• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইজৰাইলৰ টাৱাৰ ছেমিকণ্ডাক্টৰৰ সৈতে ১০ বিলিয়ন ডলাৰৰ চিপ প্ৰকল্প বন্ধ কৰিলে আদানী গ্ৰুপে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 1, 2025 1:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত ১০ বিলিয়ন ডলাৰৰ চিপ নিৰ্মাণ প্ৰকল্পৰ বাবে ইজৰাইলৰ টাৱাৰ ছেমিকণ্ডাক্টৰৰ সৈতে আলোচনা বন্ধ কৰিল উদ্যোপতি গৌতম আদানীৰ নেতৃত্বৰ আদানী গ্ৰুপে। ভাৰতত অনিশ্চিত চাহিদাৰ বাবে প্ৰকল্পটোৰ কৌশলগত আৰু বাণিজ্যিক কাৰ্য্যক্ষমতাৰ অভাৱ বুলি জ্ঞাত হোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে অদানি গ্ৰুপে।

ভাৰতক বিশ্বব্যাপী চিপ নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে মহাৰাষ্ট্ৰত প্ৰতিমাহে ৮০ হাজাৰ ৱেফাৰ উৎপাদন কৰা আৰু ৫,০০০ চাকৰিৰ সৃষ্টি কৰাৰ লক্ষ্যৰে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত এই প্ৰকল্পৰ ঘোষণা কৰা হৈছিল।

Apply Now

আদানী গ্ৰুপৰ আভ্যন্তৰীণ পৰ্যালোচনাত প্ৰকল্পটোৱে চিপৰ বাবে পৰ্যাপ্ত স্থানীয় চাহিদা সৃষ্টি কৰাৰ ক্ষমতাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে। ইফালে ইউ বি এছৰ এক প্ৰতিবেদনত ভাৰতৰ অৰ্ধপৰিবাহীৰ বজাৰ বৃদ্ধি পোৱাৰ সময়তে বৰ্তমান বিশ্বৰ চাহিদাৰ মাত্ৰ ৬.৫%হে ইয়াৰ লাভ আছে, আনহাতে আমেৰিকা আৰু চীনে মিলি ৫৪% লাভ কৰিছে বুলি প্ৰকাশ পাইছে।

উল্লেখ্য যে টাৱাৰে মূলতঃ কাৰিকৰী বিশেষজ্ঞতা প্ৰদান কৰাৰ বাবে গোটটোৱে টাৱাৰ ছেমিকণ্ডাক্টৰেও অধিক আৰ্থিক বিনিয়োগ কৰাটো বিচাৰিছিল। এক বিশেষ সূত্ৰ অনুসৰি এয়া আছিল এক কৌশলগত সিদ্ধান্ত। ২০২৩ চনত ১৯.৫ বিলিয়ন ডলাৰৰ বেদান্ত-ফক্সকন চিপ উদ্যোগৰ পতনৰ পিছত ভাৰতৰ অৰ্ধপৰিবাহী উচ্চাকাংক্ষাৰ বাবে এই বিৰতিৰ সৃষ্টি হৈছে।ইয়াৰ পিছতো টাটা গ্ৰুপৰ ১১ বিলিয়ন ডলাৰৰ চিপ নিৰ্মাণ প্লাণ্ট আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাইক্ৰনৰ ২.৭ বিলিয়ন ডলাৰৰ চিপ পেকেজিং ইউনিটকে ধৰি অন্যান্য প্ৰকল্পসমূহ আগবাঢ়িছে। আদানী গ্ৰুপৰ এই সিদ্ধান্তই ভাৰতৰ নতুন চিপ বজাৰত প্ৰৱেশৰ ক্ষেত্ৰত সাৱধানতা প্ৰতিফলিত কৰিছে, য’ত এতিয়াও চাহিদা আৰু আন্তঃগাঁথনিৰ বিকাশ ঘটিছে। অৱশ্যে এই নিষেধাজ্ঞা সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো মন্তব্য কৰা নাই অদানী গ্ৰুপে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm
ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

June 9, 2026 9:08 pm
হলিউড বক্স অফিচত জেনজি ইউটিউবাৰৰ ধুমুহা : সলনি হৈছে চিনেমা নিৰ্মাণৰ পুৰণি ধাৰা

হলিউড বক্স অফিচত জেনজি ইউটিউবাৰৰ ধুমুহা : সলনি হৈছে চিনেমা নিৰ্মাণৰ পুৰণি ধাৰা

June 9, 2026 8:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd