• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ত, কিয়, কেনেকৈ? এটা পানীৰ বটলৰ দাম ১ লাখ ১৬ হাজাৰ টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 29, 2025 9:28 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপৰীয়া লোকগীতত মানৱ দেহা ‘মাটিৰ ভাণ্ড’ বুলি থাকিলেও মানৱ দেহা আচলতে পানীৰহে ভাণ্ড। মানুহৰ শৰীৰৰ ৭৫ শতাংশই পানী। আনহাতে পৃথিৱীৰ প্ৰায় ৭১ শতাংশ পানী।

পৃথিৱী পৃষ্ঠৰ এই পানী বছৰ বছৰ ধৰি মানুহে প্ৰকৃতিৰ পৰা বিনামূলীয়াকৈ পাই আহিছে। তথাপিও বেছিভাগ সময়তে আমি পানীৰ বাবে ধন দিবলগীয়া হয়। বিশেষকৈ সুস্বাদু পানীৰ বাবে।

Apply Now

মানুহৰ অস্তিত্বৰ বাবে পানী এক অপৰিহাৰ্য উপাদান। ই হজম শক্তিৰ পৰা আৰম্ভ কৰি শাৰীৰিক বৃদ্ধিলৈকে সকলোতে সহায় কৰে। সেয়েহে প্ৰতিদিনে কমেও ৩ লিটাৰ পানী খাবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। ইয়াৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য, কেৱল মানুহৰ খোৱাৰ বাবেই নহয়, প্ৰাণী আৰু উদ্ভিদ জগতৰ অস্তিত্বৰ বাবেও পানী অপৰিহাৰ্য। পৃথিৱীৰ সকলো ঠাইতে পানী উপলব্ধ হ’লেও বিশুদ্ধ খোৱাপানীৰ পৰিমাণ তাৰ তুলনাত তেনেই তাকৰ।

সাধাৰণতে এক লিটাৰ পানীৰ বটলৰ দাম আকাৰ আৰু কোম্পানীৰ ওপৰত নিৰ্ভৰ কৰি ২০ টকাৰ পৰা ৩০ টকালৈকে হয়। কিন্তু জাপানত বটলত ভৰোৱা এটা পানীৰ বটলৰ দাম শুনিলে চকু কপালত উঠিব আপোনাৰ।

বিশ্বৰ বজাৰত খোৱাপানীৰ বটল বিক্ৰী আৰু উৎপাদন কৰা কোম্পানীসমূহৰ ভিতৰত অন্যতম হৈছে জাপানৰ ফিলিকো জুৱেলাৰী ৱাটাৰ। জাপানত এই পানীৰ এক লিটাৰৰ এটা বটল কিনিবলৈ হ’লে ১৩৯০ ডলাৰ দিব লাগিব। যিটো ভাৰতীয় মূল্যত প্ৰায় ১ লাখ ১৬ হাজাৰ টকা।

এই কোম্পানীটো পানীৰ বিশুদ্ধতাৰ বাবেও পৰিচিত, লগতে পানীৰ বটলৰ অসাধাৰণ পেকেজিঙৰ বাবেও পৰিচিত। আচলতে এই কোম্পানীটোৰ বটলবোৰ স্বৰভস্কি স্ফটিকেৰে সজাই তোলা হৈছে। এই বটলবোৰ মিহি গহনাৰ টুকুৰাৰে তৈয়াৰী ডিজাইনেৰে সজাই তোলা হয়। ফিলিকো জুৱেলাৰীয়ে বিক্ৰী কৰা পানী জাপানৰ কোবেত অৱস্থিত এটা প্ৰাকৃতিক উৎসৰ পৰা লোৱা হয়। এই পানী নিজস্ব কিছুমান গুণৰ বাবে বিখ্যাত। কোৱা হয় যে এই পানী খালে শৰীৰটো সুস্থ হৈ থকাৰ লগতে ছালখনো সুন্দৰ হৈ থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd