• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চীনৰ হেঁচাত শিৰ নত থাইলেণ্ডৰ! মানৱ অধিকাৰ সংগঠনৰ আপত্তি উলংঘা কৰি উইঘুৰ মুছলমানৰ প্ৰত্যাৰ্পণত মান্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 28, 2025 2:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিমধ্যে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ চৰকাৰে উইঘুৰ মুছলমানসকলক “সন্দেহজনক” বুলি চিনাক্ত কৰিছিল।যাৰ বাবে থাইলেণ্ড চৰকাৰক প্ৰত্যাৰ্পণৰ বাবে বাৰে বাৰে হেঁচা প্ৰয়োগ কৰা হৈছিল। অৱশেষত সেই হেঁচাত নতশিৰ হৈ যোৱা দশক ধৰি বেংককত থকা উইঘুৰ মুছলমানসকলক চীনলৈ ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল।

বিবিচিৰ এক প্ৰতিবেদন অনুসৰি ২০১৫ চনৰ পাছত থাইলেণ্ডে প্ৰথমবাৰৰ বাবে উইঘুৰ প্ৰব্ৰজনকাৰীক চীনলৈ ঘূৰাই পঠিয়াইছে। ইতিমধ্যে থাইলেণ্ড চৰকাৰে মানৱ অধিকাৰ সংগঠনৰ আপত্তিক আওকাণ কৰি কমেও ৪০ জন উইঘুৰক চীনলৈ ঘূৰাই পঠিয়াইছে। চীনত তেওঁলোকক নিৰ্যাতনৰ বলি হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

Apply Now

উল্লেখ্য যে, ১৯৪০ চনত একদলীয় চীনৰ কমিউনিষ্ট শাসক মাও চেডুঙে পূব তুৰ্কেস্তানৰ স্বাধীন ৰাষ্ট্ৰ দখল কৰি জিনজিয়াং প্ৰদেশৰ সৃষ্টি কৰে। ইয়াৰ পাছত উইঘুৰ মুছলমানসকলে প্ৰতিৰোধ সংগ্ৰাম আৰম্ভ কৰে। ইয়াৰ লগে লগে চীনা সেনাৰ অত্যাচাৰ আৰম্ভ হ’ল। ইয়াৰ উপৰিও মূল চীনৰ পৰা মূলতঃ হান লোকক আনি জিনজিয়াঙৰ জনগাঁথনিগত ভাৰসাম্য সলনি কৰাৰ চেষ্টাও কৰা হৈছিল। অভিযোগ অনুসৰি বিগত ষোল্ল দশকত চীন সেনাই সংঘটিত কৰা অত্যাচাৰৰ বাবে জিনজিয়াঙত দেশৰ লাখ লাখ মুছলমান পুত্ৰ নিহত হৈছে।

বিগত কেইবছৰমানৰ পৰা জিনজিয়াঙৰ বিভিন্ন ডিটেনচন কেম্পত ১০ লাখৰো অধিক উইঘুৰ আৰু তুৰ্কী ভাষী মুছলমানক ৰখাৰ অভিযোগ উত্থাপন হৈছে। বলপূৰ্বক ধৰ্মীয় আচাৰ-ব্যৱহাৰ ত্যাগ কৰিবলৈ বাধ্য কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ একাধিক প্ৰতিবেদনে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ চৰকাৰকো উইঘুৰসকলক আটক কৰাৰ বাবে লক্ষ্য কৰি লৈছে। কেইবছৰমান আগতে পশ্চিমীয়া সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছিল যে চীনৰ কনচেনট্ৰেচন কেম্পত বন্দী হৈ থকা দুৰ্ভগীয়া উইঘুৰ মুছলমানসকলৰ হাতত আন্তঃৰাষ্ট্ৰীয় অবৈধ বজাৰত বিক্ৰী হোৱা বৃক্ক, যকৃত আৰু অন্যান্য মানৱ অংগৰ বৃহৎ অংশ আছিল! বেইজিঙে বলপূৰ্বকভাৱে তেওঁলোকৰ অংগ কাটি বিক্ৰী কৰিছে!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd