• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 3, 2025 10:37 am
162
VIEWS
Share on FacebookShare on Twitter

ঋণৰ বোজাই আবৰি ধৰিছে এসময়ত পৃথিৱীৰ ষষ্ঠ ধনী ব্যক্তিৰ তালিকাত স্থান লাভ কৰা অনিল আম্বানীক। দীৰ্ঘদিন ধৰি ধাৰত পৰি অহিছে। এইবাৰ তেওঁৰ প্ৰতিষ্ঠানটোক ‘প্ৰৱঞ্চনাকাৰী আখ্যা দিলে’ ভাৰতীয় ষ্টেট বেংকে।

জানিব পৰা মতে, ৰিলায়েন্স কমিউনিকেচনত হোৱা জালিয়াতিৰ প্ৰতিবেদন ভাৰতীয় ৰিজাৰ্ভ বেংকত দাখিল কৰা হ’ব। অনুমান কৰা হৈছে যে এইবাৰ আন প্ৰতিষ্ঠানসমূহেও ঋণৰ অভিযোগ উত্থাপন কৰিলে আৰ বি আইতো অভিযোগ দাখিল কৰিব। গধুৰ ঋণৰ বোজাৰ বাবে সকলো সম্পত্তি হোৰৱাইছে বুলি উল্লেখ কৰি কয় বৰ্তমান তেওঁৰ কোনো বিশেষ সম্পত্তি নাই। জীৱিকাৰ বাবেও পত্নী আৰু সন্তানৰ ওপৰত নিৰ্ভৰশীল।

ইতিমধ্যে অনিল আম্বানীৰ কোম্পানীটো দেউলীয়া ঘোষণা কৰা হৈছে। ৰিলায়েন্সৰ মুৰব্বীগৰাকীয়েও সম্পত্তি বিক্ৰী কৰি পাওনাদাৰৰ ঋণ ৰেহাই পাবলৈ চেষ্টা কৰিছে। কিন্তু অনিল আম্বানীৰ বিপদ কমি যোৱা নাই। যোৱা বছৰ ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ডে তেওঁৰ ওপৰত পাঁচ বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছিল। ৰিলায়েন্স হোম ফাইনেন্সৰ প্ৰাক্তন মুৰব্বীগৰাকীকো ২৫ কোটি টকা জৰিমনা বিহা হয়। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত অনিল আৰু আন তিনিজন লোকে ৰিলায়েন্স হোম ফাইনেন্সৰ পুঁজিৰ পৰা অবৈধভাৱে ধন উলিওৱাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছত তেওঁৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয়। ইয়াৰ পূৰ্বে ২০২২ চনত ইডিয়ে মাতি দীৰ্ঘদিন ধৰি জেৰা কৰিছিল। ইয়াৰ পূৰ্বে ইডিয়ে ২০২২ চনত এবাৰ অনিল আম্বানীক চমন কৰিছিল। তেওঁ য়েছ বেংকৰ ঋণৰ গোচৰতো জড়িত আছিল। পিছত বেংকটোৰ অন্যতম প্ৰতিষ্ঠাপক ৰানা কাপুৰক অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।

লক্ষ্যণীয় হ’ব যে সাধাৰণ জনতাৰ পৰা যিদৰে বেংকে ঋণ পৰিশোধ কৰিবলৈ বাধ্য কৰাই বা আদয় কৰে ঠিক সেই দৰে অনিল অম্বানীকো অনাদায় ঋণ পৰিশোধ কৰিবলৈ বাধ্য কৰিব পাৰিব নে? নে ধনী বুলি সকলো ঋণ ৰেহাই দিব…  

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd