• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

কট্টৰ ট্ৰাম্প বিৰোধী মাৰ্ক কাৰ্নীৰ জয় : কানাডাত পুনৰ ক্ষমতালৈ উভতি আহিল লিবাৰেল পাৰ্টি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 30, 2025 8:33 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কানাডাৰ নিৰ্বাচনত লিবাৰেল পাৰ্টিয়ে জয়লাভ কৰিছে। ইলেকচনছ কানাডাৰ তথ্য অনুসৰি কানাডাৰ নিৰ্বাচনত ৬৭.১৫ শতাংশ ভোটাৰে ভোটদান কৰিছিল। ২০২১ চনত ৬২.৬ শতাংশ ভোটদান হৈছিল। নিৰ্বাচনত জয়ী হোৱাৰ পিছত পুনৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিব মাৰ্ক কাৰ্নীয়ে।

যোৱা ২৮ এপ্ৰিলত কানাডাত ভোটগ্ৰহণ অনুষ্ঠিত হয়। ভোটৰ শতাংশৰ ক্ষেত্ৰত লিবাৰেল পাৰ্টিয়ে ৪৩.৫ শতাংশ আৰু কনজাৰ্ভেটিভ পাৰ্টিয়ে ৪১.৪ শতাংশ ভোট লাভ কৰে।

Apply Now

চলিত বৰ্ষৰ ৭ জানুৱাৰীত জাষ্টিন ট্ৰুডোৱে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত ৫৯ বছৰীয়া মাৰ্ক কাৰ্নীয়ে ১০ মাৰ্চত শাসকীয় লিবাৰেল পাৰ্টিৰ নেতাৰ দায়িত্ব গ্ৰহণ কৰিছিল। দলৰ আভ্যন্তৰীণ নিৰ্বাচনত তেওঁ লাভ কৰিছিল প্ৰায় ৮৬ শতাংশ ভোট। তেওঁ প্ৰতিদ্বন্দ্বী ‘বিত্তমন্ত্ৰী’ ক্ৰীষ্টিয়া ফ্ৰীলেণ্ডক পৰাস্ত কৰে। ৰাজনৈতিক মহলত কাৰ্নীক কঠোৰ ট্ৰাম্প বিৰোধী হিচাপে জনা যায়।

দিনটোৰ ফলাফলৰ লগে লগে কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা পিয়েৰ পইলেভাৰে পৰাজয় স্বীকাৰ কৰে। নিৰ্বাচনত জয়ী হোৱাটো নিশ্চিত বুলি জানি মাৰ্ক কাৰ্নীয়ে পুনৰবাৰ আমেৰিকাৰ বিৰুদ্ধে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে। তেওঁ কয়, “আমাৰ সৈতে আমেৰিকাৰ পুৰণি সম্পৰ্ক এতিয়া অতীতৰ কথা। আমেৰিকাৰ বিশ্বাসঘাতকতাত আমি স্তম্ভিত হৈছো।”

Thank you, Canada.

Together, we’ll build #CanadaStrong pic.twitter.com/TYadMPAfj2

— Liberal Party (@liberal_party) April 29, 2025

কানাডাত মুঠ ৩৪৩খন আসন আছে। সংখ্যাগৰিষ্ঠতাৰ বাবে ১৭২ খন আসনৰ প্ৰয়োজন। শেহতীয়া খবৰ অনুসৰি লিবাৰেল পাৰ্টিয়ে ১৬৮খন আসনত জয়ী হৈ আগবাঢ়ি আছে, আনহাতে কনজাৰ্ভেটিভ পাৰ্টিয়ে ১৪৪খন আসনত জয়লাভ কৰি আগবাঢ়ি আছে। বিকিউৱে জয়লাভ কৰি ২৩খন আসনত আগবাঢ়ি আছে। নিউ ডেম’ক্ৰেটিক পাৰ্টিয়ে জয়লাভ কৰি ৭খন আসনত আগবাঢ়ি আছে, আৰু গ্ৰীণ পাৰ্টিয়ে ১ খন আসনত জয়ী হৈ আগবাঢ়ি আছে। এই পৰ্যন্ত উপলব্ধ তথ্য অনুসৰি ৯৯% ভোটগণনা সম্পূৰ্ণ হৈছে। ৩৪৩খন আসনৰ ভিতৰত বাকী ১৫খন আসনৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হ’ব।

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে চলিত বৰ্ষৰ ৭ জানুৱাৰীত পদত্যাগ ঘোষণা কৰে। প্ৰায় এটা দশক ধৰি তেওঁ কানাডাক শাসন কৰি আহিছে। দলৰ ভিতৰত আৰু বাহিৰত একাধিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈ তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হয়। অৱশ্যে পদত্যাগ কৰাৰ পিছত দেশৰ নিৰ্বাচনী ব্যৱস্থাক লৈ তেওঁ হতাশা প্ৰকাশ কৰে।

পদত্যাগ কৰাৰ পিছত অট’ৱাত অনুষ্ঠিত সংবাদমেলত ভাষণ দি ৫৩ বছৰীয়া ট্ৰুডোৱে নিজৰ হতাশা প্ৰকাশ কৰি কয় যে, “যদি মোৰ এটা আক্ষেপ আছে, তেন্তে সেয়া হৈছে আমাৰ নিৰ্বাচনী ব্যৱস্থাৰ সংস্কাৰ। মই আশা কৰিছিলোঁ যে মানুহে নিজৰ ভোটৰ জৰিয়তে প্ৰকৃত পছন্দৰ স্বাধীনতা পাব। তেওঁলোকে বেলটত কাৰোবাক প্ৰথম পছন্দ, দ্বিতীয় পছন্দ বা তৃতীয় পছন্দ হিচাপে বাছি লোৱাৰ সুযোগ পাব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

August 28, 2026 8:51 pm
নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd