• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাণিজ্য মন্ত্ৰালয়ক অৱগত নকৰাকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ব্যক্তিগতভাৱে শুল্ক হ্ৰাসৰ প্ৰতিশ্ৰুতি দিছিল নেকি ট্ৰাম্পক? সাংসদ গৌৰৱ গগৈৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2025 12:04 pm
150
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী মোদীয়ে আৰম্ভ কৰিছে নেকি একনায়কত্ববাদ? কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ক অন্ধকাৰত ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ভাৰতৰ তৰফৰ পৰা শুল্ক হ্ৰাসৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে নেকি? লোকসভাত সৰৱ হৈ পৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ।

 ট্ৰাম্পে বৰ্তমানলৈকে ভাৰতৰ উচ্চ শুল্কৰ বিষয়ে অভিযোগ কৰি আহিছে আৰু ভাৰতৰ ওপৰতো উচ্চ শুল্ক আৰোপ কৰাৰ হুংকাৰ দিছিল। কিছু দিন আগতে তেওঁ দাবী কৰিছিল যে, ভাৰত আমেৰিকাৰ পৰা আমদানিকৃত সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰিবলৈ সন্মত হৈছে। কিন্তু এতিয়ালৈকে মোদী চৰকাৰৰ বিদেশ মন্ত্ৰালয়, বাণিজ্য মন্ত্ৰালয় বা বিত্ত মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে এই দাবী অস্বীকাৰ কৰা নাই যদিও কেন্দ্ৰীয় বাণিজ্য সচিবে সংসদীয় স্থায়ী কমিটিৰ বৈঠকত দাবী কৰিছিল যে, ভাৰত শুল্ক হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা নাই।

ভাৰতৰ অটো পাৰ্টছ, ষ্টীল, ৰত্ন, গহনা, আৰু কৃষি উদ্যোগৰ ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰি কংগ্ৰেছ সাংসদ গৰাকীয়ে  প্ৰশ্ন কৰে যে কোনবোৰ খণ্ডত শুল্ক হ্ৰাস দেখা যাব? অৱশ্যে সাংসদ গৰাকীৰ প্ৰশ্ন উত্তৰ দিয়াৰ পৰা বিৰত থাকে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

বাণিজ্য ৰাজ্য মন্ত্ৰী জিতীন প্ৰসাদে স্পষ্ট কৰি দিয়ে যে আমেৰিকাই ভাৰতৰ ওপৰত প্ৰতিশোধমূলক শুল্ক আৰোপ কৰা নাই আৰু দুয়োখন দেশে বাধা আঁতৰাই বজাৰ সম্প্ৰসাৰণৰ বাবে দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ আলোচনাত মিলিত হৈছে। এই আলোচনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত এক যৌথ বিবৃতি জাৰি কৰা হয় বুলি উল্লেখ কৰে জিতীন প্ৰসাদে।

Recent News

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd