• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত’! অপাৰেচন সিন্দুৰ এতিয়াও শেষ হোৱা নাই? সৰ্বদলীয় বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী  

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 8, 2025 3:36 pm
81
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে মাজনিশা ২৫ মিনিটৰ অভিযান (অপাৰেচন সিন্দুৰ)। ফলত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস হয়। পেহেলগাম আক্ৰমণৰ প্ৰতি এয়া আছিল ভাৰতৰ ‘প্ৰতিক্ৰিয়া’।

বৃহস্পতিবাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰি বিৰোধীক এই অভিযান সন্দৰ্ভত বিতংভাৱে অৱগত কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তাত কয় যে এই অভিযানত এশৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে।

আজি সংসদ ভৱনত এখন সৰ্বদলীয় বৈঠকৰ আয়োজন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনুপস্থিতিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সভাপতিত্ব কৰে বৈঠকত। এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ লগতে কেবিনেটৰ কেইবাজনো সদস্য উপস্থিত থাকে। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেকে ধৰি কেইবাটাও বিৰোধী দলৰ প্ৰতিনিধি উপস্থিত থাকে।

সূত্ৰৰ উদ্ধৃতি দি একাধিক প্ৰতিবেদনে দাবী কৰিছে যে ‘অপাৰেচন সিন্দুৰ’ৰ জৰিয়তে একাধিক সন্ত্ৰাসবাদীৰ ঘাটি কেনেকৈ ধ্বংস কৰা হৈছিল সেই কথা বৈঠকত তুলি ধৰা হয়। এই অভিযানৰ সম্ভাৱ্য প্ৰভাৱৰ লগতে পাকিস্তানৰ পৰা সম্ভাৱ্য প্ৰত্যাক্ৰমণৰ বিষয়েও আলোচনা কৰা বুলি জানিব পৰা গৈছে। একে সময়তে বিভিন্ন প্ৰতিবেদনত সূত্ৰৰ উদ্ধৃতি দি দাবী কৰা হৈছে যে অপাৰেচন সিন্দুৰ এতিয়াও শেষ হোৱা নাই বুলি জনাইছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে।

সংশ্লিষ্ট সূত্ৰ অনুসৰি আজিৰ সৰ্বদলীয় বৈঠকত যদিও প্ৰধানমন্ত্ৰী শাৰীৰিকভাৱে উপস্থিত নাছিল, তথাপিও তেওঁৰ বাৰ্তা শুনোৱা হয়। কেন্দ্ৰীয় কেবিনেটৰ সদস্যসকলে বিৰোধী দলৰ প্ৰতিনিধিলৈ মোডীৰ ‘ঐক্য’ৰ বাৰ্তা প্ৰেৰণ কৰে। বাৰ্তাটোত কোৱা হৈছে যে এনে কঠিন পৰিস্থিতিত দেশৰ প্ৰতিজন নাগৰিকে একত্ৰিত হৈ থকাটো প্ৰয়োজন।

অপাৰেচন সিন্দুৰ সন্দৰ্ভত আজিৰ সৰ্বদলীয় বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে, “প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ তত্বাৱধানত এই বৈঠক আয়োজন কৰা হৈছিল। আজিৰ বিষয়টো আছিল অতি গুৰুতৰ, যাৰ বাবে প্ৰতিটো দলে গুৰুত্বসহকাৰে নিজৰ মতামত দাঙি ধৰিলে। অপাৰেচন সিন্দুৰৰ বিষয়ে সকলো নেতাক অৱগত কৰিছে ৰাজনাথ সিঙে। চৰকাৰৰ উদ্দেশ্য আৰু সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে তেওঁ সকলোকে অৱগত কৰে। তাৰ পিছত সকলো ৰাজনৈতিক নেতাই বক্তব্য ৰাখি কিছু পৰামৰ্শ দিয়ে। আজিৰ বৈঠকত সকলো নেতাই পৰিপক্কতা দেখুৱাইছে বুলি মোৰ বিশ্বাস।”

Recent News

ভাৰতৰ ৰক্ষা কবচ ‘সুদৰ্শন চক্ৰ’! মাজ আকাশতে ধ্বংস কৰিলে একাধিক পাকিস্তানী ড্ৰোণ-ক্ষেপণাস্ত্ৰ

ভাৰতৰ ৰক্ষা কবচ ‘সুদৰ্শন চক্ৰ’! মাজ আকাশতে ধ্বংস কৰিলে একাধিক পাকিস্তানী ড্ৰোণ-ক্ষেপণাস্ত্ৰ

‘১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত’! অপাৰেচন সিন্দুৰ এতিয়াও শেষ হোৱা নাই? সৰ্বদলীয় বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী  

‘১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত’! অপাৰেচন সিন্দুৰ এতিয়াও শেষ হোৱা নাই? সৰ্বদলীয় বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী  

ভাৰতত থাকি পাকিস্তানক সমৰ্থন! হায়দৰাবাদৰ ‘কাৰাচী বেকাৰী’ পুনৰ হিন্দুত্ববাদী কৰ্মীৰ ক্ষোভৰ সন্মুখীন

ভাৰতত থাকি পাকিস্তানক সমৰ্থন! হায়দৰাবাদৰ ‘কাৰাচী বেকাৰী’ পুনৰ হিন্দুত্ববাদী কৰ্মীৰ ক্ষোভৰ সন্মুখীন

উত্তৰাখণ্ডত হেলিকপ্টাৰ ভাঙি পৰি ৫জন নিহত, দুজন গুৰুতৰভাৱে আহত

উত্তৰাখণ্ডত হেলিকপ্টাৰ ভাঙি পৰি ৫জন নিহত, দুজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd