• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নগাঁও জিলাত বেদখলকাৰীৰ কবলত ১ লাখ ২৯ হাজাৰ ৩৭২ বিঘা চৰকাৰী ভূমি! বিধানসভাত মন্ত্ৰীৰ স্বীকাৰোক্তি…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 22, 2025 12:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধানসভাৰ মজিয়াত উন্মোচিত হৈছে নগাঁৱৰ চৰকাৰী ভূমি বেদখলৰ ভয়ংকৰ তথ্য। দশক দশক ধৰি সন্দেহজনক লোকে নগাঁৱত দখল কৰি ৰাখিছে বৃহৎ পৰিসৰৰ চৰকাৰী ভূমি। পিজিআৰ, ভিজিআৰ সকলো শ্ৰেণীৰ ভূমিয়ে আছে বেদখলকাৰীৰ কবলত আছে বুলি জানিব পৰা গৈছে।

কলং আৰু সোণাই নৈৰ পাৰৰ বৃহৎ চৰকাৰী ভূমিত হৈছে বেদখল। বিধানসভাত প্ৰদান কৰা তথ্য অনুসৰি নগাঁও জিলাত বেদখলকাৰীৰ কবলত আছে সৰ্বমুঠ ১ লাখ ২৯ হাজাৰ ৩৭২ বিঘা ৩ কঠা ৪ লেছা চৰকাৰী ভূমি।

Apply Now

নগাঁও জিলাত ভিজিআৰ মাটি বেদখল হৈ আছে ২৬ হাজাৰ ৪১৩ বিঘা ৫ লেছা।তদুপৰি বেদখলকাৰীৰ দখলত আছে ১,৭৮৪ বিঘা ১ কঠা ১৪ লেছা পিজিআৰ ভূমি।

জিলাখনৰ কলং আৰু সোণাই নৈত সৰ্বাধিক মাটি বেদখল হৈ আছে। নগাঁও সদৰ ৰাজহ চক্ৰ এলেকাত ২৭ বিঘা ৩ কঠা ১৪ লেছা কলং নৈৰ মাটি বেদখল হৈছে আছে বুলি উন্মোচিত হৈছে তথ্য। আনহাতে, নগাঁও সদৰ ৰাজহ চক্ৰত সোণাই নৈৰ মাটি ৬ বিঘা ২ কঠা ৭ লেছা বেদখল হৈছে।

ইফালে, ৰূপহী ৰাজহ চক্ৰৰ অন্তৰ্গত সোণাই নৈৰ মাটিও বেদখল হৈছে। ৰূপহীত সোণাই নৈৰ মাটিৰ বেদখল হৈছে ৪০ বিঘা ১ কঠা। নগাবন্ধা, উদমাৰী, ৰৌমাৰী, হাতীপাৰা গাঁও এলেকাত বেদখল হৈছে সোণাই নৈৰ ভূমি।

ইফালে, চামগুৰিৰ ৰাজৰ চক্ৰৰ সোণাই নৈৰ মাটি ১৫ বিঘা হৈ আছে বেদখল। ৰূপহী টাউন, ৰূপহী ভকতগাঁও, বেলাগুৰি কছাৰীগাঁও আৰু লাওগাঁও এলেকাত বেদখল হৈ আছে এই ১৫ বিঘা ভূমি।

আজি অসম বিধানসভাত নগাঁৱৰ বিজেপি বিধায়ক ৰূপক শৰ্মাৰ লিখিত প্ৰশ্নৰ উত্তৰত ৰাজহ মন্ত্ৰী দিলে এই চাঞ্চল্যকৰ তথ্য। বিধানসভাত দাখিল কৰা উত্তৰতে ৰাজহ মন্ত্ৰীয়ে উল্লেখ কৰিছে যে অসম ভূমি নীতি ২০১৯ৰ দফা ৬ৰ অধীনত ভিজিআৰ আৰু পিজিআৰ ভূমিসমূহ সংৰক্ষণ আৰু বেদখলমুক্ত কৰি ৰখাৰ ব্যৱস্থা আছে।

ইফালে, ২০১৬ চনৰ পৰা সমগ্ৰ ৰাজ্যতে মুঠ ৬৭,৮৯১ বিঘা ১ কঠা ১৯ লেছা ভিজিআৰ-পিজিআৰ আৰু অন্যান্য চৰকাৰী তথা বনভূমি বেদখলমুক্ত কৰা হৈছে বুলিও জনায় ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

July 5, 2026 11:20 am
ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

July 5, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd