• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

আগৰতলাত বিজেপি কৰ্মীৰ হাতত প্ৰহৃত এছ এফ আইৰ ৰাজ্যিক সভানেত্ৰী : শান্তিৰক্ষী বাহিনীৰ দ্বাৰা পৰিস্থিতি নিয়ন্ত্ৰণ

পিনাকী দাস by পিনাকী দাস
June 5, 2018 3:03 pm
bjp activists attacking a car which carried nilanjana to medical
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগৰতলাৰ যোগেন্দ্ৰনগৰ এলেকাত সোমবাৰে বিজেপি মহিলা মৰ্চাৰৰ কৰ্মীৰ হাতত এছএফআইৰ ত্ৰিপুৰাৰ ৰাজ্যিক সভানেত্ৰী তথা সৰ্বভাৰতীয় উপ সভানেত্ৰী  নীলাঞ্জনা ৰয় প্ৰহৃত হৈছে।

আক্ৰমণৰ ঘটনা সন্দৰ্ভত চিপিআই (এম)ৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ যোগে পুৱা ১০:১৪ত প্ৰকাশিত এটা টুইট আৰু এটা সংবাদ বিবৃতিযোগে প্ৰকাশ কৰিছে যে আজি  কৈছে যে ত্ৰিপুৰাত বিজেপিয়ে বামপন্থীসকলৰ বিৰুদ্ধে সন্ত্ৰাস চলাই আহিছে। ইয়াত আৰু কোৱা হৈছে যে সোমবাৰে আবেলি বিজেপি কৰ্মীৰ দ্বাৰা ত্ৰিপুৰাৰ ৰাজ্যিক এছএফআইৰ সভানেত্ৰী তথা সৰ্বভাৰতীয় উপ সভানেত্ৰী নীলাঞ্জনা ৰয়ক বৰ্বোচিতভাৱে আক্ৰমণ কৰাৰ লগতে তেওঁৰ অসুস্থ মাতৃকো আক্ৰমণ কৰা হৈছে । চিপিআইয়ে (এম)  এই বৰ্বৰোচিত আক্ৰমণৰ তীব্ৰ গৰিহণা দিয়ে। গুৰুতৰভাৱে আহত নীলাঞ্জনা ৰয়ক চিকিৎসালয়লৈ নিয়াৰ পথটো বিজেপিৰ কৰ্মীয়ে আক্ৰমণ কৰে আৰু পুনৰ নীলাঞ্জনা আৰু তেওঁৰ নিকটাত্মীয় অজয় চক্ৰবৰ্তীক আহত কৰে। বিজেপি কৰমীৰ আক্ৰমণত ছাত্ৰীনেত্ৰীগৰাকীক চিকিৎসালয়লৈ নিয়া গাড়ীখনো ক্ষতিগ্ৰস্ত হয় বুলি বিবৃতিটোত প্ৰকাশ।

Apply Now

আনহাতে বিজেপিৰ দ্বাৰা কোৱা হৈছে যে বিজেপিৰ মহিলা মৰ্চাৰ নেত্ৰী স্বপ্না দাসে কেইগৰাকীমান দলীয় কৰ্মীসহ কেন্দ্ৰত মোদী চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে মানুহৰ ঘৰে ঘৰে যোৱাৰ এটা কাৰ্যসূচী পালন কৰিছিল। বিজেপিৰ মহিলা মৰ্চাৰ দলটোৱে অভিযোগ কৰিছে যে যেতিয়াই বিজেপিৰ মহিলা গোটটোৰ কৰ্মী আৰু সমৰ্থকৰ দলটো যোগেন্দ্ৰনগৰ এলেকাত অৱস্থিত নীলাঞ্জনা ৰয়ৰ ঘৰৰ সন্মুখত আহি উপস্থিত হৈছিল তেতিয়াই নীলাঞ্জনা আৰু তেওঁৰ ভাতৃয়ে অপ্ৰৰোচিতভাৱে গালি গালাজ কৰিবলৈ আৰম্ভ কৰে আৰু ইয়েই অৱশেষত হতাহতিৰ পৰ্যায় পায়গৈ।

বিজপিৰ মতে এছএফআই নেত্ৰীগৰাকী আৰু তেওঁৰ ভাতৃৰ আক্ৰমণত বিজেপি মহিলা মৰ্চাৰ নেত্ৰীগৰাকীয়ে গুৰুতৰ আঘাত পায় আৰু তেওঁক জিবি পন্ত হস্পিটেলত ভৰ্তি কৰোৱা হয়।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।

ঘটনাটোৰ পাছত চিপিএমৰ ৰাজ্যিক কমিটী আৰু দলটোৰ অন্য গোটসমূহে এই আক্ৰমণ কাণ্ডৰ তীব্ৰ গৰিহণা দিয়ে আৰু আভিযোগ তোলে যে এয়া বিজেপি আৰু দলটোৰ সমৰ্থকসকলৰ কাৰ্য। চিপিআই (এম) এ অতি শীঘ্ৰে দোষীক কৰায়ত্ত কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনায়।

পিনাকী দাস

পিনাকী দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd