• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তামিল লিখিব-পঢ়িব জানিলেহে পাব চৰকাৰী চাকৰি- মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায়দান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2025 12:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী চাকৰি এটা পাবলৈ হ’লে প্ৰথমে তামিল পঢ়িব আৰু লিখিব জানিব লাগিব। এই নিৰ্দেশ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মাদুৰাই বিচাৰপীঠে দিছে। তামিলনাডু বিদ্যুৎ ব’ৰ্ডৰ এগৰাকী কনিষ্ঠ সহায়ক তামিল ভাষা (বাধ্যতামূলক) পৰীক্ষাত ব্যৰ্থ হোৱাৰ পাছতে গোচৰ ৰুজু কৰা হয়। সেই গোচৰত উচ্চ ন্যায়ালয়ে স্পষ্ট নিৰ্দেশনা দিছিল।

জানিব পৰা মতে, তামিলনাডুৰ থেনি অঞ্চলৰ বাসিন্দা এম জয়কুমাৰ নামৰ যুৱকজনে চাকৰি পোৱাৰ দুবছৰৰ পাছতো তামিল ভাষাৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰা নাছিল। সেইবাবেই তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। অৱশ্যে চাকৰি হেৰুৱাই পোনে পোনে আদালতলৈ যায় কৰ্মীজন। কৰ্মীজনে কয় যে তেওঁৰ পিতৃয়ে নৌসেনাত কৰ্মৰত আছিল। সেইবাবেই তেওঁ চিবিএছই স্কুলত পঢ়াৰ বাবে কেতিয়াও তামিল শিকিব পৰা নাছিল।

তামিলনাডু বিদ্যুৎ ব’ৰ্ডৰ বিৰুদ্ধে জয়কুমাৰৰ আবেদনৰ শুনানিৰ সময়ত ন্যায়াধীশ জি জয়চন্দ্ৰন আৰু আৰ পূৰ্ণিমাই এই প্ৰশ্ন উত্থাপন কৰে যে তামিল নজনাকৈ চৰকাৰী কৰ্মচাৰীয়ে কেনেকৈ কাম কৰিব পাৰে? চৰকাৰী কৰ্মচাৰীয়ে নিজে তামিল ভাষা ভালদৰে নাজানিলে কি কৰিব পাৰি? তেওঁলোকে নিজৰ দৈনন্দিন কাম-কাজ কেনেকৈ পৰিচালনা কৰিব? ইয়াৰ পাছত বিচাৰপীঠে নিৰ্দেশ দিয়ে যে যিকোনো ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে ৰাজ্যখনৰ ভাষা জানিব লাগিব। নাজানিলে কৰিব পৰা একো নাই।

উচ্চ ন্যায়ালয়ে আৰু নিৰ্দেশ দিয়ে যে চাকৰি প্ৰাৰ্থীসকলে নিৰ্দিষ্ট সময়ৰ ভিতৰত তামিল ভাষাৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। কোনোবাই তামিল নজনাকৈ চৰকাৰী চাকৰি বিচাৰিলে একেবাৰে সহ্য কৰা নহ’ব। ইয়াৰ পাছত আদালতে দুয়োপক্ষকে চূড়ান্ত যুক্তিৰ বাবে সাজু হ’বলৈ নিৰ্দেশ দিয়ে আৰু ছয় সপ্তাহৰ ভিতৰত শুনানিৰ বাবে গোচৰটো পোষ্ট কৰে।

উল্লেখ্য যে, ইতিমধ্যে তামিলনাডু চৰকাৰে কেন্দ্ৰৰ বিৰুদ্ধে হিন্দী জাপি দিয়াৰ বিষয়টো উত্থাপন কৰিছে। কেন্দ্রই ঘোষণা কৰিছিল যে নতুন শিক্ষা নীতিৰ অধীনত ছাত্র-ছাত্রীসকলে তৃতীয় ভাষা শিকাৰ সুযোগ পাব৷ তামিলনাডুত তেলেগু ভাষাৰ উপৰিও ইংৰাজী শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়। সেই ৰাজ্যৰ ডিএমকে চৰকাৰে অভিযোগ কৰিছে যে কেন্দ্ৰই প্ৰকৃততে হিন্দীক তৃতীয় ভাষা বুলি কৈ জাপি দিবলৈ চেষ্টা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd