• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তামৰ পাত্ৰত পানী খোৱাৰ সময়ত নকৰিব এই কেইটা ভুল, হ’ব পাৰে বিপদ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 12, 2025 9:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এই কথা সকলোৰে জ্ঞাত যে তামৰ পাত্ৰত ৰখা পানী স্বাস্থ্যৰ বাবে অতি উপকাৰী। পাচন প্ৰক্ৰিয়া উন্নত কৰা, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু শৰীৰ ডিটক্স কৰাত সহায় কৰে। কিন্তু যদিহে আপুনি কিছুমান কথাত গুৰুত্ব নিদিয়ে, তেনেহলে ই উপকাৰৰ সলনি অপকাৰহে কৰিব পাৰে।

টাইমছ অৱ ইণ্ডিয়াৰ ৰিপ’ৰ্ট অনুসৰি, বহু সংখ্যক লোকে তামৰ পাত্ৰত গৰম পানী বা নেমুৰ ৰস ৰাখে। এই কাম ভুলতো কৰিব নালাগে, কিয়নো তামে গৰম পানী আৰু এচিডজাতীয় পদাৰ্থৰ সৈতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। ইয়াৰ ফলত শৰীৰত বেয়া প্ৰভাৱ পৰিব পাৰে। সেইবাবে তামৰ পাত্ৰৰ সাধাৰণ পানীহে ৰখা উচিত। নেমু, মৌ অথবা কোনো এচিদৰ দৰে বস্তু মিলাব নালাগে।

দ্বিতীয়তে কিছুমান লোকে গোটেই দিনটো তামৰ পাত্ৰত পানী ৰাখি সেই পানী খায়, কিন্তু তামৰ পাত্ৰৰ পানী কেৱল পুৱা খালী পেটত এগিলাছ বা দুগিলাছহে খোৱাহে বেছি উপকাৰী। বেছিকৈ তামৰ পাত্ৰৰ পৰা পানী খালে শৰীৰত তামৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত ‘কপাৰ টক্সিচিটী’ হ’ব পাৰে। ই যকৃত আৰু বৃক্কত বেয়া প্ৰভাৱ পেলাব পাৰে। গতিকে সীমিত পৰিমাণে সেৱন কৰিব লাগে এই পানী।

তৃতীয়তে তামৰ পাত্ৰ ভালদৰে পৰিষ্কাৰ কৰা উচিত। বহু লোকে বাৰে বাৰে পাত্ৰতো পৰিষ্কাৰ নকৰাকৈ তাত পানী ভৰাই থাকে আৰু যাৰ ফলত ইয়াত বেক্টেৰিয়াৰ সৃষ্টি হ’ব পাৰে। প্ৰতিবাৰে ব্যৱহাৰৰ পাছত ইয়াক পৰিষ্কাৰ কৰিব লাগে আৰু মাহত কমেও এবাৰ নেমু আৰু নিমখেৰে ঘহি ভালদৰে ধুব লাগে। ইয়াৰ ফলত বৰ্তনো চকচকীয়া হৈ থাকিব আৰু পানীও বিশুদ্ধ হৈ থাকিব।

চতুৰ্থতে তামৰ পাত্ৰত পানী বেছিদিন ৰাখিব নালাগে। সাধাৰণতে ৰাতি পানী ভৰাই ৰাতিপুৱা পানী খোৱাটোৱেই উত্তম। কিন্তু একেখিনি পানী একেটা পাত্ৰতে ২৪ ঘণ্টা বা তাতকৈ অধিক সময় ৰাখে, তেন্তে ই শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। তামৰ পাত্ৰত পানী বেছি সময় ৰাখিলে পানীত কপাৰৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত বিষক্ৰিয়াৰ আশংকা থাকে। গতিকে যদিহে আপুনিও তামৰ পাত্ৰৰ পানী খায়, তেন্তে এইবোৰ কথা মনত ৰখা উচিত। সঠিক পদ্ধতি গ্ৰহণ কৰিলে ই আপোনাৰ শৰীৰৰ বাবে অতি উপকাৰী হ’ব পাৰে, কিন্তু অসাৱধানতাৰ ফলত ই আপোনাৰ সমস্যাৰ কাৰণ হৈ পৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

September 14, 2025 9:08 am
তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

September 14, 2025 8:36 am
দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 14, 2025 8:13 am
লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

September 14, 2025 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

September 14, 2025 9:08 am
তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

September 14, 2025 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd