• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনেৰ ইন্দ্ৰায়নী নদীত দলং ভাঙি কমেও ৬ জনৰ মৃত্যু, বহু পৰ্যটক নিৰুদ্দেশ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 15, 2025 9:45 pm
1.4k
VIEWS
Share on FacebookShare on Twitter

পুনেৰ ইন্দ্ৰায়নী নদীত ভাঙি পৰিল এখন দলং। এই দুৰ্ঘটনাত কমেও ৬ জন লোকৰ মৃত্যু হৈছে। পানীৰ সোঁতে উটুৱাই লৈ গৈছে বহু পৰ্যটকক। ইতিমধ্যে উদ্ধাৰৰ কাম আৰম্ভ হৈছে।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। ইতিমধ্যে উদ্ধাৰৰ কাম আৰম্ভ হৈছে। ৰাষ্ট্রীয় দুৰ্যোগ প্রতিক্রিয়া বাহিনীও সেই স্থানত উপস্থিত হৈছে৷

সূত্ৰ অনুসৰি এই পৰ্যন্ত ৮ গৰাকী পৰ্যটকক উদ্ধাৰ কৰা হৈছে। ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে ২ গৰাকী মহিলা। তেওঁলোকক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে। বহু পৰ্যটকক পানীয়ে উটুৱাই লৈ গৈছে। তেওঁলোকৰ সন্ধানো আৰম্ভ হৈছে।

প্ৰথম অৱস্থাত গম পোৱা গৈছিল যে কেইবাবছৰ ধৰি দলংখন জৰাজীৰ্ণ অৱস্থাত আছিল। ইয়াৰ গঠন দুৰ্বল হৈ পৰিছিল। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে চাৰি-পাঁচ বছৰ পূৰ্বে দলংখন মেৰামতি কৰা হৈছিল যদিও তাৰ পিছৰ পৰা দলংখনৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হোৱা নাই।

প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে যদিও বহুদিন পূৰ্বে দলংখনত যান-বাহনৰ যাতায়ত বন্ধ হৈছিল, তথাপিও নিয়ম মানি নচলি পৰ্যটকসকলে তালৈ বাইক লৈ গৈছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত দলঙৰ ওপৰত কেইবাখনো বাইক থিয় হৈ আছিল। তেওঁলোকৰ মতে অত্যধিক ওজনৰ বাবে দলংখন ভাঙি পৰে।

Recent News

সেউজ উইকেটত সমস্যাত ভাৰত; ব্যৰ্থ টপ অৰ্ডাৰ, কৰুণৰ অৰ্ধশতকেৰে ভাৰতৰ স্ক’ৰ ৬ উইকেটত ২০৪

সেউজ উইকেটত সমস্যাত ভাৰত; ব্যৰ্থ টপ অৰ্ডাৰ, কৰুণৰ অৰ্ধশতকেৰে ভাৰতৰ স্ক’ৰ ৬ উইকেটত ২০৪

জিমলৈ নোযোৱাকৈ এই বয়সতো কেনেকৈ ফিট হৈ আছে মিলিন্দ সুমন? ‎

জিমলৈ নোযোৱাকৈ এই বয়সতো কেনেকৈ ফিট হৈ আছে মিলিন্দ সুমন? ‎

ঘৰত প্ৰৱেশ কৰি জীৱন্তে জ্বলাই দিয়া হ’ল দুই নাবালকক; পাটনাত নাৰকীয় ঘটনা

ঘৰত প্ৰৱেশ কৰি জীৱন্তে জ্বলাই দিয়া হ’ল দুই নাবালকক; পাটনাত নাৰকীয় ঘটনা

ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী? উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ প্ৰশ্ন

ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী? উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ প্ৰশ্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd