• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2025 5:43 pm
175
VIEWS
Share on FacebookShare on Twitter

আহমেদাবাদত সংঘটিত এক ভয়ংকৰ বিমান দুৰ্ঘটনাই দেশজুৰি শোকৰ ছাঁ পেলাইছে। উক্ত দুৰ্ঘটনাত বিমানখনত থকা এজন ব্যক্তিৰ বাহিৰে সকলো যাত্ৰী, ক্ৰু সদস্য আৰু স্থানীয় লোকসকল মিলাই ৩০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱায়। এই দুৰ্ঘটনাত বলীউডৰ অভিনেতা বিক্ৰান্ত মেছাৰে এজন পৰিয়ালৰ সদস্যক ব্যক্তিক হেৰুৱাই গভীৰ শোক প্ৰকাশ কৰে।

বিক্ৰান্তে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এক বিবৃতিত কয়, “আহমেদাবাদৰ এই কৰুণ বিমান দুৰ্ঘটনাত জীৱন হেৰুৱা সকলো পৰিয়ালৰ প্ৰতি মোৰ গভীৰ সমবেদনা। মোৰ বাবে ই বিশেষকৈ দুখজনক, কাৰণ মোৰ ককা ক্লিফৰ্ড কুণ্ডাৰৰ পুত্ৰ ক্লাইভ কুণ্ডাৰ, যি এই বিমানখনৰ সহ-পাইলট আছিল। তেওঁ এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে।

বিক্ৰান্তৰ এই বক্তব্যে ইণ্টাৰনেটত তীব্ৰ প্ৰতিবাদ আৰু বিতৰ্কৰ সৃষ্টি কৰে। বহুতে ভৱিছে যে মৃত সহ-পাইলটজন বিক্ৰান্তৰ ভাতৃ হ’ব পাৰে। এই সন্দেহ দূৰ কৰিবলৈ শুকুৰবাৰে পুৱা তেওঁ স্পষ্টীকৰণ দিয়ে।

নতুন পোষ্টত বিক্ৰান্ত মেছাৰে উল্লেখ কৰে, “ক্লাইভ কুণ্ডাৰ মোৰ পৰিয়ালৰ সদস্য নহয়, কিন্তু পৰিয়ালসদৰেই তেওঁ বন্ধু আছিল। অনুগ্ৰহ কৰি তেজৰ সম্পৰ্ক লৈ অনাবশ্যক জল্পনা-কল্পনা নকৰিব। দয়া কৰি এই দুখৰ সময়ত আমাৰ পৰিয়ালক শান্তিৰে শোক প্ৰকাশ কৰিবলৈ দিয়ক।”

Tags: AhmedabadPlaneCrashBollywoodNewsTwelfthFallVikrantMassey

Recent News

অভিলেখ ভংগ কৰি ১৪ হাজাৰ কোটি টকাত জাৰ্মান মিডফিল্ডাৰক ক্ৰয় কৰিলে লিভাৰপুলে

অভিলেখ ভংগ কৰি ১৪ হাজাৰ কোটি টকাত জাৰ্মান মিডফিল্ডাৰক ক্ৰয় কৰিলে লিভাৰপুলে

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা! টেল আভিভত প্ৰত্যাক্ৰমণ ইৰাণৰ; ইজৰাইলেও অব্যাহত ৰাখিছে আক্ৰমণ

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা! টেল আভিভত প্ৰত্যাক্ৰমণ ইৰাণৰ; ইজৰাইলেও অব্যাহত ৰাখিছে আক্ৰমণ

ভয়াবহ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৪ লৈ বৃদ্ধি; বিমানযাত্ৰীৰ উপৰি আন ৩৩জন কোন?

ভয়াবহ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৪ লৈ বৃদ্ধি; বিমানযাত্ৰীৰ উপৰি আন ৩৩জন কোন?

নতুনকৈ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ! ইজৰাইলৰ নিদ্ৰা হৰণ কৰাৰ প্ৰতিজ্ঞা ইৰাণৰ

নতুনকৈ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ! ইজৰাইলৰ নিদ্ৰা হৰণ কৰাৰ প্ৰতিজ্ঞা ইৰাণৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd