• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফাইনেলত পুনৰ পৰাস্ত দিল্লী; দ্বিতীয়বাৰৰ বাবে ডব্লিউ পি এল চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2025 8:10 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডব্লিউ পি এলৰ ফাইনেলত পুনৰ ছিন্নভিন্ন হৈ পৰিল দিল্লী কেপিটেলছৰ সপোন। শনিবাৰে ব্ৰেবৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ ফাইনেলত দিল্লীক পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে মহিলা প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন হ’ল মুম্বাই ইণ্ডিয়ানছ। হৰমনপ্ৰীতৰ দলটোৱ ফাইনেলত ৮ ৰাণত জয়লাভ কৰে।

শনিবাৰে ব্ৰেবৰ্ণ ষ্টেডিয়ামত টছত জয়লাভ কৰি দিল্লী কেপিটেলে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰাৰ পিছত মুম্বাইৰ আৰম্ভণি অস্বস্তিকৰ আছিল যদিও অধিনায়ক হৰমনপ্ৰীত কৌৰৰ অনবদ্য অৰ্ধশতকৰ ওপৰত নিৰ্ভৰ কৰি দিল্লীৰ বাবে ১৫০ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল মুম্বাই ইণ্ডিয়ানছে।

Apply Now

হৰমনপ্ৰীতে ৪৪টা বলত ৬৬ ৰান সংগ্ৰহ কৰে। মুম্বাইৰ ইংৰাজ তাৰকা নাটালি স্কাইভাৰ ব্ৰাণ্টেও ভাল ইনিংছ খেলে। তেওঁ ২৮টা বলত ৩০ ৰান সংগ্ৰহ কৰে। দিল্লীৰ হৈ মাৰিজান কাপে দৰ্শনীয় বলিং কৰে। তেওঁ চাৰি অভাৰত মাত্ৰ ১১ ৰানত ২ উইকেট দখল কৰে।

ইয়াৰ প্ৰত্যুত্তৰত দিল্লীয়েও বেটিং কৰিবলৈ নমাৰ সময়ত আৰম্ভণি বৰ স্বস্তিকৰ নাছিল। দ্ৰুত একেৰাহে ৩টা উইকেট হেৰুৱাই চাপত পৰিছিল মেগ লেনিংছৰ দলটো। তিনিটা উইকেট পতনৰ পাছত জেমাইমা ৰড্ৰিগেজ আৰু মাৰিজান কাপে যুঁজ আৰম্ভ কৰে।

জেমাইমাই ২১টা বলত ৩০ ৰান সংগ্ৰহ কৰে। ২৬টা বলত ৪০ ৰানৰ বিধ্বংসী ইনিংছ খেলিও কাপে নিজৰ দলটোক জয়ৰ দিশে আগবঢ়াই নিব নোৱাৰিলে। শেষত দিল্লীৰ ইনিংছ ১৪১ ৰানতে সমাপ্ত হয়। হৰমনপ্ৰীতৰ মুম্বাই ইণ্ডিয়ানছে কৌৰে স্নায়ুযঁজ চম্ভালি পুনৰবাৰ WPL খিতাপ দখল কৰে।

সংক্ষিপ্ত স্কোৰঃ

মুম্বাই ইণ্ডিয়ানছ- ১৪৯/৭ (হৰমনপ্ৰীত কৌৰ-৬৬, নাটালি স্কাইভাৰ-ব্ৰেণ্ট-৩০)

দিল্লী কেপিটেলছ- ১৪১/৯ (মাৰিজন কাপ-৪০, জেমাইমা ৰড্ৰিগেজ-৩০)

মুম্বাই ইণ্ডিয়ানছে ৮ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm
বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

September 25, 2026 6:23 pm
নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

September 25, 2026 4:35 pm
অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

September 25, 2026 2:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm
বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

September 25, 2026 6:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd