• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনলাইন বেটিং এপ তদন্তত ডাঙৰ পদক্ষেপ; ২১ জুলাইত গুগল আৰু মেটাক তলব ইডিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2025 2:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী সূত্ৰই জনোৱা মতে, বেটিং এপৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰৰ তদন্তত টেক জায়ান্ট গুগল আৰু মেটালৈ জাননী প্ৰেৰণ কৰিছে বলবৎকাৰী সঞ্চালকালয়ে (ইডি)। তদন্তৰ অংশ হিচাপে সংস্থা দুটাৰ প্ৰতিনিধিক ২১ জুলাইত দিল্লীৰ মুখ্য কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হৈছে।

সূত্ৰ অনুসৰি, “গুগল আৰু মেটাই প্লেটফৰ্ম বিজ্ঞাপনৰ জৰিয়তে বেটিং এপৰ প্ৰচাৰ কৰিছে আৰু ব্যৱহাৰকাৰীৰ ওচৰলৈ যোৱাত সহায় কৰিছে।”

Apply Now

ধন সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ) উলংঘা কৰাৰ অভিযোগত তদন্ত চলি থকা অবৈধ এপসমূহৰ প্ৰচাৰৰ ক্ষেত্ৰত ডিজিটেল প্লেটফৰ্মৰ ভূমিকা পৰীক্ষা কৰি আছে সংস্থাটোৱে।

মুম্বাইৰ চাৰিটা স্থানত তালাচী চলাই নগদ ৩.৩ কোটি টকা, বিলাসী ঘড়ী, গহনা, বিদেশী মুদ্ৰা আৰু বিলাসী গাড়ী জব্দ কৰাৰ কিছুদিন পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। তালাচীৰ সময়ত এটা নগদ টকা গণনাৰ মেচিনো উদ্ধাৰ কৰা হৈছে।

বলবৎকাৰী সঞ্চালকালয়ে ভিমনি, ভিএম ট্ৰেডিং, ষ্টেণ্ডাৰ্ড ট্ৰেডছ লিমিটেড, আইবুল কেপিটেল লিমিটেড, লোটাছবুক, ১১ষ্টাৰছ, আৰু গেমবেটলীগ নামৰ অবৈধ ট্ৰেডিং আৰু বেটিং প্লেটফৰ্মৰ সৈতে জড়িত ‘ডাব্বা ট্ৰেডিং এপ’ৰ বিত্তীয় আৰু কাৰ্য্যকৰী কাৰ্যকলাপৰ তদন্ত কৰি আছে।

বিষয়াসকলৰ মতে, “অনলাইন বেটিং প্লেটফৰ্মসমূহ হোৱাইট লেবেল এপ আৰু লাভ ভাগবতৰাৰ ভিত্তিত এডিমিন ৰাইটছ শ্বেয়াৰিঙৰ জৰিয়তে পৰিচালিত হয়।” এই গোচৰৰ সৈতে জড়িত বিষয়াসকলে জনোৱা মতে, হাৱালা অপাৰেটৰ আৰু ফাণ্ড হেণ্ডলাৰ চিনাক্ত কৰা হৈছে, ডিজিটেল আৰু বিত্তীয় ৰেকৰ্ড পৰীক্ষা কৰা হৈছে।

ইডিৰ মতে, চলিত বৰ্ষৰ ৯ জানুৱাৰীত মধ্যপ্ৰদেশৰ ইন্দোৰৰ লাছুদিয়া থানাত দাখিল কৰা প্ৰথম তথ্য প্ৰতিবেদনৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩১৯(২) আৰু ৩১৮(৪) ধাৰা (পূৰ্বৰ আইপিচিৰ ৪১৯ আৰু ৪২০ ধাৰা)ৰ অধীনত তদন্ত আৰম্ভ কৰা হৈছে।

ইডিৰ তদন্তত দেখা গৈছে যে, “ভি-মানি আৰু ১১ষ্টাৰছৰ লাভৱান মালিক বিশাল অগ্নিহোত্ৰীয়ে ৫ শতাংশ লাভ ভাগ-বতৰা চুক্তিত লোটাছবুক বেটিং প্লেটফৰ্মৰ এডিমিন স্বত্ব লাভ কৰিছিল।পিছত তেওঁ এই স্বত্বসমূহ ধবল দেৱৰাজ জৈনক হস্তান্তৰ কৰি ০.১২৫ শতাংশ লাভ ধৰি ৰাখিছিল, আনহাতে জৈনে ৪.৮৭৫ শতাংশ লাভ ৰাখিছিল।”

বিষয়াসকলৰ মতে, “ধবল জৈনে তেওঁৰ সহযোগী জন ষ্টেটছ ওৰফে পাণ্ডেৰ সৈতে মিলি এটা হোৱাইট লেবেলৰ বেটিং প্লেটফৰ্ম তৈয়াৰ কৰি বিশাল অগ্নিহোত্ৰীক 11Starss.in চলাবলৈ সৰবৰাহ কৰিছিল।”

ইয়াৰ পূৰ্বে বিষয়াসকলে লগতে কয় যে, “হাৱালাৰ অপাৰেটৰ ময়ুৰ পডিয়া ওৰফে পডিয়া বেটিং অপাৰেচনৰ বাবে নগদ ধন ভিত্তিক ফাণ্ড ট্ৰেন্সফাৰ আৰু পেমেণ্ট চম্ভালিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd