• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

চুডানৰ গৃহযুদ্ধই বিশ্বৰ আটাইতকৈ বৃহৎ মানৱীয় সংকটৰ সূচনা কৰিছে, দাৰফু আক্ৰমণত ৩০০ৰো অধিক সাধাৰণ নাগৰিকৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 15, 2025 2:20 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুটা বছৰ অতিক্ৰম কৰিলে চুডানৰ নিৰ্মম গৃহযুদ্ধই। ইয়াৰ লগে লগে দেশখনে সন্মুখীন হৈছে দুৰ্ভিক্ষৰ। ৰাষ্ট্ৰসংঘই ইয়াক বিশ্বৰ আটাইতকৈ ডাঙৰ মানৱীয় সংকট হিচাপে ঘোষণা কৰিছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সংস্থাই ২০২৫ চনৰ ১৪ এপ্ৰিলত প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি চুডানৰ দাৰফুৰ অঞ্চলত দুদিনীয়া যুদ্ধত ৩০০ৰো অধিক সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে।

শুকুৰবাৰ আৰু শনিবাৰে চুডানৰ অৰ্ধসামৰিক ৰেপিড চাপৰ্ট ফৰ্চে (আৰ এছ এফ) আক্ৰমণত দুৰ্ভিক্ষত আক্ৰান্ত দুটা স্থানচ্যুতসকলৰ শিবিৰ জামজাম আৰু আবু শ্বোৰুক আৰু উত্তৰ দাৰফুৰ ৰাজধানী এল ফাশ্বাৰক লক্ষ্য কৰি লৈছিল। প্ৰাৰম্ভিক প্ৰতিবেদনত ২০ জন শিশু আৰু ৯ জন সাহায্য কৰ্মীকে ধৰি ১০০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি উল্লেখ কৰা হৈছে যদিও স্থানীয় সূত্ৰ অনুসৰি  অধিক লোকৰ মৃত্যু হোৱা বুলি দাবী কৰিছে।

Apply Now

উল্লেখ্য যে ২০২৩ চনৰ ১৫ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা যুদ্ধখন খাৰ্টুমত চুডানৰ সেনা আৰু আৰ এছ এফৰ মাজত উত্তেজনা বৃদ্ধি হোাৱাত দাৰফুৰ আৰু ইয়াৰ বাহিৰতো বিয়পি পৰে। কমেও ২৪ হাজাৰ লোকৰ মৃত্যু হৈছে U.N. অনুমান কৰিছে যদিও কৰ্মীসকলে প্ৰকৃত সংখ্যা বহু বেছি বুলি দাবী কৰিছে। যোৱা মাহত চুডানৰ সেনাই প্ৰতীকীভাৱে খাৰ্টুম পুনৰ দখল কৰাৰ পিছতে আৰ এছ এফে এই শেহতীয়া আক্ৰমণ চলাই।

শৰণাৰ্থী সংস্থাটোৰ আঞ্চলিক সঞ্চালক মামাডু ডায়ান বাল্ডেৰ মতে, এই সংঘাতৰ ফলত প্ৰায় ১ কোটি ৩০ লাখ লোক স্থানচ্যুত হৈছে, ইয়াৰে ৪০ লাখ লোকে চুবুৰীয়া দেশ যেনে লিবিয়া (২ লাখ) আৰু উগাণ্ডা (৭০ হাজাৰ)লৈ পলায়ন কৰিছে। এই যুদ্ধই বিশ্বৰ আটাইতকৈ ভয়াৱহ স্থানচ্যুত সংকটৰ সৃষ্টি কৰিছে, শেহতীয়াকৈ কেৱল দাৰফুৰত সংঘটিত আক্ৰমণৰ ফলত ৬০ হাজাৰৰ পৰা ৮০ হাজাৰ পৰিয়াল স্থানান্তৰিত হৈছে, যাৰ অধিকাংশই সামৰিক নিয়ন্ত্ৰিত কিন্তু আৰ এছ এফৰ ঘেৰাও কৰা এল ফেশ্বাৰত আছে।

ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ ষ্টেফান ডুজাৰিকে জামজাম শিবিৰৰ এটা গুৰুত্বপূৰ্ণ স্বাস্থ্য কেন্দ্ৰত কাম কৰি থকা ৰিলিফ ইণ্টাৰনেশ্যনেলৰ ১০ জন মানৱীয় কৰ্মীয়ে ব্যাপক হাৰত হতাহত আৰু মৃত্যুৰ বাতৰি প্ৰকাশ কৰিছে। শৰণাৰ্থী দেশসমূহক সহায় কৰিবলৈ ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাটোৱে ১.৮ বিলিয়ন ডলাৰৰ আবেদন কৰিছিল কিন্তু মাত্ৰ ১০% পুঁজি প্ৰদান কৰা হৈছে, যাৰ ফলত জৰুৰী সাহায্য অবিহনে দক্ষিণ আফ্ৰিকা, উপসাগৰীয় বা ইউৰোপলৈ অধিক প্ৰব্ৰজনৰ আশংকা বৃদ্ধি পাইছে।

ৰাষ্ট্ৰসংঘই চুডানৰ প্ৰতিবেশী দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক শান্তিৰ বাবে একত্ৰিত হ’বলৈ আৰু ক্ৰমাৎ বৃদ্ধি পোৱা সংকটৰ সৈতে মোকাবিলা কৰিবলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd