• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নতুন ১০০ আৰু ২০০ টকীয়া নোট প্ৰচলনৰ ঘোষণা ৰিজাৰ্ভ বেংকৰ! কি হ’ব পুৰণি নোটসমূহৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2025 10:27 am
509
VIEWS
Share on FacebookShare on Twitter

১০০ আৰু ২০০ টকীয়া নোটক লৈ এক বৃহৎ আপডেট দিলে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই। ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই ঘোষণা কৰিছে, শীঘ্ৰে নতুন ১০০ আৰু ২০০ টকীয়া নোট বজাৰলৈ আহিব। ১১ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে এই তথ্য জনাইছে আৰু এই বিষয়ে এক বিজ্ঞপ্তিও প্ৰকাশ কৰা হৈছে।

উল্লেখ্য যে, বৰ্তমানৰ আৰ্থিক ব্যৱস্থাত মুদ্ৰাৰ নক্সা আৰু নিৰাপত্তা বৈশিষ্ট্যত পৰিৱৰ্তন অনাটো এক স্বাভাৱিক প্ৰক্ৰিয়া। প্ৰতিগৰাকী নতুন গভৰ্ণৰৰ দায়িত্ব গ্ৰহণৰ পাছতে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই সাধাৰণতে নতুন নোট প্ৰকাশ কৰে। এইবাৰো সেই ব্যৱস্থাই গ্ৰহণ কৰা হ’ব।

আৰবিআয়ে ঘোষণা কৰিছে, শীঘ্ৰে বজাৰলৈ আহিব নতুন ১০০ আৰু ২০০ টকীয়া নোট। নতুন এই নোটত থাকিব বৰ্তমানৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ স্বাক্ষৰ। কিন্তু পুৰণি নোটৰ ব্যৱহাৰ আৰু বৈধতাক লৈ বহুতৰে মনত প্ৰশ্ন উঠিছে।

আহিবলগীয়া নোটসমূহ মহাত্মা গান্ধী (নতুন) ছিৰিজৰ ১০০ আৰু ২০০ টকীয়া নোটৰ দৰেই হ’ব দেখাত। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত মহাত্মা গান্ধী ছিৰিজৰ নতুন ৫০ টকীয়া নোট আৰম্ভ কৰা হৈছিল।

প্ৰতিগৰাকী নতুন গভৰ্ণৰৰ নামতে আৰবিআয়ে সাধাৰণতে নতুন নোট আৰম্ভ কৰে। ডিচেম্বৰ ২০২৪ত শক্তিকান্ত দাসৰ পৰিৱৰ্তে সঞ্জয় মালহোত্ৰাই আৰবিআইৰ গভৰ্ণৰৰ দায়িত্ব গ্ৰহণ কৰে। তাৰ পাছৰে পৰা আৰবিআয়ে নতুন ৫০, ১০০ আৰু ২০০ টকীয়া নোট বজাৰলৈ অনাৰ সিদ্ধান্ত লয়।

নতুন নোট বজাৰলৈ আহিলেও পুৰণি ১০০ আৰু ২০০ টকীয়া নোট চলি থাকিব। লেনদেনত এই নোটবোৰ বৈধ হৈ থাকিব বুলি নিশ্চিত কৰিছে ৰিজাৰ্ভ বেংকে। সেয়ে সাধাৰণ মানুহক কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই, পূৰ্বৰ দৰেই চলি থাকিব এই নোটবোৰ।

Recent News

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd