• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইউক্ৰেইনৰ ওপৰত শ শ ড্ৰ’ন নিক্ষেপ ৰাছিয়াৰ! ইখনৰ পিছত সিখনকৈ জ্বলি উঠিছে নগৰবোৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2025 9:24 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুদিন পূৰ্বে ইউক্ৰেইনে এক আচৰিত পদক্ষেপ লৈ ৰাছিয়াত ভয়ংকৰ আক্ৰমণ চলাইছিল। ধ্বংস হয় ৪০ খনতকৈও অধিক ৰাছিয়াৰ যুদ্ধ বিমান। তেতিয়াৰ পৰাই ৰাছিয়াৰ সেনাই ভ’ল’ডিমাইৰ জেলেনস্কিৰ দেশত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। এইবাৰ প্ৰতিশোধ ল’বলৈ ৰাছিয়াই একে নিশাৰ ভিতৰতে ইউক্ৰেইনক আক্ৰমণ কৰিলে! ৪৭৯খন ড্ৰোন আৰু ২০টা ক্ষেপণাস্ত্ৰই বিভিন্ন চহৰক লক্ষ্য কৰি লৈছিল বুলি দাবী কৰিছে ইউক্ৰেইনে।

যোৱা মাহত ইস্তানবুলত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত প্ৰথম ৰাউণ্ডৰ শান্তি আলোচনা অনুষ্ঠিত হৈছিল। যদিও ইয়াৰ ফলাফল আছিল শূন্য। ইফালে ইউক্ৰেইনে ১ জুনত আকস্মিক আক্ৰমণ চলাই শক্তিশালী ৰাছিয়াক কঁপাই তুলিছিল। জেলেনস্কিৰ দেশখনে বায়ুসেনাৰ ঘাটিটোক লক্ষ্য কৰি ‘অপাৰেচন স্পাইডাৰ ৱেব’ আৰম্ভ কৰিছিল। যাক মকৰাজালৰ লগত তুলনা কৰা হয়। ৰাছিয়াৰ বোমাৰু বিমান Tu-95, Tu22M3 আৰু এখন A-50 বিমান ধ্বংস হয়। তেতিয়াৰ পৰাই খঙত উতলিবলৈ ধৰিছে মস্কো।

Apply Now

জানিব পৰা মতে গোটেই সোমবাৰৰ নিশা ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ কেইবাখনো চহৰত গুলীচালনা কৰে। কিন্তু ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত দাবী কৰিছে যে ৪৭৯খন ৰাছিয়াৰ ড্ৰ’নৰ ভিতৰত ৪৬০খন আৰু ২০টা ক্ষেপণাস্ত্ৰৰ ভিতৰত ১৯টা ধ্বংস হৈছে। ফলত ৰাছিয়াই যুদ্ধবিৰতিৰ পৰা কেইখোজমান পিছুৱাই গৈছে।

প্ৰসংগক্ৰমে যোৱা সপ্তাহত ইউক্ৰেইনৰ আক্ৰমণৰ পিছতো দুয়োখন দেশৰ প্ৰতিনিধিয়ে ইস্তানবুলত আলোচনাত মিলিত হৈছিল। ক্ৰেমলিনৰ হৈ ভ্লাদিমিৰ মেডিনস্কিয়ে কয় যে, প্ৰথমে আমি ৬ হাজাৰ ইউক্ৰেইনৰ সৈনিক আৰু বিষয়াৰ মৃতদেহ ঘূৰাই দিব। অহা সপ্তাহত এই মৃতদেহসমূহ ইউক্ৰেইনক গতাই দিম। ৰায়টাৰৰ তথ্য মতে, চুক্তি অনুসৰি ৰাছিয়াৰ সেনাই ১২১২ জন ইউক্ৰেইনৰ সৈনিকৰ মৃতদেহ সীমান্তলৈ লৈ আহিছিল। কিন্তু কিয়েভে তেওঁলোকক ঘূৰাই ল’বলৈ অস্বীকাৰ কৰিছে। আনকি কোনো কাৰাবন্দীকো মুকলি কৰি দিয়া নাই। ফলত এই যুদ্ধ কেতিয়া শেষ হ’ব তাৰ অন্ত সেয়া এতিয়ও অনিশ্চায়তাত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক, মাৰপিট আৰু হত্যাৰ ভাবুকিৰ অভিযোগ! গ্ৰেপ্তাৰ ক্ৰিকেটাৰ অভিষেক পোড়েল

বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক, মাৰপিট আৰু হত্যাৰ ভাবুকিৰ অভিযোগ! গ্ৰেপ্তাৰ ক্ৰিকেটাৰ অভিষেক পোড়েল

August 11, 2026 6:45 pm
মহাকাশতো উজলিল ত্ৰিৰংগা! ৮০সংখ্যক স্বাধীনতা দিৱসত ভাৰতক শুভেচ্ছা ৰুছ মহাকাশচাৰীৰ

মহাকাশতো উজলিল ত্ৰিৰংগা! ৮০সংখ্যক স্বাধীনতা দিৱসত ভাৰতক শুভেচ্ছা ৰুছ মহাকাশচাৰীৰ

August 11, 2026 6:36 pm
“আমি আপোনালোকক ক্ষমতাৰ পৰা নমাই আনিম”: ভোটাৰ তালিকাৰ পৰা নাম কাটি দিয়াৰ পিছতে চৰকাৰলৈ প্ৰকাশ ৰাজৰ মুকলি প্ৰত্যাহ্বান

“আমি আপোনালোকক ক্ষমতাৰ পৰা নমাই আনিম”: ভোটাৰ তালিকাৰ পৰা নাম কাটি দিয়াৰ পিছতে চৰকাৰলৈ প্ৰকাশ ৰাজৰ মুকলি প্ৰত্যাহ্বান

August 11, 2026 6:36 pm
উত্তপ্ত ৰাঁচী! শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰৰ প্ৰতিবাদত ঝাৰখণ্ড বন্ধ, অনশনকাৰী ছাত্ৰনেতালৈ চিজেপি প্ৰধানৰ ভিডিঅ’ কল

উত্তপ্ত ৰাঁচী! শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰৰ প্ৰতিবাদত ঝাৰখণ্ড বন্ধ, অনশনকাৰী ছাত্ৰনেতালৈ চিজেপি প্ৰধানৰ ভিডিঅ’ কল

August 11, 2026 6:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক, মাৰপিট আৰু হত্যাৰ ভাবুকিৰ অভিযোগ! গ্ৰেপ্তাৰ ক্ৰিকেটাৰ অভিষেক পোড়েল

বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক, মাৰপিট আৰু হত্যাৰ ভাবুকিৰ অভিযোগ! গ্ৰেপ্তাৰ ক্ৰিকেটাৰ অভিষেক পোড়েল

August 11, 2026 6:45 pm
মহাকাশতো উজলিল ত্ৰিৰংগা! ৮০সংখ্যক স্বাধীনতা দিৱসত ভাৰতক শুভেচ্ছা ৰুছ মহাকাশচাৰীৰ

মহাকাশতো উজলিল ত্ৰিৰংগা! ৮০সংখ্যক স্বাধীনতা দিৱসত ভাৰতক শুভেচ্ছা ৰুছ মহাকাশচাৰীৰ

August 11, 2026 6:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd