• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১০০% গেৰান্টি দি ক’ব পাৰোঁ, গৌৰৱ গগৈৰ ল’ৰা আৰু ছোৱালী ভাৰতীয় নাগৰিক নহয় : হিমন্ত বিশ শৰ্মা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 2, 2025 3:31 pm
296
VIEWS
Share on FacebookShare on Twitter

“গৌৰৱ গগৈয়ে যদি নিজৰ নাবালক সন্তান ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিব পাৰে মই মুখ্যমন্ত্ৰী পদ এৰি দিম।” কিছুদিন পূৰ্বে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক এইদৰে প্ৰত্যাহ্বান জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক আক্ৰমণ কৰি কয় যে যোৰহাট সাংসদগৰাকীৰ সন্তান দুটা ভাৰতীয় নাগৰিক নহয় । যদিও ইয়াৰে এজনৰ জন্ম ভাৰতত আৰু সেয়েহে জন্মসূত্ৰে ভাৰতৰ নাগৰিক হ’ব লাগিছিল।

ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “মই নিশ্চিত যে গৌৰৱ গগৈৰ পুত্ৰ আৰু কন্যা ভাৰতীয় নাগৰিক নহয়। কংগ্ৰেছৰ সাংসদগৰাকীৰ দুই সন্তানৰ নাগৰিকত্ব ভাৰতীয় নহয় বুলি মোৰ ওচৰত প্ৰমাণ আছে। তেওঁলোকৰ নাগৰিকত্বৰ মৰ্যাদা গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীয়ে তেওঁলোকৰ অজ্ঞাতে সলনি কৰিছিল।”

“গৌৰৱ গগৈয়ে তেওঁৰ নাবালক সন্তান ভাৰতীয় নাগৰিক নহয় বুলি অস্বীকাৰ কৰিব পাৰিলে মই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিম। তেওঁৰ পত্নী ভাৰতীয় নাগৰিক নহয় আৰু তেওঁৰ নাবালক পুত্ৰ-কন্যাও ভাৰতৰ নাগৰিক নহয়। কোনে জানে গৌৰৱ গগৈয়ে কেতিয়া ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰে।”

ইয়াৰ পূৰ্বে শৰ্মাই বৃহস্পতিবাৰে সন্ধিয়া ‘এক্স’ৰ এটা পোষ্টত দাবী কৰিছিল যে “অসমৰ এজন সংসদৰ নাবালক সন্তান ভাৰতৰ নাগৰিক নহয়”।

মুখ্যমন্ত্ৰী শৰ্মাই পোষ্টটোত লিখিছে, “মই এই কথা সম্পূৰ্ণ দায়িত্ব লৈ কৈছো, অসমৰ এজন সংসদৰ নাবালক ল’ৰা-ছোৱালী এতিয়া ভাৰতৰ নাগৰিক নহয়। কিন্তু এয়া মাত্ৰ আৰম্ভণিহে। আৰু বহু কথা প্ৰকাশ কৰিবলগীয়া আছে।”

আনহাতে, যোৰহাটৰ সাংসদগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক অন্ধকাৰত ৰাখি ১৫ দিন পাকিস্তানত থাকি অহা বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এছ আই টিৰ তদন্তত আৰু বহু কথা ওলাই পৰিব বুলিও মুখ্যমন্ত্ৰী হিন্ত বিশ শৰ্মাই মন্তব্য কৰে।হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণৰ সময়ত কি কৰিছিল, ক’ত আছিল সেই কথা তেওঁ অসমৰ ৰাইজক জনাব লাগে। অৱশ্যে এই সম্পৰ্কে এতিয়াও কোনো স্পষ্টীকৰণ দিয়া নাই গৌৰৱ গগৈয়ে।

Recent News

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

“বিশ্বাস কৰা মা-দেউতা, তোমালোকেই মোৰ পৃথিৱী”, সামাজিক মাধ্যমত হৃদয় বিদাৰক পোষ্ট ‘ত্যাজপুত্ৰ’ তেজ প্ৰতাপৰ

“বিশ্বাস কৰা মা-দেউতা, তোমালোকেই মোৰ পৃথিৱী”, সামাজিক মাধ্যমত হৃদয় বিদাৰক পোষ্ট ‘ত্যাজপুত্ৰ’ তেজ প্ৰতাপৰ

কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতৰ দল : ডকাইতি কৰি ঘূৰি অহাৰ সময়তে কৰায়ত্ত কৰে আৰক্ষীয়ে

কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতৰ দল : ডকাইতি কৰি ঘূৰি অহাৰ সময়তে কৰায়ত্ত কৰে আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd