• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এই চৰকাৰৰ ৰাজনৈতিক কাপুৰুষালি অতুলনীয়- লোকসভাত মোদী-শ্বাহক তীব্ৰ সমালোচনা প্ৰিয়ংকা গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2025 7:40 pm
81
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই মঙলবাৰে লোকসভাত অপাৰেচন সিন্দুৰৰ বিশেষ বিতৰ্কত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আক্ৰমণ কৰে। সেইদিনা অমিত শ্বাহে ভাষণত কংগ্ৰেছক সমালোচনা কৰে যে বাটলা হাউছ এনকাউণ্টাৰৰ পৰা ছোনিয়া গান্ধীৰ চকুলোৰ ওপৰত মন্তব্য কৰা হৈছে। ইয়াৰ উত্তৰত ৱায়ানাদৰ সাংসদ প্ৰিয়ংকাই কয়, “আপুনি মোৰ মাৰ চকুলোৰ কথাও ক’বলৈ এৰি দিয়া নাছিল।অৱশ্যে আক্রমণকাৰীয়ে কেনেকৈ পহলগাম পালেগৈ তাৰ কোনো উত্তৰ নিদিলে৷”

এই চৰকাৰৰ ৰাজনৈতিক কাপুৰুষালি অতুলনীয় বুলি অভিযোগ কৰে প্ৰিয়ংকাই। প্ৰিয়ংকাই কয়, ‘আপোনাৰ বাবে সকলো ৰাজনীতি। সকলো অপপ্ৰচাৰৰ বিষয়। এইটো কোনো সোণৰ মুকুট নহয়। এইটো কাঁইটৰ মুকুট। আৰু এই চৰকাৰ ইমানেই দুৰ্বল যে ভুল স্বীকাৰ কৰিবলৈ ভয় কৰে।’ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেওঁৰ আইতাক ইন্দিৰা গান্ধীৰ কথা উল্লেখ কৰিবিজেপিৰ অপপ্ৰচাৰৰ প্ৰচেষ্টাক সমালোচনা কৰি কয় যে ১৯৭১ চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধত ইন্দিৰা গান্ধীয়ে ব্যক্তিগত সফলতা বুলি প্ৰচাৰ কৰা নাছিল।

লগতে তেওঁ কয় যে অপাৰেচন সিন্দুৰৰ পিছত পাকিস্তানী জেনেৰেল অসীম মুনিৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল। এইখিনিতে আমাৰ কূটনৈতিক বিফলতা নিহিত হৈ আছে, আপুনি স্বীকাৰ নকৰে। ভাৰতত এইবাৰ হঠাৎ যুদ্ধ বন্ধ হৈ পৰিছে। আপুনি নেহৰুৰ নাম উত্থাপন কৰিছে, কিন্তু তথাপিও উত্তৰ নিদিয়ে কিয় যুদ্ধ বন্ধ হ’ল?

প্ৰিয়ংকাই প্ৰশ্ন কৰে, “দিল্লী দাঙ্গা, মণিপুৰ, পহলগামৰ দৰে ঘটনা আপোনাৰ চৰকাৰৰ কালত ঘটিছিল, তেন্তে আপুনি কিয় বহি আছে?” আপুনি মৌখিকভাৱে অতীতৰ উদাহৰণ দিছে, আনহাতে আমি বৰ্তমানৰ কথা কৈছো। পহলগাম ঘটনাৰ দায়িত্ব স্বীকাৰ কৰক। তেওঁ অভিযোগ কৰে যে দেশৰ চোৰাংচোৱা সংস্থা বিফল হৈছে। যাৰ দায়িত্ব সম্পূৰ্ণৰূপে গৃহমন্ত্ৰীৰ ওপৰত। তেওঁ পদত্যাগ কৰিছেনে, দায়িত্ব লৈছেনে, বুলি গান্ধী পৰিয়ালৰ কনিষ্ঠ কন্যাই প্ৰশ্ন কৰে।

Recent News

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd