• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ বাবে গৌৰৱ গগৈ ঘোৰ দুশ্চিন্তাৰ কাৰণ হৈ পৰিছে- ড০ হীৰেন গোহাঁই

ড০ হীৰেন গোহাঁই by ড০ হীৰেন গোহাঁই
May 23, 2025 1:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমতে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ বিষয়ে মুখ্য মন্ত্ৰীৰ বিচিত্ৰ অভিযোগ শুনি ভাবিছিলো যে এইটো এটা সস্তীয়া নিৰ্বাচনী গাজা। এনে সময়তে এটা পুণ্যবান মহলৰ পৰা বিৰোধী পক্ষৰ বিৰুদ্ধে নানা কলংক ৰটনা হয়েই। দুদিন পাছত নিজে নিজে ঠাণ্ডা হয়।

‌কিন্তু এইবাৰতো মুখ্যমন্ত্ৰীৰ গেছ বেলুনটোৰ পাম নগ‘ল। নতুন নতুন ৰোমহৰ্ষক খুটি-নাটি উলিয়াবলৈ ধৰিলে। অৱশেষত পুৰা আইএছআইৰ এজেণ্ট ,সজাইহে এৰিলে। এই অভিযোগৰ সমৰ্থনত ৰঙ বিৰঙৰ মনোহাৰী তথ্য প্ৰতিদিনেই প্ৰকাশ কৰি আছে মুখ্যমন্ত্ৰী জনে। তেওঁ নিজেই গঠন কৰি দিয়া SIT বা বিশেষ তদন্তকাৰী গোটে যোগান‌ ধৰা প্ৰমাণ ৰাইজক দিনৌ জনাই আছে।

Apply Now

তেওঁ বাৰে বাৰে ভাবুকি দিয়াৰ দৰে কৈ আছে যে চেপ্তেম্বৰত সকলো কথা পৰিষ্কাৰ হ‘ব।ইঙ্গিত দিছে যে আৰক্ষীয়ে কিবা স্পষ্ট পদক্ষেপ ল’ব।এবাৰ নহয়,বাৰে বাৰে কৈ আছে। ঘাগু ৰাজনীতিবিদ হিচাপে তেওঁ বুজে যে এই ভাবুকি মিছা হ’লে তেওঁৰে ক্ষতি হ’ব। স্বাভাবিক হোৱা হলে ঘটনাই বেলেগ ৰূপ ললেহেতেন।উচ্চ আসনত থাকি শত্ৰু দেশৰ হৈ কোনোবাই  গুপ্তচৰ বৃত্তি কৰি থকা বুলি এজন মুখ্য মন্ত্ৰীয়ে গম পালেই সেইটো কেন্দ্ৰৰ দায়িত্বশীল মহলক গোপনে জাননী দি তাৰ দ্বাৰা যথাযথ তদন্ত,জেৰা,আৰু গ্ৰেপ্তাৰ কৰালেহেতেন।এনে কামৰ বাবে কেন্দ্ৰৰ অধীনত বেলেগ সংস্থা আছে। সেই পিনে নগৈ ৰাজ্যিক আৰক্ষীক লগাই নিজেও চলন্ত ধাৰাভাষ্য দি থকাৰ অৰ্থ কি? অনুমান হয় যে অসমীয়া মানুহৰ মনত গৌৰৱ গগৈ সম্পৰ্কে কিছু সন্দেহৰ সৃষ্টি কৰাই মুখ্য মন্ত্ৰীৰ ধাৰাভাষ্যৰ অভিপ্ৰায়।যাতে মানুহৰ মনত তাৰ বিৰুদ্ধে সন্দেহ‌ আৰু চেপ্তেম্বৰত গৌৰৱৰ বিৰুদ্ধে সঁচাকৈ এটা formal অভিযোগ উত্থাপন কৰা হ’ব পাৰে। অৰ্থাৎ এক সুদূৰপ্ৰসাৰী ষড়যন্ত্ৰ কৰা হৈছে নেকি? সাক্ষ্যপ্ৰমাণ? যদি ধৰা হয় যে সেইবোৰ প্ৰয়োজন অনুসৰি সজাই লোৱা হ’ব,বৰ আচৰিত নহ’ব।আৰক্ষী যে কেতিয়াবা তেনে ষড়যন্ত্ৰত জড়িত হয় যোৱা দশকত তেনে নজিৰ ওলাইছে।প্ৰমাণো এনে‌ যে উচ্চ প্ৰযুক্তি ব্যৱহাৰ অবিহনে তাক বনাই লোৱা সম্ভৱ নহয়।

যদি সেইটোৱেই হয়,ৰাইজ যথাবিহিত সহাৰিৰ বাবে সাজু থাকিব লাগিব। কাৰণ ধাৰণা হয় বিজেপি তথা বৰ্তমান মুখ্যমন্ত্ৰী জনৰ বাবে গৌৰৱ গগৈ ঘোৰ দুশ্চিন্তাৰ কাৰণ হৈ পৰিছে।

ইতি

হীৰেন গোহাঁই

ড০ হীৰেন গোহাঁই

ড০ হীৰেন গোহাঁই

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd