• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জিমলৈ নোযোৱাকৈ এই বয়সতো কেনেকৈ ফিট হৈ আছে মিলিন্দ সুমন? ‎

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2025 6:30 am
180
VIEWS
Share on FacebookShare on Twitter

মিলিন্দ সুমনৰ বয়স প্ৰায় ষাঠি বছৰ। মুখত দাড়ি, পেশীবহুল শৰীৰ আৰু ছয় ফুট উচ্চতা। বয়সৰ লগে লগে যেন তেওঁ ‎সৰু হৈ আহিছে। আচৰিত কথাটো হ’ল এই অভিনেতাজনে কোনো ধৰণৰ হাৰ্ডকোৰ ৱৰ্কআউট নকৰে। তেওঁ ব্যায়ামৰ ‎বাবে জিমলৈয়ো নাযায়। তথাপিও বহু মহিলা আৰু পুৰুষ অনুৰাগী তেওঁৰ শাৰীৰিক আকৰ্ষণক লৈ উন্মাদ। ফিট আৰু সুন্দৰ ‎হৈ থাকিবলৈ কি কৰে মিলিন্দ সুমনে?‎

‎ (১) মিলিন্দে শুই শোৱাৰ বাবে এটা নিৰ্দিষ্ট সময় বাছি লৈছে। প্ৰতি নিশা নিৰ্দিষ্ট সময়ত শুই ৰাতিপুৱা ৮.৩০ বজাত শুই ‎উঠে। তেওঁ সদায় এই নিয়ম মানি চলি আহিছে। শুই উঠাৰ লগে লগে সি ব্যায়াম কৰিবলৈ আৰম্ভ কৰে।

‎(২) শৰীৰটো ফিট কৰি ৰাখিবলৈ তেওঁ প্ৰতিদিনে মুকলি পৰিবেশত কিছু সময় ব্যায়াম কৰে। কিন্তু কোনো গধুৰ ব্যায়াম ‎নহয়। তেওঁ হাৰ্ডকোৰ ৱৰ্কআউট এৰাই চলিছে। মিলিন্দে যোগাসন, প্লেংক আৰু লঘু ব্যায়াম কৰিবলৈ পছন্দ কৰে।

‎(৩) মিলিন্দে চাহ বা কফি একেবাৰেই ভাল নাপায়। শৰীৰটো ফিট কৰি ৰাখিবলৈ তেওঁ খাদ্যত ফলমূল, শাক-পাচলি, শস্য ‎আদি ৰাখে। ব্ৰেকফাষ্টত বাদাম খাই দিনটো আৰম্ভ কৰে। পানীৰ উপৰিও তেওঁ খাদ্যত তৰমুজ বা পেঁপাৰ দৰে ফলৰ ৰসও ‎ৰাখে।

‎(৪) তেওঁ সপ্তাহত ৬০-৭০ কিলোমিটাৰ দৌৰে। তেওঁ নিয়মিতভাৱে সাঁতোৰ আৰু চাইকেল চলোৱাৰ দৰে ব্যায়ামো কৰে। ‎ইয়াৰ ফলত কঁকালৰ তলৰ অংশ বিশেষকৈ ভৰিৰ পেশীবোৰ ভাল ব্যায়াম হয়। একে সময়তে হৃদযন্ত্ৰৰ স্বাস্থ্যও বৃদ্ধি পায়।

‎(৫) প্ৰতিদিনে দুপৰীয়াৰ আহাৰ খোৱাৰ আগতে ৫০টা পুছ আপ কৰে মিলিন্দে। দিনটোৰ কামৰ মাজত সময় পালে ‎এনেদৰে ব্যায়াম কৰে।

‎(৬) বহুতে ভাবে যে মিলিন্দে কঠোৰ খাদ্যাভ্যাস মানি চলে। কিন্তু আমোদজনক কথাটো হ’ল তেওঁৰ ঘৰতে ৰন্ধা খাদ্যৰ প্ৰতি ‎বেছি আগ্ৰহ। বাহিৰৰ খাদ্য তেওঁ পৰিহাৰ কৰে। বিশেষকৈ পেকেটত ভৰোৱা খাদ্য। বৰঞ্চ তেওঁ ঘৰতে ৰন্ধা খাদ্য, কম ‎তেল আৰু মছলা খাবলৈহে বেছি পছন্দ কৰে। ‎

Recent News

অনাথ আশ্ৰমক বিলাসী হোটেল হিচাপে পুনৰ উদ্বোধনক লৈ প্ৰশ্ন কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ

অনাথ আশ্ৰমক বিলাসী হোটেল হিচাপে পুনৰ উদ্বোধনক লৈ প্ৰশ্ন কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ

‘অপাৰেশ্যন মহাদেৱ’ৰ পিছত এইবাৰ ‘অপাৰেশ্যন অখল’ : কাশ্মীৰত সেনাৰ গুলীত নিহত সন্ত্ৰাসবাদী

‘অপাৰেশ্যন মহাদেৱ’ৰ পিছত এইবাৰ ‘অপাৰেশ্যন অখল’ : কাশ্মীৰত সেনাৰ গুলীত নিহত সন্ত্ৰাসবাদী

৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৩ ঘোষণা : গৌৰৱ কঢ়িয়াই আনিলে উৎপল দত্তকে ধৰি কেইবাগৰাকীও অসমীয়াই

৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৩ ঘোষণা : গৌৰৱ কঢ়িয়াই আনিলে উৎপল দত্তকে ধৰি কেইবাগৰাকীও অসমীয়াই

২৫ শতাংশ শুল্কৰ প্ৰভাৱ! ৬.২ শতাংশৰ তললৈ নামিব ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ; দাবী প্ৰতিবেদনৰ

২৫ শতাংশ শুল্কৰ প্ৰভাৱ! ৬.২ শতাংশৰ তললৈ নামিব ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ; দাবী প্ৰতিবেদনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd