• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আই আই টি খড়গপুৰ আৰু নয়দাৰ শিক্ষাৰ্থীৰ চৰম সিদ্ধান্ত: ন্যায়িক তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 21, 2025 4:54 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই আই টি খড়গপুৰ আৰু উত্তৰ প্ৰদেশৰ নয়দাৰ এখন বিশ্ববিদ্যালয়ত দুজন ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ ঘটনাৰ  বাবে উচ্চতম ন্যায়ালয়ে নিজা কৈ তদন্তৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা সপ্তাহত আই আই টি খড়গপুৰৰ চতুৰ্থ বৰ্ষৰ এজন ছাত্ৰৰ মৃতদেহ হোষ্টেলত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল। ছাত্ৰজনক আত্মহত্যাৰ সন্দেহ কৰা হৈছে। একেদৰে, নয়দাৰ এখন বিশ্ববিদ্যালয়ৰ হোষ্টেলতো এগৰাকী ছাত্ৰীৰ মৃতদেহৰ লগতে এখন ছুইচাইড নোট উদ্ধাৰ হৈছে। এই দুয়োটা ঘটনাৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱানৰ বিচাৰপীঠে নিজা কৈ তদন্তৰ কথা ঘোষণা কৰিছে।

উচ্চতম ন্যায়ালয়ে দুয়োখন শিক্ষানুষ্ঠানৰ পৰা এই মৃত্যুৰ ঘটনা সন্দৰ্ভত বিতং প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আদালতে মন্তব্য কৰিছে যে শিক্ষা ব্যৱস্থাত কিছু গুৰুতৰ সমস্যা আছে। বিচাৰপীঠে জানিব বিচাৰিছে যে এই ঘটনাৰ পিছত আৰক্ষীক তৎকালে অৱগত কৰা হৈছিল নেকি। লগতে, জ্যেষ্ঠ অধিবক্তা অপৰ্ণা ভাটক এই গোচৰত এমিকাছ কুৰিয়া হিচাপে হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। তেওঁক এফআইআৰ ৰুজুৰ সময় আৰু কৰ্তৃপক্ষই আৰক্ষীক তৎকালে জাননী দিয়াৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈও নিৰ্দেশ দিছে।

Apply Now

উল্লেখ্য যে নয়দাৰ মৃত ছাত্ৰজন দন্ত অস্ত্ৰোপচাৰ বিভাগৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল। উদ্ধাৰ হোৱা ছুইচাইড নোটত বিশ্ববিদ্যালয়ৰ দন্ত চিকিৎসা বিভাগৰ এজন পুৰুষ আৰু এগৰাকী মহিলা শিক্ষয়িত্ৰীৰ বিৰুদ্ধে মানসিক হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰা হৈছে। ইয়াৰ উপৰিও, যোৱা সাত মাহত আই আই টি খড়গপুৰত চতুৰ্থবাৰৰ বাবে এনে ধৰণৰ মৃত্যুৰ ঘটনা সংঘটিত হৈছে। এই লৈ উচ্চতম ন্যায়ালয়ে আশ্চৰ্য প্ৰকাশ কৰিছে।

প্ৰসংগক্ৰমে পূৰ্বৰ এটা গোচৰত, ২৪ মাৰ্চত উচ্চতম ন্যায়ালয়ে কৈছিল যে প্ৰতিটো আত্মহত্যাৰ গোচৰত এফআইআৰ ৰুজু কৰাৰ প্ৰয়োজন। আদালতে জানিব বিচাৰিছে যে আই আই টি খড়গপুৰ আৰু নয়দা বিশ্ববিদ্যালয়ৰ এই ঘটনাৰ পিছত কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰিছে। লগতে, যদি এফআইআৰ ৰুজুত পলম বা কোনো ত্ৰুটি ধৰা পৰে, তেন্তে আদালতে অৱমাননাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বুলিও সতৰ্ক কৰিছে। সোমবাৰে এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd