• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চকলেট চুৰিৰ অপৰাধত ৫জন ল’ৰাক উলংগ কৰি হাৰাশাস্তি! গ্ৰেপ্তাৰ তিনিজনক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2025 3:05 pm
144
VIEWS
Share on FacebookShare on Twitter

বিহাৰৰ সীতামড়ীৰ মাল্লাহী গাঁৱৰ পৰা পোহৰলৈ আহিছে এক হৃদয়বিদাৰক ছবি। দোকানৰ পৰা চকলেট লৈ যোৱাৰ অভিযোগত পাঁচজন ল’ৰাক ৰছীৰে বান্ধি উদং শৰীৰত জোতাৰ ফিতা বান্ধি দিয়াৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, বজাৰৰ এখন দোকানৰ পৰা পাঁচজন ল’ৰাই নোসোধাকৈয়ে চকলেট লৈছিল। এই সময়তে দোকানৰ মালিকে পাঁচজন ল’ৰাক ধৰিলে। ইয়াৰ পাছত পাঁচজন ল’ৰাক একাধিক ধৰণে হাৰাশাস্তি কৰা হয়। ভুল স্বীকাৰ কৰিলেও তেওঁলোকক ৰেহাই দিয়া নহ’ল। মুখত চকৰ চিন আৰু জোতাৰ মালা লৈ বজাৰত পেৰেড কৰি থাকে। আনকি তেওঁলোকৰ বিৰুদ্ধে ‘চোৰ’ বুলিও অভিযোগ উত্থাপন হৈছে।

ইফালে দোকানৰ মালিকে সমগ্ৰ ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰে। পিছত ছচিয়েল মিডিয়াত প্ৰচাৰ কৰা হয়। ভিডিঅ’টোত পাঁচটা ল’ৰাই হাতত লাঠি লৈ কেমেৰাৰ সন্মুখত পিতৃৰ নাম ক’বলৈ বাধ্য হৈছে। ঠিক তেতিয়াই এজন ল‘ৰাই কোৱা শুনা যায়, “আমি মাত্ৰ এটা চকলেটহে লৈছিলো। আমি চুৰি কৰা নাছিলো।” অৱশ্যে ল’ৰাজনে স্বীকাৰোক্তি দিয়াৰ পাছতো দোকানৰ মালিকে পাঁচজন লোকক মুকলি কৰি নিদিলে।

ইফালে এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে সকলোৱে গৰিহণা দিয়ে। ইফালে ভাইৰেল ভিডিঅ’টো চাই আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে। জানিব পৰা মতে, এই ঘটনাত এতিয়ালৈকে অভিযুক্ত দোকানৰ মালিককে ধৰি আৰু দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ৰাইজৰ দলৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ৰাইজৰ দলৰ

কামাখ্যা নগৰত চাঞ্চল্যকৰ ঘটনা! শোৱনি কোঠাত অগ্নিদগ্ধ হৈ মৃত্যু মাতৃ-কন্যাৰ

কামাখ্যা নগৰত চাঞ্চল্যকৰ ঘটনা! শোৱনি কোঠাত অগ্নিদগ্ধ হৈ মৃত্যু মাতৃ-কন্যাৰ

সূদীৰ্ঘ ৫টা বৰ্ষৰ পিছত চীনৰ পৰ্যটকৰ বাবে পুনৰ ভিছা মুকলি কৰিলে ভাৰতে

সূদীৰ্ঘ ৫টা বৰ্ষৰ পিছত চীনৰ পৰ্যটকৰ বাবে পুনৰ ভিছা মুকলি কৰিলে ভাৰতে

বিগত ১০ বছৰত ভাৰতীয় সম্পত্তি তিনিগুণ বৃদ্ধি পালে ছুইছ বেংকত! কিমান ক’লা ধন ঘূৰাই আনিলে মোদী চৰকাৰে

বিগত ১০ বছৰত ভাৰতীয় সম্পত্তি তিনিগুণ বৃদ্ধি পালে ছুইছ বেংকত! কিমান ক’লা ধন ঘূৰাই আনিলে মোদী চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd