• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোৰাদাবাদত বিদ্যালয়ৰ ভিতৰতে ১২ বছৰীয়া কিশোৰীৰ দলবদ্ধ ধ*ৰ্ষণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2025 9:14 am
95
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ মোৰাদাবাদ জিলাৰ এখন বিদ্যালয়ৰ ভিতৰতে এগৰাকী ১২ বছৰীয়া কিশোৰীৰ ওপৰত দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে। ১২ৰ পৰা ১৫ বছৰ বয়সৰ পাঁচজন নাবালক এই জঘন্য ঘটনাৰ সৈতে জানিব পৰা গৈছে। এই  ঘটনাই আৰক্ষীকো স্তম্ভিত কৰি তুলিছে। জানিব  পৰা মতে আৰক্ষীয়ে পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীৰ তথ্য অনুসৰি, অভিযুক্ত নাবালকসকলে ভুক্তভোগী কিশোৰীক ভুল বুজি ঘৰৰ ওচৰৰ এখন খালী বিদ্যালয় ভৱনলৈ লৈ গৈছিল। তাত তাইক শীতল পানীয়ত মাদকদ্ৰব্য মিহলি কৰি খুৱাই অচেতন কৰি ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে। অভিযুক্ত নাবালক কেইটা সপ্তম, অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ বুলি জানিবলৈ দিছে। ইয়াৰ উপৰিও তেওঁলোকে এই নিৰ্যাতনৰ ভিডিঅ’ ৰেকৰ্ড কৰি ছ’চিয়েল মিডিয়াত প্ৰকাশৰ ভাবুকি দিছিল। এজন চুবুৰীয়াই ভিডিঅ’টো দেখাৰ পিছত ভুক্তভোগীৰ মাকক জনোৱাত, ২০ মে’ত তেওঁ এফআইআৰ দাখিল কৰে।

ভুক্তভোগীৰ মাতৃৰ মতে, ৮ মে’ৰ সন্ধিয়া তেওঁৰ ছোৱালী ঘৰৰ সন্মুখত খেলি আছিল, যেতিয়া অভিযুক্ত নাবালকসকলে ছোৱালীজনীক লৈ যায়। পৰিদৰ্শক মনীষ ছাক্সেনাই জনোৱা মতে, “অভিযুক্ত আৰু ভুক্তভোগী একে সম্প্ৰদায়ৰ আৰু একে অঞ্চলত থাকে। অভিযুক্তক জিম্মাত লোৱা হৈছে আৰু তেওঁলোকৰ চিকিৎসা পৰীক্ষা কৰা হৈছে।” এই ঘটনাই সমাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে।

Recent News

পুনৰ ড’নাল্ড ট্ৰাম্পৰ আস্ফালন! ‘বাণিজ্য’ৰ জৰিয়তে ভাৰত-পাকিস্তানৰ সংঘাতৰ অন্ত পেলোৱাৰ দাবী মাৰ্কিন প্ৰধানৰ

পুনৰ ড’নাল্ড ট্ৰাম্পৰ আস্ফালন! ‘বাণিজ্য’ৰ জৰিয়তে ভাৰত-পাকিস্তানৰ সংঘাতৰ অন্ত পেলোৱাৰ দাবী মাৰ্কিন প্ৰধানৰ

মোৰাদাবাদত বিদ্যালয়ৰ ভিতৰতে ১২ বছৰীয়া কিশোৰীৰ দলবদ্ধ ধ*ৰ্ষণ

মোৰাদাবাদত বিদ্যালয়ৰ ভিতৰতে ১২ বছৰীয়া কিশোৰীৰ দলবদ্ধ ধ*ৰ্ষণ

দীৰ্ঘ সময়ৰ কামে সলনি কৰিব পাৰে মগজুৰ গঠন: নতুন অধ্যয়ন

দীৰ্ঘ সময়ৰ কামে সলনি কৰিব পাৰে মগজুৰ গঠন: নতুন অধ্যয়ন

মোৰ লগতে নিজৰ অতীত কাৰ্য্যকলাপৰ তদন্তৰ বাবেও অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এছআইটি গঠন কৰক মুখ্যমন্ত্ৰীয়ে : গৌৰৱ গগৈ

মোৰ লগতে নিজৰ অতীত কাৰ্য্যকলাপৰ তদন্তৰ বাবেও অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এছআইটি গঠন কৰক মুখ্যমন্ত্ৰীয়ে : গৌৰৱ গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd