• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ট্ৰাম্পৰ শুল্কৰ বাবে পুৱাই শ্বেয়াৰ বজাৰত জোকাৰণি; ১৫ মিনিটতে ৫ লাখ কোটি টকা ডুবিল বিনিয়োগকাৰীৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 31, 2025 3:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ট্ৰাম্পৰ শুল্কৰ প্ৰভাৱৰ বাবে পুৱা বজাৰ খোলাৰ লগে লগে ভাৰতীয় শ্বেয়াৰ বজাৰত ৰক্তক্ষৰণ আৰম্ভ হয়। বৃহস্পতিবাৰে পুৱা ৯:৩০ বজাত বজাৰ মুকলি হোৱাৰ সময়ত চেন্সেক্সৰ মূল্য ৫০০ পইণ্ট হ্ৰাস পায়। আৰু কিছু সময়ৰ পাছতে চেন্সেক্স ৬৩০ পইণ্টতকৈ অধিক হ্ৰাস পায়। নিফ্টি ৫০ সূচকাংকতো একেই ছবি দেখা গৈছিল। ১৮০ পইণ্ট হ্ৰাস পাইছে সূচকাংক। আৰু সেই কম সময়ৰ ভিতৰতে বিনিয়োগকাৰীৰ বিপুল পৰিমাণৰ ধন বজাৰৰ পৰা উধাও হৈ গ’ল।

ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি শ্বেয়াৰ বজাৰত আঘাত হানি মাত্ৰ ১৫ মিনিটতে বিনিয়োগকাৰীৰ ৫ লাখ কোটি টকা বজাৰৰ পৰা উধাও হৈ যায়। বিএছইত তালিকাভুক্ত কোম্পানীসমূহৰ মুঠ বজাৰ মূলধন এবাৰতে ৫.৫ লাখ কোটি টকা হ্ৰাস পাই ৪৫৩.৩ লাখ কোটি টকা হয়।

Apply Now

দিনটোৰ আৰম্ভণিৰ ব্যৱসায়ত চেন্সেক্সৰ মূল্য প্ৰায় ৮০০ পইণ্ট হ্ৰাস পাইছিল। বৃহস্পতিবাৰে পুৱা ১০ বজালৈকে চেন্সেক্স ৬৬০ পইণ্টৰ ওচৰত হ্ৰাস পাইছিল। একে সময়তে নিফ্টি ফিফটি ১৯৪ পইণ্ট হ্ৰাস পায়। টকাৰ মুল্যও অভিলেখ হ্ৰাস দেখা গৈছে।

বৃহস্পতিবাৰে সৰ্বাধিক ক্ষতিগ্ৰস্ত হয় তেলৰ ষ্টক। ভাৰতীয় তেল কোম্পানীসমূহৰ শ্বেয়াৰৰ মূল্যত বৃহৎ আঘাত পৰে। ইণ্ডিয়ান অইল, বিপিচিএল, মহানগৰ গেছ, অ’এনজিচি, গুজৰাট গেছৰ দৰে কোম্পানীৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাইছে। ৰিলায়েন্স, টাটা মটৰ্ছ, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, ভাৰতী এয়াৰটেল, ষ্টেট বেংক অৱ ইণ্ডিয়াৰ দৰে ষ্টকো ক্ষতিগ্ৰস্ত হয়।

কিন্তু দুপৰীয়াৰ পিছত পৰিস্থিতি সলনি হ’বলৈ ধৰিলে, বজাৰখন পুৱাৰ জোকাৰণিৰ পৰা সুস্থ হৈ উঠে। দুপৰীয়া ১ বজালৈকে বজাৰখনে পুৱাৰ জোকাৰণিৰ পৰা প্ৰায় ১৫০ পইণ্টে সুস্থ হৈ উঠিছিল। বেংক নিফটিও প্ৰায় ১৬০ পইণ্ট বৃদ্ধি পাইছে। এইচ ইউ এল আৰু জিঅ’ ফাইনেন্সৰ ওপৰত ভৰ কৰি বজাৰ সুস্থিৰতালৈ আহে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd