• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰীয় নিৰাপত্তাত আপোচ কেন্দ্ৰৰ, পাক সীমান্তত আদানীৰ বিদ্যুৎ প্ৰকল্প! উত্তাল সংসদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2025 4:27 pm
113
VIEWS
Share on FacebookShare on Twitter

মোদী চৰকাৰৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাতকৈ আদানীৰ স্বাৰ্থ অধিক গুৰুত্বপূৰ্ণ নেকি? এই লৈ সদনত কেন্দ্ৰক আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছে।

গুজৰাটৰ কুটচৰ খাভৰাত নবীকৰণযোগ্য শক্তি প্ৰকল্পৰ বাবে আদানী গ্ৰুপক প্ৰদান কৰা হৈছে। যিটো ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা এক কিলোমিটাৰ দূৰত্বলৈ বিস্তৃত হৈ আছে। লোকসভাৰ অধিৱেশনৰ প্ৰশ্নোত্তৰ  সময়ত কংগ্ৰেছ সাংসদ মনীষ তিৱাৰীয়ে সদনত এই প্ৰকল্প সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।

ৰাষ্ট্ৰীয় নিৰাপত্তা নীতি অনুসৰি সীমান্তৰ পৰা ১০ কিলোমিটাৰৰ ভিতৰত কোনো প্ৰকল্পৰ অনুমতি দিব নোৱাৰে বুলি উল্লেখ কৰি,  এই ক্ষেত্ৰত কিয় কোনো ব্যৱ্স্থা কৰা নহ’ল বুলি প্ৰশ্ন কৰে।

ইয়াৰ উত্তৰত সংশ্লিষ্ট মন্ত্ৰালয়ৰ দায়িত্বত থকা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে যি কাম কৰা হৈছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ অনুমতি সাপেক্ষে কৰা হৈছে বুলি দায় সামৰে।

কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে এই সঁহাৰিৰ প্ৰতি আপত্তি দৰ্শাই সদন ত্যাগ কৰিছিল।

মনীষ তিৱাৰী আৰু লোকসভাৰ কংগ্ৰেছৰ নেতা গৌৰৱ গগৈয়ে কটাক্ষ কৰি কয়  ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা কোৱা দলটোৱে আজি নিজৰ বন্ধু বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে খেলা কৰিছে।

ইয়াৰ পূৰ্বেও আদানী উৎকোচ কেলেংকাৰীক লৈ সংসদত  সৰৱ চৰ্চা চলি আহিছে। অৱশ্যে এইবাৰ কংগ্ৰেছে পোনপটীয়াকৈ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়টো উত্থাপন কৰে।

Recent News

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd