• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সোমবাৰৰ পৰা ইউপিআই লেনদেন হ’ব আৰু অধিক সহজ! কি নতুন পৰিৱর্তন আনিলে চৰকাৰে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2025 6:58 pm
সোমবাৰৰ পৰা ইউপিআই লেনদেন হ’ব আৰু অধিক সহজ! কি নতুন পৰিৱর্তন আনিলে চৰকাৰে?
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউনিফাইড পেমেন্ট ইণ্টাৰফেচ (UPI) ব্যৱস্থাৰ জৰিয়তে লেনদেন এতিয়া আগৰ তুলনাত আৰু বেছি সহজ আৰু দ্ৰুত হ’ব। ৰাষ্ট্ৰীয় পেমেন্ট কৰ্পৰেশ্যন অৱ ইণ্ডিয়াই (NPCI) ঘোষণা কৰিছে যে, ১৬ জুন সোমবাৰৰ পৰা ইউপিআই লেনদেনৰ গতি আৰু কার্যক্ষমতা বৃদ্ধি কৰা হৈছে।

পূৰ্বে, ইউপিআইৰ জৰিয়তে ধন পঠোৱাৰ পাছত লেনদেন সম্পন্ন হ’বলৈ প্ৰায় ৩০ ছেকেণ্ড সময় লাগিছিল। কিন্তু এই পৰিৱর্তনৰ পাছত, লেনদেন ১০-১৫ ছেকেণ্ডৰ ভিতৰতে সম্পূৰ্ণ হ’ব। লগতে, ইউপিআই আইডি ভেৰিফিকেশ্যনতো সময় ১০ ছেকেণ্ডলৈ হ্ৰাস হ’ব।

এই পৰিৱর্তনৰ লগে লগে গ্ৰাহকসকলে যিকোনো UPI এপ ব্যৱহাৰ কৰি নিজৰ বেংক একাউণ্টৰ বেলেঞ্চ জানিব পাৰিব, যদিও এতিয়া এদিনত মাত্ৰ ৫০ বাৰ এই সুবিধা গ্ৰহণ কৰিব পাৰিব। পূৰ্বে এই সীমা বান্ধি দিয়া নাছিল।

ইউপিআইৰ ওপৰত এতিয়া কোটি কোটি টকাৰ দৈনিক লেনদেন নিৰ্ভৰ কৰি আছে। বহু লোক একেলগে ব্যৱহাৰ কৰাৰ ফলত ব্যৱস্থাটোৰ ওপৰত প্ৰচণ্ড চাপ পৰে। ইয়াৰ ফলত লেনদেনত বিঘিনি, বিলম্ব বা ধন আবদ্ধ হৈ থকাৰ সমস্যাও দেখা দিছিল। এই সমস্যাবোৰ দূৰ কৰি, গ্ৰাহকসকলক অধিক সুবিধা দিবলৈ চৰকাৰে ইউপিআই লেনদেন অধিক গতিৱান আৰু সুশৃংখল কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

Tags: DigitalPaymentsFintechIndiaNPCIUPIUpdate
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত-ৰাছিয়া-চীনৰ মহামিলন! উদ্বেগ প্ৰকাশ আমেৰিকাৰ

ভাৰত-ৰাছিয়া-চীনৰ মহামিলন! উদ্বেগ প্ৰকাশ আমেৰিকাৰ

September 1, 2025 3:33 pm
বনতাৰাৰ তদন্তঃ SIT-ত অন্তৰ্ভুক্ত সদস্যৰ নিলম্বনৰ বাতৰি ডিলিট কৰিলে ‘টাইমছ অৱ ইণ্ডিয়াই’

বনতাৰাৰ তদন্তঃ SIT-ত অন্তৰ্ভুক্ত সদস্যৰ নিলম্বনৰ বাতৰি ডিলিট কৰিলে ‘টাইমছ অৱ ইণ্ডিয়াই’

September 1, 2025 2:59 pm
মেঘালয়ৰ অঘৰী কুকুৰবোৰ হিংস্ৰ, আতংকিত লোক! উচ্চতম ন্যায়ালয়ক কি অনুৰোধ জনালে উচ্চ ন্যায়ালয়ে?

মেঘালয়ৰ অঘৰী কুকুৰবোৰ হিংস্ৰ, আতংকিত লোক! উচ্চতম ন্যায়ালয়ক কি অনুৰোধ জনালে উচ্চ ন্যায়ালয়ে?

September 1, 2025 2:26 pm
হেকাৰৰ ‘লক্ষ্য’ ২৫ কোটি জিমেইল একাউণ্ট! Google-য়ে জাৰি কৰিলে সতৰ্কতা

হেকাৰৰ ‘লক্ষ্য’ ২৫ কোটি জিমেইল একাউণ্ট! Google-য়ে জাৰি কৰিলে সতৰ্কতা

September 1, 2025 12:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত-ৰাছিয়া-চীনৰ মহামিলন! উদ্বেগ প্ৰকাশ আমেৰিকাৰ

ভাৰত-ৰাছিয়া-চীনৰ মহামিলন! উদ্বেগ প্ৰকাশ আমেৰিকাৰ

September 1, 2025 3:33 pm
বনতাৰাৰ তদন্তঃ SIT-ত অন্তৰ্ভুক্ত সদস্যৰ নিলম্বনৰ বাতৰি ডিলিট কৰিলে ‘টাইমছ অৱ ইণ্ডিয়াই’

বনতাৰাৰ তদন্তঃ SIT-ত অন্তৰ্ভুক্ত সদস্যৰ নিলম্বনৰ বাতৰি ডিলিট কৰিলে ‘টাইমছ অৱ ইণ্ডিয়াই’

September 1, 2025 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd