• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 4, 2025 3:46 pm
61
VIEWS
Share on FacebookShare on Twitter

ওকলাহমাৰ ৩৬ বছৰীয়া ভাৰতীয় মূলৰ শিশু চিকিৎসক নেহা গুপ্তাই নিজৰ কন্যা আলিয়া তালাথিক শ্বাসৰুদ্ধ কৰি হত্যা কৰি তাৰ পাছত পানীত ডুব যোৱা বুলি ঢাকি ৰাখিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে।

৪ বছৰীয়া কন্যাক হত্যা কৰি তাৰ পাছত অপ্ৰাকৃতিক মৃত্যুক ডুব যোৱাৰ ৰূপ দিয়াৰ অভিযোগত আমেৰিকাত গ্ৰেপ্তাৰ হৈছে এগৰাকী ভাৰতীয় মূলৰ শিশু চিকিৎসক। এবিচি নিউজৰ মতে, ওকলাহোমাৰ ৩৬ বছৰীয়া শিশু চিকিৎসক নেহা গুপ্তাক কন্যা আৰিয়া তালাথিক শ্বাসৰুদ্ধ কৰি হত্যা কৰি তাৰ পাছত ডুব যোৱা বুলি ঢাকি ৰাখিবলৈ চেষ্টা কৰাৰ অভিযোগত সোমবাৰে গ্ৰেপ্তাৰ কৰা হয় ।এই কাণ্ডৰ সময়ত গুপ্তা আৰু তেওঁৰ কন্যাই ওকলাহোমা চহৰৰ পৰা ফ্ল’ৰিডালৈ গৈছিল আৰু এল পৰ্টেলৰ এটা ভাড়াঘৰত আছিল, য’ত ৪ বছৰীয়া শিশুটিক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

উল্লেখ্য যে, ২৭ জুনত সংঘটিত হৈছিল এই কাণ্ড। আৱাসিক পুলত এটা শিশু ডুব যোৱাৰ খবৰ পাই ৯১১ নম্বৰত ফোন কৰাত আৰক্ষীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এবিচি নিউজে জনোৱা মতে, শিশুটিক “অপ্ৰতিক্ৰিয়াশীল”অৱস্থাত বুলি কৈ চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত শিশুটোক মৃত বুলি ঘোষণা কৰা হয়।

আৰক্ষীয়ে জনোৱা মতে, প্ৰাক্তন স্বামীৰ সৈতে কন্যাৰ ভৰণ-পোষণৰ দায়িত্ব লোৱা গুপ্তাই দাবী কৰে যে, ৰাতি বিচনাৰ পৰা লুকাই চুৰকৈ ওলাই আহি বাহিৰত বিচৰণ কৰি শিশুটি ভুলবশতঃ পানীত পৰি ডুব যায়। কিন্তু শিশুটিৰ মৰণোত্তৰ পৰীক্ষাত হাওঁফাওঁ বা পেটত কোনো পানী পোৱা নগ’ল, যাৰ বাবে ডুব যোৱাৰ কথা নাকচ কৰা হ’ল। বৰঞ্চ চিকিৎসা পৰীক্ষকে শিশুটিৰ মুখৰ মুখৰ ভিতৰত আৰু গালৰ ভিতৰত ঘাঁহে পৰিলক্ষিত কৰে। মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও বিচাৰাধীন হৈ আছে।  পুলত ডুব যোৱাৰ পূৰ্বেই শিশুটিক মৃত্যু হোৱা বুলিও বিষয়াসকলে পৰ্যবেক্ষণ কৰে।

Recent News

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কোম্পানীয়ে এদিনতে কিনিলে ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি : মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নীৰ ক্ৰয় ৭৫ বিঘা ৩ কঠা ১৬ লেচা ভূমি

ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কোম্পানীয়ে এদিনতে কিনিলে ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি : মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নীৰ ক্ৰয় ৭৫ বিঘা ৩ কঠা ১৬ লেচা ভূমি

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd