• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যমত হ’ব লোকপিয়ল! দুটা পৰ্যায়ত সম্পন্ন হ’ব সমগ্ৰ প্ৰক্ৰিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2025 10:48 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত প্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যমেৰে হ’ব আগন্তুক লোকপিয়ল। কেন্দ্ৰীয় চৰকাৰে সোমবাৰে জাৰি কৰা এক অধিসূচনাত ঘোষণা কৰিছে যে ২০২৬ আৰু ২০২৭ চনত দুটা পৰ্যায়ত দেশজুৰি লোকপিয়ল সম্পন্ন কৰা হ’ব।

প্ৰথম পৰ্যায়ৰ সূচনা ২০২৬ চনৰ ১ অক্টোবৰ:
প্ৰথম পৰ্যায়ত লাডাখ, জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ দৰে উত্তৰ-পৰ্বতৰাজ্যসমূহত ‘হাউছলিষ্টিং অপাৰেচন’ (HLO) বা গৃহভিত্তিক তথ্য সংগ্ৰহ কৰা হ’ব। এই পৰ্যায়ত পৰিয়ালৰ আয়, ধন-সম্পত্তি, বাসগৃহৰ সুবিধা আৰু অৱস্থাৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হ’ব।

Apply Now

দ্বিতীয় পৰ্যায়ত সমগ্ৰ দেশজুৰি ‘জনসংখ্যা গণনা’:
২০২৭ চনৰ ১ মাৰ্চৰ পৰা দেশৰ বাকী সকলো ৰাজ্যত দ্বিতীয় পৰ্যায় আৰম্ভ হ’ব। এই পৰ্যায়ত পৰিয়ালৰ প্ৰতিজন সদস্যৰ ব্যক্তিগত আৰু আৰ্থ-সামাজিক তথ্য সংগ্ৰহ কৰা হ’ব।

এইবাৰ লোকপিয়ল ডিজিটেল:
কেন্দ্ৰই স্পষ্টকৈ জনাইছে যে লোকপিয়ল এইবাৰ সম্পূর্ণৰূপে অনলাইন মাধ্যমেৰে কৰা হ’ব। যদিও ডিজিটেল ইণ্ডিয়াৰ যুগত দেশ বহু আগবাঢ়িছে, তথাপিও গ্ৰামাঞ্চলত বহু লোকৰ হাতত ইণ্টাৰনেট বা স্মাৰ্টফোন নাই। এই ক্ষেত্ৰত তথ্য সংগ্ৰহত প্ৰযুক্তিগত অসুবিধা দেখা দিব পাৰে বুলি অভিজ্ঞসকলে মত প্ৰকাশ কৰিছে।

জনগোষ্ঠীয় লোকপিয়ল:
এইবাৰ লোকপিয়লৰ সৈতে জনগোষ্ঠীয় (caste-based) লোকপিয়লো অন্তর্ভুক্ত কৰা হৈছে। বহু বেছি সংখ্যক প্ৰশ্ন সংযোজন কৰা হোৱাৰ বাবে এইবাৰ লোকপিয়লৰ সমীক্ষা আগতকৈ দীঘলীয়া হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে জনাইছে।

একত্ৰিতভাবে ঘৰ গণনা আৰু জন গণনা:
এই লোকপিয়লত কেৱল মানুহৰ সংখ্যা নহয়, কোনো এজন ব্যক্তিয়ে ঘৰতে থাকেনে নে বাহিৰত, ঘৰৰ অৱস্থা কেনে এই সকলোবোৰো তথ্য সংগ্ৰহ কৰা হ’ব।

২০১১ৰ পিছত প্ৰথম লোকপিয়ল:
ভাৰতত প্ৰতি ১০ বছৰত এটা লোকপিয়ল হয়। কিন্তু ২০১১ চনৰ পাছত এতিয়ালৈকে কোনো লোকপিয়ল কৰা হোৱা নাই। ২০২১ চনৰ লোকপিয়ল কৰ’না মহামাৰীৰ বাবে স্থগিত হৈছিল। ২০২৩ চনত সম্ভাৱনা থাকিলেও মোদী চৰকাৰে নির্বাচনৰ পূৰ্বে এই পদক্ষেপ নল’লে। এইদৰে মোদী চৰকাৰৰ সময়ত এতিয়ালৈকে এটা লোকপিয়লো হোৱা নাছিল। অবশেষত কেন্দ্ৰই ২০২৪ চনত এই দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে।

Tags: CasteCensusCensus2027 #IndianGovernanceDigitalCensusDigitalIndiaIndia2026CensusModiGovernmentOnlineCensusPopulationDataTechInGovernance
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd