• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ বাবে আৰু অধিক বিশেষ ৰে’ল সেৱা উত্তৰ পূব সীমান্ত ৰে’লৱেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 14, 2025 3:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৫ বৰ্ষৰ মহা কুম্ভ মেলাৰ সময়চোৱাত তীৰ্থযাত্ৰীসকলৰ প্ৰত্যাশিত অত্যাধিক ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ উত্তৰ পূব সীমান্ত ৰে’লৱেই যোগবানী আৰু টুণ্ডলা ষ্টেচনৰ মাজত আৰু দুযোৰ বিশেষ ৰে’ল চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই বিশেষ ৰেলসমূহে প্ৰতিটো দিশত এটা ট্ৰিপৰ বাবে চলাচল কৰিব। এই ৰে’ল  সেৱাসমূহ মহা কুম্ভত যাবলৈ ইচ্ছুক ভক্ত আৰু দৰ্শনাৰ্থীসকলক আৰামদায়ক ভ্ৰমন সুবিধা প্ৰদান কৰিব। তদুপৰি, কাটিহাৰ আৰু মণিহাৰীৰ মাজত উভয় দিশত মাঘী পূৰ্ণিমা উপলক্ষ্যে আৰু এযোৰ দৈনিক বিশেষ ৰে’ল চলোৱা হৈ আছে। এই সেৱা ২১ ফেব্ৰুৱাৰী, ২০২৫ লৈকে অব্যাহত থাকিব।

Apply Now

বিশেষ ৰে’ল নং ০৫৭১৮ (যোগবানী – টুণ্ডলা) ১৪ ফেব্ৰুৱাৰী, ২০২৫ (শুক্ৰবাৰে) ১৮:৪০ বজাত যোগবানীৰ পৰা প্ৰস্থান কৰি পৰৱৰ্তী দিনা ১৯:০০ বজাত টুণ্ডলাত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৭১৭ (টুণ্ডলা – যোগবানী) ১৬ ফেব্ৰুৱাৰী, ২০২৫ (দেওবাৰে) ২১:৪০ বজাত টুণ্ডলাৰ পৰা প্ৰস্থান কৰি মঙলবাৰে ০২:২০ বজাত যোগবানীত গৈ উপস্থিত হ’ব।

আন এখন, বিশেষ ৰে’ল নং ০৫৭২০ (যোগবানী – টুণ্ডলা) ১৫ ফেব্ৰুৱাৰী, ২০২৫ (শনিবাৰ) ১৮:৪০ বজাত যোগবানীৰ পৰা প্ৰস্থান কৰি পৰৱৰ্তী দিনা ১৯:০০বজাত টুণ্ডলাত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৭১৯ (টুণ্ডলা – যোগবানী) ১৭ ফেব্ৰুৱাৰী, ২০২৫ (সোমবাৰ) ২১:৪০ বজাত টুণ্ডলাৰ পৰা প্ৰস্থান কৰি মঙলবাৰে ০২:২০ বজাত যোগবানীত গৈ উপস্থিত হ’ব।

উভয় দিশৰ যাত্ৰাৰ সময়ত, বিশেষ ৰে’লখন ফৰবেছগঞ্জ, আৰাৰিয়া কোৰ্ট, কাটিহাৰ, খগৰীয়া, বাৰাউনী জংচন, পাটলিপুত্ৰ, আৰা, পণ্ডিত দীনদয়াল উপাধ্যায়, প্ৰয়াগৰাজ, আৰু ইটাৱা আদি ষ্টেচন হৈ চলাচল কৰিব। এই বিশেষ ৰে’লসমূহত যাত্ৰীসকলৰ সুবিধাৰ বাবে এচি-২টায়াৰ, এচি-৩টায়াৰ, শ্লীপাৰ শ্ৰেণী আৰু সাধাৰণ ছিটিং ডবাকে ধৰি ২২টা ডবা থাকিব।

আন এখন একমুখী বিশেষ ৰে’ল নং০৫৮৪১ ৰঙাপাৰা নর্থ আৰু টুণ্ডলাৰ মাজত চলিব, যি ৰঙাপাৰা নর্থৰ পৰা ১৫ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে ১৭:৩০ বজাত প্ৰস্থান কৰি ১৭ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে ০৬:৩০ বজাত টুণ্ডলাত গৈ উপস্থিত হ’ব। এই পদক্ষেপৰ লক্ষ্য হৈছে এই মহান ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰা ভক্তসকলৰ বাবে সুবিধাজনক আৰু আৰামদায়ক ভ্ৰমণ বিকল্প প্ৰদান কৰা।

একেদৰে, বিশেষ ৰে’ল নং ০৭৫৪০ (কাটিহাৰ – মণিহাৰী) ২০:৩০ বজাত কাটিহাৰৰ পৰা যাত্ৰা আৰম্ভ কৰি ২১:৩০বজাত মণিহাৰীত গৈ উপস্থিত হব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৭৫৩৯ (মণিহাৰী – কাটিহাৰ) মণিহাৰীৰ পৰা ০৫:০০ বজাত যাত্ৰা আৰম্ভ কৰি ০৬:০০ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব।

উভয় দিশৰ যাত্ৰাৰ সময়ত, এই বিশেষ ৰে’লসমূহ মনশাহী, খুৰৰামপুৰ, মহিয়াৰপুৰ, বাঘমাৰা হল্ট আদি ৰে’ল ষ্টেচন হৈ চলাচল কৰিব। বিশেষ ৰে’লসমূহত যাত্ৰীসকলৰ সুবিধাৰ বাবে ড্ৰাইভিং পাৱাৰ কোচ আৰু ট্ৰেইলাৰ কোচকে ধৰি ৮ টা ডবা থাকিব।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ এই পদক্ষেপে মহা কুম্ভ মেলাৰ বাবে ভ্ৰমণৰ পৰিকল্পনা কৰা যাত্ৰীসকলক সকাহ প্ৰদান কৰিব। বিশেষ ৰে’লসমূহে বিভিন্ন স্থানৰ পৰা তীৰ্থযাত্ৰীসকলক তেওঁলোকৰ নিজ নিজ গন্তব্যস্থানলৈ উভতনি যাত্ৰাতো সহায় কৰিব।

এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইট আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো উপলব্ধ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে এই বিৱৰণসমূহ নিৰীক্ষণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm
নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

June 16, 2026 4:17 pm
ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

June 16, 2026 3:02 pm
বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm
নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

June 16, 2026 4:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd