• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ মহলাৰ প্ৰৱেশ পৰীক্ষা দুটা বেলাত অনুষ্ঠিত কৰাক লৈ আপত্তি চিকিৎসকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 19, 2025 12:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিকিৎসকসকলে চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ মহলাৰ প্ৰৱেশ পৰীক্ষা দুটা বেলাত অনুষ্ঠিত কৰা পদ্ধতি বাতিল কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ ওচৰত আহ্বান জনাইছে, এই পদ্ধতিৰ মাজত স্বচ্ছতাৰ অভাৱ আৰু অন্যায়ৰ অভিযোগ উত্থাপন কৰিছে। ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান পৰীক্ষা ব’ৰ্ডে (NBEMS) ২০২৫ চনৰ ১৫ জুনত পৰীক্ষা দুটা বেলাত—পুৱা ৯:০০ৰ পৰা দুপৰীয়া ১২:৩০ আৰু বিয়লি ৩:৩০ৰ পৰা সন্ধিয়া ৭:০০ বজালৈ—অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যন জুনিয়ৰ ডাক্তৰ নেটৱৰ্কৰ (IMA-JDN) প্ৰতিনিধি চিকিৎসক সকলে কয় যে এই পদ্ধটিৰে চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ মহলাৰ প্ৰৱেশ পৰীক্ষাত সমস্যাৰ সৃষ্টি কৰিছিল ।

এন ই ই টি পিজি ২০২৪, ১৭০খন চহৰত দুটা বেলাত অনুষ্ঠিত হৈছিল, তাত চিকিৎসকসকলে জনাইছিল যে দ্বিতীয় বেলাৰ পৰীক্ষা প্ৰথম বেলাতকৈ বহু কঠিন আছিল, যাৰ ফলত নম্বৰ আৰু ৰেংকিং অসমান হৈছিল। নম্বৰৰ ভাৰসাম্য ৰক্ষাৰ বাবে ব্যৱহৃত প্ৰক্ৰিয়াত স্বচ্ছতাৰ অভাৱৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল, যাৰ ফলত পৰীক্ষাৰ্থীৰ মাজত বিভ্ৰান্তি আৰু নিৰুৎসাহৰ সৃষ্টি হৈছিল।

Apply Now

IMA-JDNএ উল্লেখ কৰিছে যে পৰীক্ষাৰ্থীসকলক উত্তৰৰ চাবি বা সঁহাৰি পত্ৰৰ প্ৰৱেশাধিকাৰ দিয়া হোৱা নাছিল, যাৰ বাবে প্ৰক্ৰিয়াটো অন্যায় যেন লাগিছিল। IMA-JDNৰ ৰাষ্ট্ৰীয় সম্পাদক ডা০ ইন্দ্ৰনিল দেশমুখে কয় যে ২ লাখ এন ই ই টি পিজি আকাংক্ষীয়ে ২০২৫তো একেধৰণৰ সমস্যাৰ সন্মুখীন হ’ব বুলি আশংকা কৰিছে। তেওঁ কৰ্তৃপক্ষক এবালেতে  ন্যায্য আৰু স্বচ্ছ পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ আৰু সকলো জিলাত পৰীক্ষা কেন্দ্ৰ বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে।

যোৱা বছৰ NBEMSএ সময়ৰ অভাৱ আৰু নিৰাপত্তাৰ প্ৰট’কলৰ চিন্তাৰ বাবে দুটা বেলাত অনুষ্ঠিত কৰাৰ বাবে ন্যায্যতা প্ৰদান কৰিছিল, কিন্তু চিকিৎসকসকলে কয় যে ২০২৫ৰ বাবে তেনে কোনো লজিষ্টিক সমস্যা নাই, তথাপিও ডাবল শিফ্টৰ সিদ্ধান্ত বৰ্তী আছে। ২০২৪ৰ দ্বিতীয় বেলাৰ কিছু পৰীক্ষাৰ্থীয়ে উচ্চতম ন্যায়ালয়ত স্বাভাৱিককৰণৰ সূত্ৰক ত্ৰুটিপূৰ্ণ বুলি প্ৰত্যাহ্বান জনাইছিল আৰু অভিযোগ কৰিছিল যে ই তেওঁলোকৰ প্ৰতি অবিচাৰ কৰিছে। পৰীক্ষা প্ৰক্ৰিয়াৰ বিশ্বাসযোগ্যতা পুনৰুদ্ধাৰৰ বাবে চিকিৎসকসকলে এবেলা পৰীক্ষা, স্বচ্ছ নম্বৰ গণনা আৰু অধিক পৰীক্ষা কেন্দ্ৰৰ দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd