• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৫ বছৰীয়া কিশোৰৰ সৈতে শিক্ষয়িত্ৰীৰ অবাধ যৌন সম্পৰ্ক! ধৰা পৰি ক’লে, মই ধুনীয়া, এয়াই মোৰ সমস্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 3, 2025 12:05 pm
2.7k
VIEWS
Share on FacebookShare on Twitter

১৫ বছৰীয় ছাত্ৰৰ সৈতে অবাধ যৌনসম্পৰ্ক স্থাপনৰ অভিযোগত এগৰাকী  শিক্ষয়িত্ৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ছাত্ৰজনৰ ঘৰৰ লোকৰ অভিযোগৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শিক্ষয়িত্ৰীগৰাকীক।

ছাত্ৰজনৰ মাতৃয়ে তেওঁৰ ফোনত কিছু অশ্লীল মেছেজ পাইছিল। তেওঁ অভিযোগ কৰে যে শিক্ষয়িত্ৰীগৰাকীয়ে এই মেছেজ পঠিয়াইছিল আৰু ছাত্ৰজনৰ সৈতে দীৰ্ঘদিন ধৰি যৌন সম্পৰ্কত আছিল। মাকৰ অভিযোগৰ পিছতে আৰক্ষীয়ে ত ক্ৰীষ্টিনা নামৰ শিক্ষয়িত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে।

তেওঁ ছাত্ৰজনক পঢ়োৱাৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰিছিল বুলি সদৰী কৰিছে। গ্ৰেপ্তাৰৰ পিছত তেওঁ নিজকে নিৰ্দোষী বুলি আদালতত আত্মপক্ষ সমৰ্থন কৰি কয়, “মই ধুনীয়া, এয়াই মোৰ সমস্যা। মই পঢ়োৱাত গুৰুত্ব দিছিলো। কিন্তু ছাত্ৰজনে মোৰ বিষয়ে ভুল ভাবিছে। ছাত্ৰজনে তেওঁৰ ফোনৰ পৰা মেছেজ পঠিয়াই ফঁচাবলৈ ব্লেকমেইল কৰিছে বুলি জনাইছে।

অৱশ্যে আদালতে তেওঁৰ বক্তব্য শুনাৰ পিছত জামিন প্ৰদান কৰিছে। কিন্তু গোচৰৰ সিদ্ধান্ত নোহোৱালৈকে তেওঁ স্কুলত সোমাব নোৱাৰিব আৰু ২০ বছৰৰ তলৰ কোনো শিশু-কিশোৰৰ কাষ চাপিব নোৱাৰিব। এপ্ৰিলত এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে আদালতে।

Recent News

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ফটা বাঁহ জোৰা লাগিবনে? এইবাৰ ইলন মাস্কে ক’লে, ‘মোৰ অবিহনে ট্ৰাম্প জিকিবই নোৱাৰিলেহেঁতেন’

ফটা বাঁহ জোৰা লাগিবনে? এইবাৰ ইলন মাস্কে ক’লে, ‘মোৰ অবিহনে ট্ৰাম্প জিকিবই নোৱাৰিলেহেঁতেন’

পত্নীৰ এইবোৰ স্বভাৱে স্বামীৰ জীৱনক নৰক কৰি তুলিব পাৰে, কৈছে চাণক্যই

পত্নীৰ এইবোৰ স্বভাৱে স্বামীৰ জীৱনক নৰক কৰি তুলিব পাৰে, কৈছে চাণক্যই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd