• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ নিজৰ শৰীৰৰ পৰা প্ৰাক্তন স্বামী নাগাৰ শেষ স্মৃতিকণো মচি পেলালে অভিনেত্ৰী সামন্থাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2025 12:56 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জীৱনত নিজৰ ধৰণে আগবাঢ়ি গৈছে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ অভিনেতা নাগা চৈতন্যই। বৰ্তমান তেওঁ শোভিতা ধূলিপালাৰ সৈতে সুখেৰে সংসাৰ কৰিছে। অৱশ্যে তেওঁৰ প্ৰাক্তন পত্নী অভিনেত্ৰী সামন্থা ৰুথ প্ৰভু কামক লৈ ব্যস্ত।

অনুৰাগীসকলে ইতিমধ্যে জানিছিল যে নাগাৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদে সামান্থাক গভীৰভাৱে আঘাত দিছে। অভিনেত্ৰীগৰাকীয়ে বিভিন্ন সাক্ষাৎকাৰত কৈছে যে বিবাহ বিচ্ছেদ সন্দৰ্ভত সিদ্ধান্তৰ বিষয়ে অৱগত কৰা হৈছে আৰু সকলো মানি ল’বলগীয়া হৈছে।

Apply Now

সামন্থাৰ প্ৰেম, বিবাহ, নাগাৰ সৈতে বিচ্ছেদ সম্পৰ্কে আলোচনাৰ উপৰিও নায়িকাগৰাকীৰ ব্যক্তিগত জীৱনৰ বিষয়েও অন্তহীন চৰ্চাৰ অন্ত নাই। সকলোৰে দৃষ্টি কেতিয়া, ক’ত কি কৰিছে সামান্থাই। অভিনেত্ৰীগৰাকীয়ে নিজেই নিজৰ ব্যক্তিগত জীৱনটো বেছিকৈ লুকুৱাই ৰাখিব নিবিচাৰে। এইবাৰ তেওঁ নিজৰ শৰীৰৰ পৰা নাগাৰ শেষ স্মৃতিকণো মচি পেলালে। তেওঁ নিজৰ অনুৰাগীসকলক অকপটে এই কথা জনালে।

ইয়াৰ আগতে সামান্থাই নিজৰ বিয়াৰ সাজযোৰ কাটি ৰং কৰি ক’লা পোছাকত পৰিণত কৰিছিল। তেওঁলোকৰ এংগেজমেণ্টৰ সময়ত নাগাই দিয়া আঙঠিটোও ভাঙি এটা লকেট বনাইছিল। এতিয়া টেটুৰ পাল।

অভিনেতাগৰাকীৰ সৈতে সম্পৰ্ক আৰম্ভ কৰাৰ পিছত অভিনেত্ৰীগৰাকীয়ে নিজৰ শৰীৰত তিনিটাকৈ টেটু কৰে। ২০১০ চনত মুক্তি পোৱা সামান্থাৰ প্ৰথমখন ছবি ‘য়েহ মায়া চেছাভে’ ছবিখনৰ নাম অনুসৰি সামান্থাৰ পিঠিত আছে ‘ৱাইএমচি’ৰ টেটুটো। অভিনেত্ৰীগৰাকীৰ সোঁফালৰ কামিহাড়ৰ তলত লিখা আছে প্ৰাক্তন স্বামী নাগা চৈতন্যৰ মতা নাম ‘চাই’। সামান্থাই বিয়াৰ সময়ত এই টেটুটো কৰিছিল। আৰু তৃতীয়টো টেটু হাতৰ মণিবন্ধত। তাত দুডাল কাঁড় অংকন কৰা হৈছে। নাগা চৈতন্যৰ সৈতে মিলি তেতিয়া তেওঁ টেটুটো কৰিছিল।

ইতিমধ্যে সামান্থাই প্ৰথম টেটু দুটা আঁতৰাই পেলাইছিল। এইবাৰ সামান্থাই হাতৰ সৰু গাঁঠিৰ টেটুটোও আঁতৰাই পেলাইছে। কাৰণ নাগাৰ হাততো একেই টেটু আছিল। নাগাই অৱশ্যে এতিয়াও টেটুটো আঁতৰোৱা নাই। শোভিতাৰ লগত বিয়া হোৱাৰ পিছতো নাগাৰ হাতত টেটুটো দেখা গৈছে।

শেহতীয়াকৈ সামান্থাই ছ’চিয়েল মিডিয়াত এখন ছবি শ্বেয়াৰ কৰিছে। মচ খাই যোৱা কাঁড়ৰ টেটুটো তাত স্পষ্টকৈ দেখা গৈছিল। তেতিয়াৰ পৰা অনুৰাগীৰ মাজত চৰ্চা বিয়পি পৰিল যদিও অৱশেষত শেষ স্মৃতিকণো মচি পেলালে অভিনেত্ৰীগৰাকীয়ে!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd