• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পহিলা জানুৱাৰীৰ পৰাই বন্ধ হ’ব ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ চাউল বিতৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 13, 2017 9:36 am
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি মহানগৰীৰ শিল্পগ্ৰামত অনুষ্ঠিত হোৱা সদৌ অসম সমবায় সমিতি আৰু সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ  যুটীয়া বৈঠকত নৱবৰ্ষৰ ১ জানুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ চাউল বিতৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সদৌ অসম সমবায় সমিতিৰ সভাপতি দেবানন্দ গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সুলভ মূল্যৰ ব্যৱসায়ী সকল উপস্থিত থাকে। উক্ত সভাত সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ সম্পাদক হেমন্ত ডেকাই সভাৰ উদ্দেশ্য বাখ্যা আগবঢ়ায়। অসম চৰকাৰৰ যোগান বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ চাউল বিতৰণৰ বাবদ ৬০ কোটি টকা মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও এই ক্ষেত্ৰত সদৌ অসম সমবায় সমিতি আৰু ব্যৱসায়ী সন্থাই  অসন্তুষ্টি প্ৰকাশ কৰে। জানিব পৰা মতে সংগঠন দুটাৰ বিষয়ববীয়া সকলে মন্ত্ৰীগৰাকীক পৰিবহন আৰু কমিচন বাবদ হোৱা খৰচৰ ধন আদায় দিয়াৰ বাবে দাবী জনোৱাৰ লগতে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়।

লক্ষ্যণীয় যে বিগত ৯ মাহত চাউলৰ কমিচন তথা পৰিবহণৰ বাবদ হোৱা মুঠ ব্যয়ৰ পৰিমাণ ৩৬৯ কোটি  টকা যদিও যোগান বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে ৬০ কোটি টকা মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰতি দিয়ে। কিন্তু বাকী থকা ৩০৯ কোটি টকা কেতিয়া মুকলি কৰি দিয়া হ’ব বুলি সমবায় সমিতি আৰু সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই মন্ত্ৰীগৰাকীক প্ৰশ্ন উত্থাপন কৰে।

Apply Now

ইয়া উপৰিও সন্থা দুটাই ডি বি টি ব্যৱস্থা বাতিল কৰা, সুলভ মূল্যৰ এজেন্ট আৰু কৰ্মচাৰীৰ জীৱিকাৰ পথ প্ৰশস্ত কৰাকে ধৰি অন্য বহুকেইটা দাবী জনাই আহিছে যদিও বৰ্তমান সময়লৈকে চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে । উল্লেখনীয় যে এই দাবী সমূহ পূৰণ নকৰিলে ২০১৮ চনৰ পহিলা জানুৱাৰীৰ পৰা চাউলৰ বিতৰণ প্ৰক্ৰিয়াটো বাতিল কৰাৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে ৰাজ্যৰ মুঠ ৭৭৭ খন সমবায় সমিতি আৰু ৩৮,৭৮৪ জন সুলভ মূল্যৰ ব্যৱসায়ীয়ে অহা ১৫ ডিচেম্বৰত গুৱাহাটীত এখন অভিৱৰ্তনৰ কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলি জানিব পৰা গৈছে। সূলভ মূল্যৰ ব্যৱসাযী সন্থাৰ সম্পাদক হেমন্ত ডেকাই জানিবলৈ দিয়া অনুসৰি এই অভিবৰ্তনতে তেওঁলোকে সন্মুখীন হোৱা সমস্যা সমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd