• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

RTI আইন দুৰ্বল নকৰিবলৈ আহ্বান নাগৰিক সমাজৰ সংগঠনসমূহৰ

এন ই নাউ নিউজ, গুৱাহাটী by এন ই নাউ নিউজ, গুৱাহাটী
March 22, 2025 4:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩০ৰো অধিক নাগৰিক সমাজৰ সংগঠনে কেন্দ্ৰীয় চৰকাৰক ২০০৫ চনৰ তথ্যৰ অধিকাৰ আইন (RTI Act) দুৰ্বল নকৰিবলৈ আহ্বান জনাইছে। নেশ্যনেল কাউন্সিল ফৰ পিপল’ছ ৰাইট টু ইনফৰ্মেশ্যন (NCPRI)-এ ২০২৩ চনত গৃহিত কৰা সংশোধনীকলৈ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে। কাৰণ এই সংশোধনীয়ে চৰকাৰী সংস্থাসমূহে প্ৰকাশ কৰিবলগীয়া তথ্যৰ পৰিমাণ বহুত সীমিত কৰিব।

RTI আইনৰ ৮(১)(জে) ধাৰা এতিয়া বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই ধাৰাৰ জৰিয়তে চৰকাৰী সংস্থাসমূহে ব্যক্তিগত তথ্যৰ বাবে কৰা আবেদন নাকচ কৰিব পাৰে। কিন্তু পূৰ্বে এই ধাৰাত এটা চৰ্ত আছিল, যিয়ে জনস্বাৰ্থ জড়িত থাকিলে ব্যক্তিগত তথ্য প্ৰকাশৰ অনুমতি দিছিল। কিন্তু ২০২৩ চনত কেন্দ্ৰীয় চৰকাৰে ডিজিটেল পাৰ্চনেল ডেটা প্ৰটেকশ্যন আইনৰ জৰিয়তে এই চৰ্তটো সম্পূৰ্ণৰূপে নাকচ কৰিছে। ফলত, জনস্বাৰ্থ থাকিলেও ব্যক্তিগত তথ্য প্ৰকাশৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি হৈছে।

Apply Now

এই সংশোধনী এতিয়াও বলৱৎ হোৱা নাই যদিও NCPRI আৰু অন্যান্য সংগঠনে এই পৰিৱৰ্তন বাতিল কৰাৰ বাবে দাবী জনাইছে। তেওঁলোকে মতে, ২০২৫ৰ ডিজিটেল পাৰ্চনেল ডেটা প্ৰটেকশ্যন আইনৰ চূড়ান্ত নিয়মত এই সংশোধনী অন্তৰ্ভুক্ত কৰা উচিত নহয় বুলি দাবী কৰিছে।

অৱশ্যে কেন্দ্ৰীয় চৰকাৰে এই উদ্বেগৰ বিষয়ে বিশদভাৱে সঁহাৰি জনোৱা নাই। চৰকাৰী বিষয়াসকলে উচ্চতম ন্যায়ালয়ৰ গোপনীয়তাক মৌলিক অধিকাৰ বুলি কোৱা ৰায়টো RTI আইনৰ সৈতে সংঘাতৰ সৃষ্টি কৰিছে বুলিহে প্ৰকাশ কৰিছে । কিন্তু কৰ্মীসকলে এই যুক্তি মানি ল’বলৈ বইচৰা নাই।

প্ৰাক্তন কেন্দ্ৰীয় তথ্য আয়ুক্ত এম. এম. আনছাৰীয়ে কয়, পূৰ্বৰ চৰ্তটো যথেষ্ট সুবিধাজনক আছিল। ই ব্যক্তিগত তথ্যৰ সুৰক্ষা দিছিল আৰু একে সময়তে কেতিয়া তথ্য প্ৰকাশ কৰিব লাগে তাকো স্পষ্ট কৰিছিল। তেওঁ এই পৰিৱৰ্তনৰ কোনো প্ৰয়োজন নাই আৰু ই স্বচ্ছতাৰ ক্ষতি কৰিব বুলি মত প্ৰকাশ কৰিছে।

এন ই নাউ নিউজ, গুৱাহাটী

এন ই নাউ নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd