• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2025 12:27 pm
196
VIEWS
Share on FacebookShare on Twitter

কিডনিৰ সমস্যাই প্ৰাণ কাঢ়ি নিলে এগৰাকী প্ৰবীণ কৌতুকশিল্পী তথা অভিনেতাৰ। শুকুৰবাৰে হায়দৰাবাদৰ এখন চিকিৎসালয়ত দীৰ্ঘদিন ধৰি কিডনি ৰোগৰ সৈতে যুঁজ দি শেষ নিশ্বাস এৰিলে অভিনেতাগৰাকীয়ে। জানিব পৰা মতে মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৫৩ বছৰ। তেলেগু চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় নাম ফিচ ভেংকটৰ মৃত্যুত শোকৰ ছাঁ পৰিছে।

ফিচ ভেংকট বুলি জনপ্ৰিয় হ’লেও তেওঁৰ প্ৰকৃত নাম আছিল ভেংকট ৰাজ। কিছুদিন পূৰ্বে কিডনিৰ সমস্যাৰ বাবে হায়দৰাবাদৰ সেই চিকিৎসালয়ত ভৰ্তি হৈছিল। তেওঁৰ এটা কিডনি বিকল হৈ পৰিছিল। চিকিৎসালয়ৰ আই চি ইউ বিভাগত ৰখাৰ লগতে কেইদিনমানৰ ভিতৰতে কিডনী ট্ৰান্সপ্লাণ্ট কৰাৰ কথা আছিল।

চলিত মাহৰ আৰম্ভণিতে এটা সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভেংকট ৰাজৰ কন্যা শ্রাবন্তীয়ে কয় যে আন এটা ছুপাৰষ্টাৰ প্ৰভাসৰ টীমে তেওঁলোকক আৰ্থিক সাহায্য প্ৰদান কৰিছে।

তাই কৈছিল দেউতাকৰ শাৰীৰিক অৱস্থা একেবাৰে ভাল নহয়। তেওঁৰ অৱস্থা সংকটজনক হোৱাৰ বাবে তেওঁক আই চি ইউত ৰখা হৈছে। এতিয়া তেওঁৰ কিডনী ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজন, যাৰ বাবে প্ৰায় ৫০ লাখ টকা খৰচ পৰিব।

প্ৰভাসৰ সহায়কসকলে শ্ৰাবন্তীৰ সৈতে যোগাযোগ কৰি আৰ্থিক সহায়ৰ আশ্বাস দিছিল। আনকি প্ৰভাসৰ টীমটোৱে ফিচ ভেংকটৰ কিডনী ট্ৰান্সপ্লাণ্ট কেতিয়া হ’ব সেইটো সঠিকভাৱে ক’বলৈও কয়।

কিন্তু পিছত যদিও ভেংকটৰ পৰিয়ালে আন এটা স্থানীয় সংবাদ মাধ্যমক জনাইছিল যে এই ফোনটো ভুৱা আছিল। আৰ্থিক সাহায্যৰ বাবে পোনপটীয়াকৈ প্ৰভাসৰ ওচৰলৈ যোৱাৰ সময়ত ভেংকটৰ পৰিয়ালে উপলব্ধি কৰিলে যে প্ৰভাসে তেনে কোনো ফোন কৰা নাই।

এজন কোনো অচিনাকি মানুহে প্ৰভাসৰ সহায়কৰ পৰিচয়েৰে ফোন কৰিছিল, প্ৰভাসে নিজেই ভেংকটৰ শাৰীৰিক অৱস্থাৰ বিষয়ে একো জনা নাছিল। ভেংকটৰ পৰিয়ালে সেই পৰ্যন্ত কোনো ধৰণৰ আৰ্থিক সাহায্য লাভ কৰা নাই বুলি জানিবলৈ দিছিল। তাৰমাজতে অভিনেতা ভেংকট ৰাজে কিডনী ট্ৰান্সপ্লাণ্টৰ পূৰ্বে এই পৃথিৱী এৰি থৈ গ’ল।

ফিচ ভেংকট মূলতঃ কমেডী অভিনয় আৰু খলনায়কৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত আৰু জনপ্ৰিয়। তেলেংগানাৰ আঞ্চলিক উচ্চাৰণত কথা কোৱাৰ বাবে চলচ্চিত্ৰ জগতত তেওঁক ‘ফিচ’ বুলি উপনাম দিয়া হৈছিল। বাণী, অধুৰস, ধী, মীৰাপকা আদি বহু জনপ্ৰিয় ছবিত কাম কৰিছে।

শেহতীয়াকৈ তেওঁক দেখা গৈছিল থ্ৰিলাৰ ছবি ‘কফি উইথ এ কিলাৰ’ত। কোভিড মহামাৰীৰ সময়ত তেওঁ জোন্নালগড্ডাৰ সৈতে ‘মা বিন্থা গধা ভিনুমা’ আৰু ‘ডিজে টিল্লু’ ধাৰাবাহিকতো অভিনয় কৰি অতিশয় প্ৰশংসা লাভ কৰিছিল।

Recent News

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd