ন ৰোগে শৰীৰটোক আক্ৰমণ কৰিব পাৰে।

কি কি ভিটামিনৰ অভাৱত কি কি ৰোগ হয় আৰু কি খাদ্যত কি ভিটামিন পোৱা যায় জানো আহক –

১/ ভিটামিন এ

Apply Now

 উৎস : বিলাহী, কচু, গাখীৰ, কণী, যকৃত, মাছ আদিত ভিটামিন এ পোৱা যায়।

 ৰোগ : ভিটামিন এ-ৰ অভাৱত চকুৰ সমস্যা (অন্ধত্ব), গৰ্ভাৱস্থা/প্ৰসৱৰ সমস্যা, ছালৰ সমস্যা হ’ব পাৰে।

২/ ভিটামিন বি

উৎস : মাছ, হাঁহ-কুকুৰাৰ মাংস, কণী, আৰু দুগ্ধজাত সামগ্ৰী, সেউজীয়া শাক-পাচলি, বুট মগু আদি হৈছে ভিটামিন বি-ৰ উৎস।

ৰোগ : ভিটামিন বি১ ৰ অভাৱত বেৰিবেৰি (দুৰ্বল পেশী, ওজন কমা, হৃদযন্ত্ৰৰ সমস্যা) ৰোগ হ’ব পাৰে। ভিটামিন বি৬ ৰ অভাৱ হ’লে  ৰক্তহীনতা আৰু ওঁঠ ফাটি যোৱা সমস্যাৰ সৃষ্টি হয়। ভিটামিন বি ১২ ৰ অভাৱত গুৰুতৰ ৰক্তহীনতা, স্নায়ুৰ ক্ষতি, অৱস হোৱাৰ দৰে সমস্যা হয়।

৩/ ভিটামিন চি

উৎস : আমলখি, নেমু, কমলা, জলকীয়া, কৰদৈ আদিত ভিটামিন চি পোৱা যায়।
ৰোগ : এই ভিটামিনৰ অভাৱত স্কাৰ্ভি (আঁঠুৰ পৰা তেজ ওলোৱা, গাঁঠিৰ বিষ) ৰোগ হয়। ভিটামিন চি-ৰ অভাৱে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰিব পাৰে।

৪/ ভিটামিন ডি

উৎস : সূৰ্যৰ পোহৰ, মাছ, কণী।

ৰোগ : ভিটামিন বি-ৰ অভাৱত বিশেষকৈ শিশুৰ হাড় কোমল হয়। এই ভিটামিনৰ অভাৱৰ বাবে গাৰ বিষ আৰু দুৰ্বলতা হ’ব পাৰে। দীঘলীয়া সময় ভিটামিন বিৰ অভাৱত ভুগি থাকিলে ই মধুমেহ ৰোগৰ সৃষ্টি কৰিব পাৰে।

৫/ ভিটামিন ই

উৎস : বাদাম, বীজ, ফল-মূল, শাক-পাচলি, আৰু তেল।
ৰোগ : এই ভিটামিনৰ অভাৱত চৰ্বি সঠিকভাৱে হজম নহয়। উদাহৰণস্বৰূপে ক্ৰ’ন ৰোগ, চিষ্টিক ফাইব্ৰ’ছিছ, আৰু কিছুমান বিৰল জিনীয় ৰোগ যেনে এবেটালিপ’প্ৰটিনেমিয়া হ’ব পাৰে। এই ভিটামিনৰ অভাৱে ছালৰ ৰোগো সৃষ্টি কৰিব পাৰে।

৫/ ভিটামিন কে

উৎস : সেউজীয়া পাতৰ শাক-পাচলি, তেল, ফল-মূল, আৰু মাংস।

ৰোগ : এই ভিটামিনৰ অভাৱত তেজ গোট মৰাৰ ক্ষেত্ৰত সমস্যা হয়। ফলত কাটিলে অধিক ৰক্তক্ষৰণ হয়।

আমাৰ শৰীৰৰ বাবে বিভিন্ন খনিজ পদাৰ্থৰ প্ৰয়োজন। যেনে আইৰণ, আয়’ডিন, কেলচিয়াম আদি। এই খনিজ পদাৰ্থসমূহৰ অভাৱতো আমি বিভিন্ন ৰোগত আক্ৰান্ত হ’ব পাৰোঁ।

১/ আয়ডিন

 উৎস : নিমখ (আয়ডযুক্ত), সাগৰীয় খাদ্য।

আয়ডিনে শিশুৰ মগজুৰ বিকাশ আৰু হৰম’ন উৎপাদনত সহায় কৰে।

ৰোগ : আয়ডিনৰ অভাৱত গোইট্ৰে বা ডিঙি ফুলা ৰোগ হয়।

২/ আইৰণ

উৎস : ৰঙা মাংস, কচু, কলডিল, আপেল আদি।

আইৰণে তেজৰ দ্বাৰা শৰীৰলৈ অক্সিজেন কঢ়িয়াই নিয়াত সহায় কৰে।

ৰোগ : ৰক্তহীনতা, অত্যন্ত ভাগৰুৱা, দুৰ্বলতা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।

৩/ কেলচিয়াম

উৎস : দুগ্ধজাত সামগ্ৰী, সেউজীয়া শাক পাচলি, ফল-মূল।

কেলচিয়ামে আমাৰ হাড় মজবুত কৰে।

ৰোগ : কেলচিয়ামৰ অভাৱৰ ফলত ৰিকেট, অষ্টিঅ’পৰ’ছিছ, অষ্টিঅ’পেনিয়া হ’ব পাৰে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd