• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা বৰপেটাৰ বানিয়াৰাপাৰা কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষকক নিলম্বনৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2018 6:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী কিশোৰীক নিৰ্যাতনৰ অভিযোগত অভিযুক্ত এগৰাকী শিক্ষকক নিলম্বনৰ দাবীত আজি বৰপেটাত বানিয়াৰাপাৰা জনপ্ৰিয় কনিষ্ঠ মহাবিদ্যালয়ৰ লগতে স্থানীয় কেইবাখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে শিক্ষকগৰাকীৰ নিলম্বনৰ দাবী তুলি জিলা উপায়ুক্তৰ জৰিয়তে শিক্ষা মন্ত্ৰীলৈ স্মাৰকপত্ৰও প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে আজি দিনৰ ১১ বজাত প্ৰায় চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ মিলেনিয়াম পাৰ্কত সমৱেত হৈ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী সকলে ছাত্ৰীক শাৰীৰিক নিৰ্যাতন কৰা  বানিয়াৰাপাৰা জনপ্ৰিয় কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষক আব্দুল আলিমক অতিশীঘ্ৰে নিলম্বন কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী তোলে।

Apply Now

প্ৰতিবাদকাৰী সকলে স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি বৰপেটা জিলাৰ বানিয়াৰাপাৰা জনপ্ৰিয়  কনিষ্ঠ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ শিক্ষক আব্দুল আলিমে বানিয়াৰাপাৰাস্থিত ‘ক্ৰিছেণ্ট একাডেমি’টো শিক্ষকতা কৰাৰ সুযোগত ‘ক্ৰিছেণ্ট একাডেমি’ৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক নানা ধৰণৰ প্ৰলোভন আৰু কৌশল অৱলম্বন কৰি যৌন নিৰ্যাতন কৰি আহিছিল।

তাৰোপৰি শিক্ষকগৰাকীয়ে পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে প্ৰশ্ন কাকত পৰ্যন্ত গোপনে যাচি দিয়াৰ প্ৰলোভনেৰে ছাত্ৰী গৰাকীক অশ্লীল ইংগিত প্ৰদান কৰি আহিছিল বুলি স্মাৰকপত্ৰত উল্লেখ কৰে।

আনহাতে ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন চলোৱা সন্দৰ্ভত ভূক্তভোগী ছাত্ৰীগৰাকীৰ পিতৃয়ে ন্যায় বিচাৰি বৰপেটা সদৰ থানাত ১৩ মে’ত ১০০২/১৮ নম্বৰত এক গোচৰ ৰুজু কৰিছিল যদিও আৰক্ষীয়ে শিক্ষকগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। ফলত আজি ছাত্ৰ-ছাত্ৰী সকলে  প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি স্মাৰকপত্ৰ প্ৰেৰণ কৰে। লগতে স্মাৰকপত্ৰৰ প্ৰতিলিপি বৰপেটাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক আৰু জনপ্ৰিয় কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষলৈও প্ৰেৰণ কৰে।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ পিছতো যদি শিক্ষকগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলিও প্ৰশাসনক প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে সোঁৱৰাই দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd