• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মধ্যপ্ৰদেশত লোমহৰ্ষক ঘটনা : জামু খাবলৈ নিয়াৰ চলেৰে ৪ বছৰীয়া ভগ্নীক ধৰ্ষণ ১৮ বছৰীয়া কিশোৰৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 24, 2025 8:57 pm
472
VIEWS
Share on FacebookShare on Twitter

মধ্যপ্ৰদেশৰ সতনা জিলাত এজন ১৮ বছৰীয়া যুৱকে নিজৰ ৪ বছৰীয়া সম্বন্ধীয় ভগ্নীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

সোমবাৰে জিলা সদৰৰ পৰা ৩৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত উচেহৰা থানাৰ সীমাৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হোৱা এই ঘটনাৰ পিছতে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

উচেহৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সতীশ মিশ্ৰই জনোৱা মতে, অভিযুক্তই যুৱতীগৰাকীক জামু খুওৱাৰ লোভ দেখুৱাই ৰেলপথৰ কাষৰ জোপোহালৈ লৈ যায় আৰু ধৰ্ষণ কৰে।

পিছত ওচৰৰ পথাৰবোৰৰ পৰা গাঁৱলৈ উভতি অহা একাংশ মহিলাই শিশুটিৰ হাহাকাৰ শব্দ শুনে। তেওঁলোকে ভুক্তভোগীক উদ্ধাৰ কৰি অভিভাৱকৰ হাতত গতাই দিয়ে।

উচেহৰা আৰক্ষীয়ে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

বৰ্তমানৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱাত শিশুটিৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

Recent News

অসমৰ এগৰাকী মহিলাক বিতাড়নৰ ক্ষেত্ৰত সাময়িক স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ!

অসমৰ এগৰাকী মহিলাক বিতাড়নৰ ক্ষেত্ৰত সাময়িক স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ!

৩ দিনৰ ভিতৰত দ্বিতীয়টো খিতাপ! অষ্ট্ৰাভা গ’ল্ডেন স্পাইকৰ খিতাপ অৰ্জন নীৰজ চোপ্ৰাৰ

৩ দিনৰ ভিতৰত দ্বিতীয়টো খিতাপ! অষ্ট্ৰাভা গ’ল্ডেন স্পাইকৰ খিতাপ অৰ্জন নীৰজ চোপ্ৰাৰ

ৰাতি শুই থাকোতে গৰম অনুভৱ হয় আৰু কাপোৰ ঘামত তিতি যায়! কিয় এনে হয়, কিহৰ লক্ষণ…?

ৰাতি শুই থাকোতে গৰম অনুভৱ হয় আৰু কাপোৰ ঘামত তিতি যায়! কিয় এনে হয়, কিহৰ লক্ষণ…?

গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড! পৰকীয়া প্ৰেমৰ বাবেই পত্নী ৰূপালীক পংকজে দি আহিছিল শ্ল’ পয়জন

গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড! পৰকীয়া প্ৰেমৰ বাবেই পত্নী ৰূপালীক পংকজে দি আহিছিল শ্ল’ পয়জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd