• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2025 8:33 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী ৰাছিয়ান মহিলা আৰু তেওঁৰ দুগৰাকী কন্যাই দুৰ্গম পাহাৰৰ এটা গুহাৰ ভিতৰত দিনৰ পিছত দিন বাস কৰি আছিল। গম পোৱাৰ পাছত আৰক্ষীয়ে তালৈ গৈ তিনিওজনকে উদ্ধাৰ কৰে। সেই বিপদজনক স্থানত তেওঁলোক কিয় আছিল সেই বিষয়ে আৰক্ষীৰ হাতলৈ আহিছে চাঞ্চল্যকৰ তথ্য।

কৰ্ণাটকৰ গোকৰ্ণা অঞ্চলৰ পাহাৰৰ গভীৰ অৰণ্যৰ গুহাৰ পৰা উদ্ধাৰ কৰা হৈছে এগৰাকী বিদেশিনী আৰু তেওঁৰ দুই কণমানি কন্যাক। জনা যায় যে ৰাছিয়াৰ নাগৰিক মহিলাগৰাকীয়ে ধ্যান আৰু নিসংগতাৰ সন্ধানত গুহাটোত বাস কৰিছিল। অৱশ্যে ঠাইখন বিপদজনক হোৱাৰ বাবে আৰক্ষীয়ে তেওঁলোকক তাৰ পৰা উলিয়াই আনে।

Apply Now

আৰক্ষী সূত্ৰ অনুসৰি যোৱা ৯ জুলাইত কৰ্ণাটকৰ গোকৰ্ণা থানাৰ আৰক্ষীয়ে ৰামতীৰ্থ পাহাৰ অঞ্চলত টহল দি আছিল। পাহাৰীয়া অঞ্চলটোৰ এটা দূৰৱৰ্তী গুহাৰ পৰা কিছু শব্দ শুনি আৰক্ষী সতৰ্ক হৈ পৰে। আগবাঢ়ি যোৱাৰ লগে লগে তেওঁলোকে তাত নীনা কুটিনা (৪০) নামৰ এগৰাকী মহিলা আৰু তেওঁৰ দুটা সন্তানক দেখা পায়। ইয়াৰে এটা শিশুৰ বয়স ৬ বছৰ আৰু আনটোৰ বয়স ৪ বছৰ।

আৰক্ষীৰ জেৰাৰ সময়ত মহিলাগৰাকীয়ে আধ্যাত্মিক অনুশীলনৰ বাবে গোৱাৰ পৰা গোকৰ্ণালৈ অহা বুলি কয়। শান্তিপূৰ্ণ পৰিবেশত ধ্যান কৰিবলৈ তেওঁ এই গুহালৈ আহিছিল। কিন্তু ২০২৪ চনৰ জুলাই মাহত ভয়ংকৰ ভূমিস্খলনৰ ফলত ৰামতীৰ্থ পাহাৰীয়া অঞ্চলৰ যথেষ্ট ক্ষতিসাধন হয়। তাত বিষাক্ত সাপ আৰু বনৰীয়া জীৱ-জন্তুও আছে। ফলত শিশু দুটিৰ সৈতে তাত থকাটো অতি বিপদজনক হৈ পৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষী আৰু বন বিভাগৰ বিষয়াই প্ৰথমে মহিলাগৰাকীক পাহাৰৰ গুহাত থকাৰ বিপদৰ বিষয়ে বুজাই দিয়ে। পিছত তিনিওজনকে তাৰ পৰা নিৰাপদে নমাই অনা হয় । নীনাৰ অনুৰোধত পিছলৈ তেওঁলোকক কুমটা তালুকৰ বাংকোডলা গাঁৱৰ এগৰাকী মহিলা সন্ন্যাসীৰ আশ্ৰমলৈ লৈ যোৱা হয়। ৮০ বছৰীয়া যোগৰত্ন সৰস্বতীৰ দ্বাৰা পৰিচালিত এই আশ্ৰমখন।

আৰক্ষীয়ে যেতিয়া নীনাৰ পাছপ’ৰ্ট আৰু ভিছাৰ নথি-পত্ৰ চাব বিচাৰিছিল, তেতিয়া প্ৰথমে তেওঁ একো ক’ব বিচৰা নাছিল। পিছত হাবিত তালাচী চলাই গুহাটোৰ পৰা তেওঁৰ নথি-পত্ৰ উদ্ধাৰ কৰা হয়। ইয়াৰ পৰা দেখা যায় যে এবাৰ বিজনেছ ভিছাৰে ভাৰতত প্ৰৱেশ কৰিছিল, যিটো ২০১৭ চনৰ এপ্ৰিল মাহলৈকে বৈধ আছিল।পিছলৈ ২০১৮ চনত নেপাল হৈ পুনৰ ভাৰতত প্ৰৱেশ কৰিছিল। তেতিয়াৰ পৰাই তাই ভাৰতত অবৈধভাৱে বাস কৰি আহিছে।

কাৰওৱাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ দ্বাৰা পৰিচালিত আশ্ৰয় গৃহত নীনা আৰু তেওঁৰ দুটি সন্তানক ৰখা হৈছে। উত্তৰ কানাড়া জিলা আৰক্ষীয়ে জনোৱা মতে, বেংগালুৰুৰ বিদেশী আঞ্চলিক পঞ্জীয়ন কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি তেওঁক ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। শীঘ্ৰে পৰৱৰ্তী প্ৰক্ৰিয়াৰ বাবে বেংগালুৰুস্থিত এফ আৰ আৰ অ’ৰ কাৰ্যালয়লৈ লৈ যোৱা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

September 11, 2026 8:25 am
“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

September 11, 2026 7:24 am
সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

September 11, 2026 8:25 am
“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

September 11, 2026 7:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd