• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফাকুৱাত মুছলমানসকলক ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান বিজেপি বিধায়কৰ   

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2025 5:54 pm
125
VIEWS
Share on FacebookShare on Twitter

ভাৰতত ধৰ্মীয় বাদ বিবাদ অন্তহীন এক অধ্যায়। বিভিন্ন সময়ত ধৰ্মীয় বাদ বিবাদে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰি আহিছে। শেহতীয়াকৈ বিজেপি বিধায়ক হৰিভূষণ ঠাকুৰে হোলী উৎসৱত মুছলমানসকলক ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান কৰা কাৰ্যক বিহাৰৰ ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱে তীব্ৰভাৱে সমালোচনা কৰিছে।

লালু প্ৰসাদ যাদৱৰ হিন্দুত্ববাদী উগ্ৰবাদৰ বিৰোধী ঐতিহ্যক সোঁৱৰাই তেজস্বীয়ে সতৰ্ক কৰি দিছে যে বিহাৰে সংখ্যাগৰিষ্ঠতাৰ আধিপত্যবাদক প্ৰতিহত কৰিব বুলি উল্লেখ কৰি ১৯৯০ৰ দশকত লালুৰ দ্বাৰা ভিএইচপি নেতা টোগাডিয়া আৰু সিংহলক অপদস্থ কৰাৰ দৰে ঐতিহাসিক ঘটনাৰ বিষয়ে উল্লেখ কৰে।

তেওঁ বিহাৰৰ মুখ্যমন্ত্ৰী নীতীশ কুমাৰক ৰাজনৈতিক নিৰ্বিকাৰতাৰ বাবে অভিযুক্ত কৰিছে। তেজস্বীৰ এই স্থিতিয়ে  নিৰ্বাচনমুখী বিহাৰত এফালে হিন্দুত্ব আৰু আনফালে সামাজিক ন্যায় আৰু ধৰ্মনিৰপেক্ষ ৰাজনীতিৰ মাজত বিভাজন আৰু অধিক গভীৰ কৰি তুলিছে।

অন্যান্য বিৰোধী দলসমূহে নীৰৱতা অৱলম্বন কৰাৰ বিপৰীতে এক স্পষ্ট বিৰোধী অৱস্থান গ্ৰহণ কৰিছে।

Recent News

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?

‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?

নৌ যুদ্ধত আৰু এখোজ আগবাঢ়িল ভাৰত; হাতলৈ আহিল নতুন যুদ্ধ জাহাজ INS Arnala

নৌ যুদ্ধত আৰু এখোজ আগবাঢ়িল ভাৰত; হাতলৈ আহিল নতুন যুদ্ধ জাহাজ INS Arnala

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd