• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

দক্ষিণ এছিয়া বডি বিল্ডিং প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন অৰুণাচলৰ হিলাং য়াজিকৰ, গঢ়িলে ইতিহাস

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2025 7:23 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ হিলাং য়াজিকে ইতিহাস ৰচনা কৰিছে। ২৫ বছৰীয়া যুৱতীগৰাকীয়ে মহিলা বডি বিল্ডিং প্ৰতিযোগিতা ১৫ সংখ্যক দক্ষিণ এছিয়ান বডি বিল্ডিং আৰু ফিজিক স্প’ৰ্টছ চেম্পিয়নশ্বিপ ২০২৫ত এটা শাখাত সোণ আৰু আন এটা শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছে।

এইবাৰ ভূটানৰ থিম্ফুত আয়োজন কৰা হৈছিল এই প্ৰতিযোগিতা। ১১ জুনৰ পৰা ১৫ জুনলৈকে চলিছিল এই প্ৰতিযোগিতা। দেওবাৰে শেষ দিন আছিল। তেতিয়াই গম পোৱা গ’ল যে হিলাঙে কেৱল বডি বিল্ডিঙতেই নহয়, যিকোনো আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰতো স্বৰ্ণ পদক লাভ কৰা ৰাজ্যখনৰ পৰা প্ৰথমগৰাকী মহিলা খেলুৱৈ হোৱাৰ এক অনন্য অভিলেখ গঢ়ি তুলিছে।

Apply Now

এইবাৰে নহয়, যোৱা বছৰে তেওঁ লাইমলাইটলৈ আহিছিল। ৫৬ সংখ্যক এছিয়ান বডি বিল্ডিং এণ্ড ফিজিক স্প’ৰ্টছ চেম্পিয়নশ্বিপ আৰু ডব্লিউ বি পি এফ ৱৰ্ল্ড বডি বিল্ডিং এণ্ড ফিজিক স্প’ৰ্টছ চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

মন কৰিবলগীয়া যে থিম্ফুত যোগদান কৰাৰ আগতে য়াজিকে বহু পৰ্যায়ৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল। ইণ্ডিয়ান বডি বিল্ডাৰ ফেডাৰেচন আৰু কেৰালাৰ বডি বিল্ডিং এছ’চিয়েশ্যনে যৌথভাৱে এই বাছনি প্ৰক্ৰিয়াটো পৰিচালনা কৰে। ট্ৰায়েলত উত্তীৰ্ণ হোৱাৰ পিছত অৰুণাচলৰ যুৱতীগৰাকীয়ে বিশ্ব প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে।

এই সফলতাৰ বাবে বহুতে যাজিকক অভিনন্দন জনাইছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে তেওঁৰ এক্স-হেণ্ডলত লিখিছে, ‘হিলাং অৰুণাচলৰ। যিয়ে ইতিহাস সৃষ্টি কৰিছে।’ সমগ্ৰ ৰাজ্যই বিশ্ব জয় কৰি সুখী। য়াজিকও সুখী। তেওঁ কয়, ‘মোৰ ৰাজ্যৰ বাবে এই পদকসমূহ অতি গুৰুত্বপূৰ্ণ। কাৰণ ইয়াত মহিলাৰ বডি বিল্ডিং জনপ্ৰিয় প্ৰতিযোগিতা নহয়। মোৰ পৰৱৰ্তী লক্ষ্য এছিয়ান আৰু বিশ্ব চেম্পিয়নশ্বিপ। মই মোৰ দেশৰ বাবে পদক লাভ কৰিব বিচাৰো।’

য়াজিকৰ কেৰিয়াৰ পৰিকল্পনা কি? য়াজিকে আৰক্ষী বিষয়া হ’ব বিচাৰে। তেওঁৰ ভাষাত, ‘মই মাত্ৰ এনেয়ে বডি বিল্ডিং আৰম্ভ কৰো। আৰু তাৰ পিছত মই অনুপ্ৰাণিত হৈ এই খেলবিধক গুৰুত্ব দিবলৈ আৰম্ভ কৰো।’

কিন্তু তেওঁ মানি লৈছে যে তেওঁৰ বিচৰা মতেই সকলো হাতলৈ অহা নাই। য়াজিকে কয়, ‘গোটেই কথাটো আছিল অতি প্ৰত্যাহ্বানজনক। পেশীবহুল ছোৱালী মানুহে ভাল নাপায়৷ মই বডি বিল্ডিঙৰ লগতে আৰক্ষী বিষয়া হ’ব বিচাৰো।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

June 7, 2026 6:54 pm
চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

June 7, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd