• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জলবোমা মূৰত লৈও অসমে লাভ নকৰে বিনামূলীয়া বিদ্যুৎ! এনএইচপিচিয়ে নামনি সোৱণশিৰিৰ মাত্ৰ ২০৮ মেগাৱাট বিক্ৰী কৰিব অসমক!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 26, 2025 2:28 pm
47
VIEWS
Share on FacebookShare on Twitter

অসমত বৃদ্ধি পাইছে বিদ্যুতৰ চাহিদা। এনে পৰিপ্ৰেক্ষিতত, এনএইচপিচিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোক চৰকাৰে এক ডাঙৰ সাফল্য হিচাপে বিবেচনা কৰিছিল, কিন্তু বাস্তৱত এই প্ৰকল্পই অসমক ক্ষতি হে কৰিছে। তথাপি অসমে যিমান পৰিমাণৰ বিদ্যুৎ ক্ৰয় কৰিবলৈ আগ্ৰহী আছিল, সেয়াও পূৰ্ণ নহ’ল।

উল্লেখ্য যে অৰুণাচলৰ ভূমিত নিৰ্মিত এই প্ৰকল্পৰ পৰিণাম অসমে ভুগিব লাগিব। সেয়ে এই প্ৰকল্পটোক বন্ধ কৰাৰ দাবীত দলসংঠন তথা স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ কৰি অহিছে। অসমক যিহেতু এই প্ৰকল্পই বিপদৰ মুখলৈ ঠেলি দিছে, তেনে পৰিস্থিতিত অসমক বিনামূলীয়াকৈ বিদ্যুৎ প্ৰদান কৰাৰ দাবী উত্থাপন হৈচে। কিন্তু এই দাবীক এন এইচ পি চি কর্তৃপক্ষ কোনো গুৰুত্ব নিদি অসমক কেৱল ক্রেতা ৰাজ্য হিচাপে বিবেচনা কৰিছে।

জানিব পৰা মতে এপিডিচিএলে ইতিমধ্যে এই প্ৰকল্পৰ পৰা বছৰি ২০৮ মেগাৱাট বিদ্যুৎ ক্ৰয় কৰাৰ চুক্তি সম্পন্ন কৰিছে। এই চুক্তিৰ অধীনত, অসমত চাহিদা অনুসৰি বিদ্যুৎ যোগান ধৰিবৰ বাবে এপিডিচিএলে বিভিন্ন উৎসৰ লগত চুক্তি কৰিছে। বৰ্তমান অসমৰ বিদ্যুৎ চাহিদা ২৮ শ মেগাৱাট বৃদ্ধি হৈছে আৰু আগন্তুক সময়ত এই পৰিমাণ অধিক বৃদ্ধি হ’ব বুলি উল্লেখ কৰিছে।

প্ৰসংগ ক্ৰমে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা দৈনিক উৎপাদিত বিদ্যুতৰ পৰিমাণ ২,০০০ মেগাৱাটৰ ওপৰলৈ যাব, যদিও অসমক মাত্ৰ ২০৮ মেগাৱাট বিদ্যুৎ বিক্ৰী হ’ব। ২০২৬ চনৰ পৰা ই কাৰ্যকৰী হ’ব কিয়নো সেই বছৰত প্ৰকল্পটোৰ পূৰ্ণাঙ্গ কার্যক্ষম হোৱা বুলি আশা কৰা হৈছে। অৱশ্যে বিদ্যুৎ উৎপাদন আৰম্ভ কৰিবলৈ ৰাষ্ট্ৰীয় বান্ধ সুৰক্ষা প্ৰাধিকৰণৰ পৰা অনুমতিৰ প্ৰয়োজন, সেই অনুমতি এতিয়ালৈকে লাভ কৰা হোৱা নাই।

Recent News

‘মহাকাশৰ পৰা নমস্কাৰ’: মহাকাশচাৰী সুভাংশু শুক্লাৰ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰক অভিবাদন

‘মহাকাশৰ পৰা নমস্কাৰ’: মহাকাশচাৰী সুভাংশু শুক্লাৰ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰক অভিবাদন

জলবোমা মূৰত লৈও অসমে লাভ নকৰে বিনামূলীয়া বিদ্যুৎ! এনএইচপিচিয়ে নামনি সোৱণশিৰিৰ মাত্ৰ ২০৮ মেগাৱাট বিক্ৰী কৰিব অসমক!

জলবোমা মূৰত লৈও অসমে লাভ নকৰে বিনামূলীয়া বিদ্যুৎ! এনএইচপিচিয়ে নামনি সোৱণশিৰিৰ মাত্ৰ ২০৮ মেগাৱাট বিক্ৰী কৰিব অসমক!

ছাংঘাই কৰপ’ৰেশ্যন অৰ্গেনাইজেশ্যনৰ শীৰ্ষ সন্মিলনত যৌথ বিবৃতিত স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ ভাৰতৰ

ছাংঘাই কৰপ’ৰেশ্যন অৰ্গেনাইজেশ্যনৰ শীৰ্ষ সন্মিলনত যৌথ বিবৃতিত স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ ভাৰতৰ

গুৱাহাটীবাসীলৈ সুখবৰ! ৬ জুলাইত মুকলি হ’ব ৰুক্মিণীগাঁৱত নিৰ্মীয়মাণ উৰণ সেতুৰ

গুৱাহাটীবাসীলৈ সুখবৰ! ৬ জুলাইত মুকলি হ’ব ৰুক্মিণীগাঁৱত নিৰ্মীয়মাণ উৰণ সেতুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd