• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইকেইখন জিলাত আজি হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2025 5:59 pm
617
VIEWS
Share on FacebookShare on Twitter

অসমত পুনৰ বতৰে ধাৰণ কৰিব পাৰে কালৰূপ। প্ৰবল ধুমুহা-বৰষুণে কঁপাব পাৰে সমগ্ৰ ৰাজ্য।

ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই মঙলবাৰৰ বাবে জাৰি কৰিছে সতৰ্কবাণী।

মঙলবাৰৰ বাবে ৰাজ্যৰ ২৩খন জিলাত জাৰি কৰা হৈছে ইয়েল্ল সতৰ্কতা। আজিৰ দিনটোৰ বাবে ধুবুৰী, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বাক্সা, কামৰূপ, কামৰূপ (মেট্ৰ’), ওদালগুৰি, দৰং, মৰিগাঁও, নগাঁও, হোজাই, শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ আৰু কাৰ্বি আংলং জিলাৰ লগতে লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া ইয়েল’ এলাৰ্ট জাৰি কৰা হৈছে।

একেদৰে, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট।

Recent News

৩ দিনৰ ভিতৰত দ্বিতীয়টো খিতাপ! অষ্ট্ৰাভা গ’ল্ডেন স্পাইকৰ খিতাপ অৰ্জন নীৰজ চোপ্ৰাৰ

৩ দিনৰ ভিতৰত দ্বিতীয়টো খিতাপ! অষ্ট্ৰাভা গ’ল্ডেন স্পাইকৰ খিতাপ অৰ্জন নীৰজ চোপ্ৰাৰ

ৰাতি শুই থাকোতে গৰম অনুভৱ হয় আৰু কাপোৰ ঘামত তিতি যায়! কিয় এনে হয়, কিহৰ লক্ষণ…?

ৰাতি শুই থাকোতে গৰম অনুভৱ হয় আৰু কাপোৰ ঘামত তিতি যায়! কিয় এনে হয়, কিহৰ লক্ষণ…?

গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড! পৰকীয়া প্ৰেমৰ বাবেই পত্নী ৰূপালীক পংকজে দি আহিছিল শ্ল’ পয়জন

গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড! পৰকীয়া প্ৰেমৰ বাবেই পত্নী ৰূপালীক পংকজে দি আহিছিল শ্ল’ পয়জন

মধ্যপ্ৰদেশত লোমহৰ্ষক ঘটনা : জামু খাবলৈ নিয়াৰ চলেৰে ৪ বছৰীয়া ভগ্নীক ধৰ্ষণ ১৮ বছৰীয়া কিশোৰৰ

মধ্যপ্ৰদেশত লোমহৰ্ষক ঘটনা : জামু খাবলৈ নিয়াৰ চলেৰে ৪ বছৰীয়া ভগ্নীক ধৰ্ষণ ১৮ বছৰীয়া কিশোৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd