• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰ্মান্তিক ঘটনা! গোৱাৰ মন্দিৰত পদপিষ্ট হৈ ৬ জনৰ মৃত্যু; আহত কমেও ১৫ জন

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 3, 2025 10:04 am
138
VIEWS
Share on FacebookShare on Twitter

জানুৱাৰী মাহৰ পিছৰ এইবাৰ মে’ মাহ। মাত্ৰ কেইমাহমানৰ ভিতৰতে পুনৰ মন্দিৰত দুৰ্যোগৰ সৃষ্টি হ’ল। অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি মন্দিৰত সংঘটিত হোৱা কৰুণ দুৰ্ঘটনাৰ পুনৰাবৃত্তি ঘটিছে এইবাৰ গোৱাৰ শিৰগাঁৱত।

শনিবাৰে পুৱা লাইৰাই দেৱী মন্দিৰত সংঘটিত হোৱা পদপিষ্টৰ ঘটনাত কমেও ৬ জন লোক নিহত হয়। কমেও ১৫ জন লোক আহত হৈছে।

শুকুৰবাৰে গভীৰ নিশাৰ পৰা মন্দিৰৰ বাৰ্ষিক শোভাযাত্ৰাৰ বাবে বহু লোক সমবেত হয়। তাতেই ঘটে বিপৰ্যয়। জনসমাগম বৃদ্ধি পোৱাৰ লগে লগে পুৱাৰ ভাগত এই পদপিষ্টৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছিল। এই ভিৰৰ বাবে বহু লোক মাটিত পৰি যায়।

উল্লেখ্য যে যোৱা ৮ জানুৱাৰীত তিৰুপতি মন্দিৰত হোৱা পদপিষ্টৰ ঘটনাত ৬জন তীৰ্থযাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল। আনহাতে কমেও ২০ জন লোক আহত হয়।

উত্তৰ গোৱাৰ আৰক্ষী অধীক্ষক অক্ষত কৌশলে শিৰগাঁৱৰ লাইৰাই দেৱী মন্দিৰত সংঘটিত পদপিষ্টৰ ঘটনাত ৬ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। শনিবাৰে পুৱাৰ ভাগত সংঘটিত হোৱা এই দুৰ্ঘটনাত আন কমেও ১৫ জন লোক আহত হোৱা বুলিও তেওঁ জনায়।

গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে এই ঘটনাত শোক প্ৰকাশ কৰিছে। তেওঁ কয় যে তেওঁ ব্যক্তিগতভাৱে সমগ্ৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শিৰগাঁৱৰ লাইৰাই দেৱী মন্দিৰত সংঘটিত হোৱা দুৰ্যোগৰ বুজ লৈছে। তেওঁ গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ সৈতে ফোনযোগে কথা পাতিছে।

Recent News

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd