• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘৰৰ মাটিত সুদৰ্শনৰ বিস্ফোৰক বেটিং, ছিৰাজ বাহিনীৰ দমনীয় বলিঙেৰে মুম্বাইক হৰুৱালে গুজৰাটে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 30, 2025 7:47 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এপিনে সুদৰ্শনৰ আক্ৰমণাত্মক বেটিং, আনফালে ছিৰাজ, প্ৰসিদ্ধ কৃষ্ণৰ দমনীয় বলিং। ঘৰুৱা খেলপথাৰতে মুম্বাইক অনায়াসে পৰাস্ত কৰে গুজৰাট টাইটানছে। শনিবাৰে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত হাৰ্দিক পাণ্ডিয়াৰ মুম্বাইক পৰাস্ত কৰি গুজৰাটে লীগ টেবুলৰ তৃতীয় স্থানলৈ আৰোহণ কৰে। আনহাতে, একেৰাহে দুখন মেচত পৰাস্ত হৈ মুম্বাই দহৰ ভিতৰত নৱম স্থানলৈ অৱনমিত হয়।

টছত জয়লাভ কৰি মুম্বাইৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। গুজৰাটৰ শুভমান গিল আৰু সাই সুদৰ্শনে বেটিং মুকলি কৰে। দুয়োজন অ’পেনাৰেই ভাল আৰম্ভণি কৰিছিল। অৱশ্যে নৱম অভাৰত হাৰ্দিক পাণ্ডিয়াৰ বলত নমন ধীৰৰ হাতত ধৰা পৰি গিল পেভিলিয়নলৈ উভতি আহে। তেওঁ ২৭টা বলত ৩৮ ৰানৰ ইনিংছ খেলিছিল।

Apply Now

তাৰ পাছত জোছ বাটলাৰে সুদৰ্শনৰ সংগ দিবলৈ ক্ৰীজত নামে। তেওঁ ২৪টা বলত ৫টা চাৰি আৰু এটা ছয়ৰে ৩৯ ৰান সংগ্ৰহ কৰে। ১৪ নং অভাৰত তেওঁ মুজিব উৰ ৰহমানৰ বলত কেচ আউট হয়। তাৰ পাছত সুদৰ্শনে প্ৰায় এককভাৱে মুম্বাইৰ দলটোক আগুৱাই লৈ গ’ল। তেওঁ ৪১টা বলত ৬৩ ৰানৰ এটা সাৱলীল ইনিংছ খেলিছিল।

যেতিয়া সুদৰ্শন ট্ৰেণ্টৰ অব্যৰ্থ ইয়ৰ্কাৰত এল বি ডব্লিউ আউট হৈছিল, তেতিয়া স্ক’ৰব’ৰ্ডত আছিল ১৭.৬ অভাৰত ৪ উইকেটৰ বিনিময়ত ১৭৯ ৰান। সাই সুদৰ্শন আউট হোৱাৰ পিছত বাকী কোনোৱেই তেনেকৈ আক্ৰমণ আগবঢ়াব নোৱাৰিলে। ইয়াৰ পিছৰ দুটা অভাৰত ৪টা উইকেট হেৰুৱাই মাত্ৰ ১৭ ৰানহে আহিল। শেষত নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই গুজৰাটৰ স্ক’ৰ ১৯৬ ৰান হয়।

বেটিং কৰিবলৈ নামি মুম্বাইয়ে আৰম্ভণিতে এক বিপৰ্যয়ৰ সন্মুখীন হয়। ১৯৭ ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ আহি প্ৰথম অভাৰতে ৰোহিত শৰ্মাক ছিৰাজে ব’ল্ড আউট কৰে। চতুৰ্থ অভাৰত ছিৰাজে ৰায়ান ৰিকেলটনক আউট কৰে। এই জটিল পৰিস্থিতিত মুম্বাইৰ দায়িত্ব লয় তিলক ভাৰ্মা আৰু সূৰ্যকুমাৰ যাদৱে। প্ৰায় ৮ অভাৰ যুঁজি দিলেও স্ক’ৰব’ৰ্ডে ১০০ৰ সীমা অতিক্ৰম কৰাৰ পূৰ্বেই তিলক আউট হয়। সূৰ্য্যই অৱশ্যে ২৮টা বলত ৪৮ ৰানৰ আক্ৰমণাত্মক ইনিংছ খেলিছিল যদিও  কোনো কামত নাহিল।

দলৰ ১৬ নং অভাৰত স্ক’ৰব’ৰ্ডত ৫ উইকেটত ১২০ ৰান হয়। তেওঁলোকে জয়ী হ’বলৈ মাত্ৰ ৪ অভাৰত ৭৬ ৰানৰ প্ৰয়োজন হৈছিল। বাকীসকলে প্ৰসিদ্ধ কৃষ্ণ, ছিৰাজ, আৰু সাই কিশোৰৰ শক্তিশালী বলিঙৰ আগত তিষ্ঠিব নোৱাৰিলে। মুম্বাই ইণ্ডিয়ানছে ২০ অভাৰত ৬টা উইকেট হেৰুৱাই মাত্ৰ ১৬০ ৰানহে সংগ্ৰহ কৰে। অৰ্থাৎ গুজৰাটে মেচখনত ৩৬ ৰানত জয়লাভ কৰে।

সংক্ষিপ্ত স্কোৰঃ

গুজৰাট টাইটানছ : ১৯৬/৮ (সাই সুদৰ্শন ৬৩, গিল ৩৮, বাটলাৰ ৩৯, ছিৰাজ ৩/৩৬, কৃষ্ণ ২/১৮)

মুম্বাই ইণ্ডিয়ানছ : ১৬০/৬ (তিলক ৩৯, সূৰ্য্যকুমাৰ ৪৮, হাৰ্দিক পাণ্ডিয়া ২/২৯)

গুজৰাট টাইটানছ ৩৬ ৰানত জয়ী হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am
ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

June 14, 2026 10:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd