• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহিলাতকৈ পুৰুষ ওখ হয় কিয়? উত্তৰ বিচাৰি পালে বিজ্ঞানীসকলে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2025 3:16 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুৰুষ মহিলাতকৈ ওখ হয়, গড়ে প্ৰায় ৫ ইঞ্চি। কিন্তু কিয়? ই কোনো জিনীয় কাৰক নহয়। এনে বহু প্ৰজাতি আছে য’ত মহিলা পুৰুষতকৈ ওখ।

যোৱা সোমবাৰে প্ৰচিডিংছ অৱ দ্য নেচনেল একাডেমী অৱ চাইন্সেছত প্ৰকাশিত এক নতুন অধ্যয়নে ইয়াৰ আংশিক ব্যাখ্যা আগবঢ়াইছে। ইয়াৰ লগত SHOX নামৰ এটা জিন জড়িত হৈ থাকে, যিটো উচ্চতাৰ লগত জড়িত বুলি জনা যায়।

Apply Now

X ক্ৰম’জম (মহিলাৰ দুটা X ক্ৰম’জম থাকে) আৰু Y ক্ৰম’জম (পুৰুষৰ এটা X আৰু এটা Y থাকে) দুয়োটাতে SHOX থাকে। যদি ইয়াৰ দ্বাৰা পুৰুষ আৰু মহিলাৰ উচ্চতাৰ পাৰ্থক্য বুজাব লাগে তেন্তে SHOX ৰ প্ৰতিটো ক্ৰম’জমৰ ওপৰত বেলেগ বেলেগ প্ৰভাৱ পেলাব লাগিব।

গৱেষকসকলৰ প্ৰশ্ন আছিল যে অতিৰিক্ত এক্স ক্ৰম’জমতকৈ অতিৰিক্ত ৱাই ক্ৰম’জমে মানুহৰ উচ্চতা অধিক বৃদ্ধি কৰে নেকি? বিৰল অৱস্থাত মানুহৰ জন্মতে অতিৰিক্ত এক্স বা অতিৰিক্ত ৱাই থাকে। বা এক্স বা ৱাই অনুপস্থিত থাকে। গৱেষকসকলে তিনিটা বায়’বেংকৰ পৰা তথ্য সংগ্ৰহ কৰি এই অৱস্থা থকা লোকসকলক বিচাৰি উলিয়াইছিল। এটা ব্ৰিটেইনত আৰু দুটা আমেৰিকাত।

এক মিলিয়ন লোকৰ ভিতৰত মাত্ৰ ১২২৫ জন লোকৰ এক্স বা ৱাই ক্ৰম’জম নোহোৱা বা অতিৰিক্ত হোৱা দেখা গৈছে। এনে কিছুমান অৱস্থা, যেনে এটা এক্স আৰু ৱাই নথকা লোক চাপৰ। গৱেষকসকলে দেখিলে যে এটা অতিৰিক্ত Y এ এটা অতিৰিক্ত Xতকৈ অধিক উচ্চতা প্ৰদান কৰে। এইদৰে তেওঁলোকৰ অনুমানটো সত্য প্ৰামানিত হৈছিল। SHOX জিনৰ জৈৱ ৰসায়নেই ইয়াৰ কাৰণ হ’ব পাৰে।

গৱেষকসকলে জনায় যে SHOX জিন লিংগ ক্ৰম’জমৰ শেষ প্ৰান্তত। মহিলাৰ ক্ষেত্ৰত X দুটাৰ ভিতৰত এটাৰ বেছিভাগ জিন নিৰৱ বা নিষ্ক্ৰিয় হয়। কিন্তু জিন সক্ৰিয় হোৱা এটা অঞ্চল হ’ল X ৰ একেবাৰে ওপৰৰ প্ৰান্তত। SHOX জিন X ৰ ওপৰৰ প্ৰান্তত ইমান ওচৰত যে ই সম্পূৰ্ণ নিষ্ক্ৰিয় নহয়। পুৰুষৰ ক্ষেত্ৰত SHOX সহ X ক্ৰম’জম সম্পূৰ্ণৰূপে সক্ৰিয় হয়। ৱাইৰ কথাও তেনেকুৱাই।

অৰ্থাৎ দুটা X ক্ৰম’জম থকা মহিলাৰ ক্ষেত্ৰত X SHOX জিনৰ মাত্ৰা অলপ কম হ’ব। ফলত পুৰুষৰ ক্ষেত্ৰত SHOX জিনৰ প্ৰভাৱ অলপ বেছি হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd