• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুদ্ধ হ’লে ১৪ লক্ষ্য ভাৰতীয় সৈন্যৰ ওচৰত কিমান দিন টিকি থাকিব পাৰিব পাকিস্তানী সৈন্য? দুয়োখন দেশৰ সামৰিক শক্তিক তুলনা কৰি চাও আহক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 20, 2025 5:26 pm
688
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল অসীম মুনিৰৰ এক বক্তব্যৰ পিছতে ভাৰত আৰু পাকিস্তানৰ মাজত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। ভাৰত আৰু কাশ্মীৰ সমস্যাৰ কথা কওঁতে তেওঁ ভাৰতৰ ১৩ লাখ সৈনিকৰ শক্তিক উলাই কৰি কয় যে, ইমান বৃহৎ শক্তিয়ে যদি পাকিস্তানক ভয় খুৱাব নোৱাৰে, তেন্তে দুই এজন সন্ত্ৰাসবাদীয়েও ভাৰতৰ ভৱিষ্যত সলনি কৰিব নোৱাৰে।

তেওঁৰ মন্তব্যই নতুন বিতৰ্কৰ সূচনা কৰিছে আৰু পুৰণি বিতৰ্ক পুনৰ উত্থাপিত হৈছে। বিশেষকৈ দুয়োখন দেশৰ সামৰিক শক্তিৰ তুলনা আৰম্ভ হৈছে। এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ’ল যুদ্ধ আৰম্ভ হ’লে পাকিস্তান ভাৰতৰ আগত কিমান দিন টিকি থাকিব পাৰিব?

জেনেৰেল মুনিৰে কয় যে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে পাকিস্তানে বিনিয়োগ নাপাব বুলি বহুতে আশংকা কৰা হৈছে। আপোনালোকে ভাবিছেনে যে সন্ত্ৰাসবাদীয়ে দেশৰ ভাগ্য কাঢ়ি নিব পাৰে? যদি ১৩ লাখ ভাৰতীয় সেনাই আমাক ভয় খুৱাব নোৱাৰে, তেন্তে এই সন্ত্ৰাসবাদীয়ে পাকিস্তানৰ সশস্ত্ৰ বাহিনীক পৰাস্ত কৰিব পাৰে বুলি আপুনি ভাবেনে?”

বিশ্বৰ সামৰিক শক্তিৰ তালিকা প্ৰস্তুত কৰা সংস্থা গ্ল’বেল ফায়াৰপাৱাৰৰ তথ্য অনুসৰি ভাৰতত প্ৰায় ১৪.৫ লাখ সক্ৰিয় সামৰিক জোৱান আছে। যাৰ বাবে ই বিশ্বৰ দ্বিতীয় বৃহত্তম সামৰিক বাহিনী। তাৰ তুলনাত পাকিস্তানৰ সক্ৰিয় বাহিনী এই সংখ্যাৰ আধাতকৈও কম। ভাৰতত বৃহৎ অৰ্ধসামৰিক বাহিনীও আছে, য’ত ২৫ লাখতকৈ অধিক জোৱান আছে, আনহাতে পাকিস্তানত সেই সংখ্যা প্ৰায় ৫ লাখ।

ভাৰতত আছে ৪৫০০ টেংক আৰু প্ৰায় ৫৩৮ খন যুদ্ধ বিমান। অৰ্জুন মেইন বেটল টেংক, ব্ৰহ্মছ মিছাইল, টি-৯০ ভীষ্ম টেংক, পিনাক মাল্টি বেৰেল ৰকেট লঞ্চাৰ আৰু হাউইটজাৰ আৰ্টিলাৰী গান আদি উন্নত অস্ত্ৰ আছে ভাৰতৰ লগত।

ভাৰতৰ বায়ুসেনা ভাৰতৰ প্ৰতিৰক্ষাৰ আন এক শক্তিশালী স্তম্ভ।  ভাৰতৰ প্ৰায় ২২২৯খন বিমান আছে। য’ত আছে ৬০০ৰো অধিক যুঁজাৰু বিমান, ৮৩১খন সহায়ক বিমান, আৰু প্ৰায় ৯০০খন হেলিকপ্টাৰ। প্ৰধান যুদ্ধ বিমানসমূহৰ ভিতৰত আছে ৰাফেল, মিৰাজ ২০০০, মিগ-২৯, আৰু থলুৱাভাৱে নিৰ্মিত চুখয় ছু-৩০এমকেআই। ভাৰতত ব্ৰহ্মছ, ৰুদ্ৰাম, আৰতি, নিৰ্ভয় আৰু আকাশ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ দৰে অত্যাধুনিক ক্ষেপণাস্ত্ৰো আছে।

ভাৰতীয় নৌসেনা হৈছে প্ৰতিৰক্ষা বাহিনীৰ আন এক শক্তিশালী শাখা। ভাৰতে এই ক্ষেত্ৰত অহৰহ শক্তি বৃদ্ধি কৰি আছে। ভাৰতীয় নৌসেনাত বৰ্তমান ১,৪২,০০০ৰো অধিক জোৱান আছে। পাৰমাণৱিক চালিত চাবমেৰিনকে ধৰি প্ৰায় ১৫০খন যুদ্ধজাহাজ আছে ভাৰতৰ। লগতে আছে দুখন প্ৰধান বিমানবাহী জাহাজ – আই এন এছ বিক্ৰমাদিত্য আৰু আই এন এছ বিক্ৰান্ত।

গ্ল’বেল ফায়াৰপাৱাৰ ইনডেক্স অনুসৰি যোৱা বছৰ পাকিস্তানত বিশ্বৰ ভিতৰতে নৱম শক্তিশালী সামৰিক বাহিনী আছিল। কিন্তু এইবাৰ দ্বাদশ স্থানলৈ নামি আহিছে। এই অৱনতি ঘটিলেও সামৰিক দিশৰ পৰা দেশখন এতিয়াও যথেষ্ট শক্তিশালী। পাকিস্তানত প্ৰায় ৬ লাখ ৫৪ হাজাৰ সক্ৰিয় সামৰিক বাহিনী আছে। পাকিস্তান সেনাৰ হাতত আছে ১৪৩৪খন বিমান। য’ত আছে ৩৮৭খন যুঁজাৰু বিমান, ৬০খন পৰিবহণ বিমান, ৫৪৯খন প্ৰশিক্ষণ বিমান আৰু ৩৫২খন হেলিকপ্টাৰ। ইয়াৰ উপৰিও ইয়াত ৪খন আকাশী ইন্ধন ভৰোৱা টেংকাৰ আৰু ৫৭খন আক্ৰমণাত্মক হেলিকপ্টাৰ আছে।পাকিস্তানৰ নৌসেনাৰ ১১৪খন জাহাজ আছে। য’ত আছে ৮খন চাবমেৰিন আৰু ৯খন ফ্ৰিগেট। স্থলভাগত পাকিস্তানী সেনাৰ হাতত আছে ৩,৭৪২ টা টেংক, ৫০,০০০ তকৈ অধিক সাজসজ্জিত বাহন, ৭৫২ টা স্বয়ংচালিত আৰ্টিলাৰী ইউনিট, আৰু ৬৯২ টা ভ্ৰাম্যমাণ ৰকেট লঞ্চাৰ।

Recent News

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd